Browsing Category
ট্ৰেণ্ডিং
আগন্তুক স্বাধীনতা দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্ট : আগন্তুক স্বাধীনতা দিৱস ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী আৰু সামৰিক বাহিনী তথা অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা…
বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম-জয়ন্তী উপলক্ষে লেখা আহ্বান তিনিচুকীয়া জিলা প্ৰশাসনৰ : ২০ আগষ্ট অন্তিম…
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ আগষ্ট : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশনা অনুসৰি তিনিচুকীয়া জিলা প্ৰশাসনে বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ সৈতে জড়িত বিষয়ৰ ওপৰত এটি লেখা নাগৰিক আৰু…
শোণিতপুৰ জিলা দিৱস উদযাপন :তেজপুৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩আগষ্ট: “এতিয়াৰে পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকেই হওক বা আন চৰকাৰী কৰ্মচাৰীয়েই হওক, কোনেও পেঞ্চনৰ টকা কেইটাৰ বাবে গুৱাহাটীলৈ তাঁতবাতি কৰিব নালাগে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পেঞ্চন সেৱা কেন্দ্ৰ।” আজি…
শোণিতপুৰৰ তিনিজন নিষ্ঠাবান চৰকাৰী কৰ্মচাৰীলৈ লোক সেৱা পুৰস্কাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩আগষ্ট: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে ৰাজ্যিক ভিত্তিত ১০ জন আৰু জিলাভিত্তিত ৮৯ জন কৰ্মচাৰী নিৰ্বাচিত কৰি অহা পাঁচ আগষ্টত লোককল্যাণ দিৱসত প্ৰদান কৰিব বঁটা। উল্লেখযোগ্য যে,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ…
তেজপুৰত সেনাৰ গুৰুত্বপূৰ্ণ আলোচনাচক্ৰঃ পূৱ কমাণ্ডৰ মুৰব্বী আৰ পি কলিতা উপস্থিত
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩আগষ্ট: দেশৰ সেনা বাহিনীৰ কলকাতা ভিত্তিক পূব কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা কালি চাৰিদিনীয়া ভ্ৰমণ সূচীৰে তেজপুৰৰ গজৰাজ কৰ্পছত উপস্থিত হৈছেহি। অতি কঠিন আৰু উচ্চতা তথা জংঘলৰে ভৰা ভূখণ্ডত দেশৰ উত্তৰ-পূব…
অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি যতীন গোস্বামীৰ দেহাৱসানত অসম সাহিত্য সভাৰ শোক
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩ আগষ্ট : অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট সাহিত্যিক, স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটাত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু…
লখিমপুৰত স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সভা সম্পন্ন
উত্তৰ লখিমপুৰ, ৩ আগষ্টঃ লখিমপুৰ জিলাত সমাগত স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী…
আয়তীৰ উৰুলি- জাত-জাত বিয়া নামৰ মাজতে ৫৮৮ জোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩ আগষ্টঃ এখন নহয় দুখন নহয়, আজি লখিমপুৰত একেলগে সম্পন্ন হয় ৫৮৮ জোৰা দম্পতীৰ সমূহীয়া বিবাহ ।সেয়ে আজি পুৱাৰে পৰা উদুলি মুদুলি হৈ পৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰৰ বাকৰি । হোম যজ্ঞ আৰু বিধি পাঠৰ ধ্বনিত মুখৰিত হল ত্যাগ…
‘গৰীয়সী’ৰ প্রচ্ছদ কাহিনী – ‘ই-জোনাকী যুগ’
ড° বুলজিৎ বুঢ়াগোহাঁই
ড° ৰীতা চৌধুৰী বাইদেউৰ সম্পাদনাত প্রকাশ হোৱা ‘গৰীয়সী’ আলোচনীখনৰ আগষ্ট, ২০২২ সংখ্যাটোৰ প্রচ্ছদ কাহিনী হ’ল ‘ই-জোনাকী যুগ’ । এই বিষয়ত প্রকাশ হোৱা লেখাবোৰ হ’ল – মনজিৎ নাথ আৰু ড° সত্যকাম দত্তৰ ‘ই-জোনাকী যুগ’; সত্যজিৎ নাথৰ…
