Browsing Category
ট্ৰেণ্ডিং
আত্মনিৰ্ভৰঃ ১৩ হাজাৰ কোটি টকাৰ সামৰিক সঁজুলি ৰপ্তানি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : ২০২১-২২ চনত ভাৰতে অভিলেখ সংখ্যক প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। বছৰটোত ভাৰতে প্ৰায় ১৩ হাজাৰ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। যিটো বিগত বছৰৰ তুলনাত প্ৰায় ৫৪ শতাংশ বেছি। এগৰাকী শীৰ্ষ…
বিশ্বৰ একমাত্ৰ চহৰ য’ত নিষিদ্ধ মোবাইল-টিভি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে নতুন নতুন প্ৰযুক্তিৰ বিকাশ অহৰহ হৈ আছে। আজি সমগ্ৰ বিশ্ব ডিজিটেল হৈ পৰিছে। সকলোৰে হাতে হাতে স্মাৰ্টফোন আছেই। ঘৰবোৰতো আছে উন্নত প্ৰযুক্তিৰ সামগ্ৰী। কিন্তু এনে সময়তো এনে এখন চহৰ আছে, য’ত কোনেও…
চন্দ্ৰ গৱেষণাত চীনক লৈ উদ্বেগ প্ৰকাশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : চীনেও এইবাৰ চন্দ্ৰ দাবী কৰিব পাৰে! চীনা জ্যোতিৰ্বিজ্ঞানীসকলে ক’ব পাৰে যে, তেওঁলোকে চন্দ্ৰ দখল কৰিছে। এনে আশংকাৰ বিষয়ে প্ৰকাশ কৰিছে নাছাৰ মুৰব্বীগৰাকীয়ে। কিন্তু নাছাৰ এই দাবী খণ্ডন কৰা হৈছে। কোৱা হৈছে যে,…
হেৰাই গৈছে প্ৰাচীন গছবোৰঃ জলবায়ু পৰিৱৰ্তনৰ পৰিণতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : জলবায়ু পৰিৱৰ্তনে দীৰ্ঘদিন ধৰি বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰি আহিছে। গছ-গছনি, বনাঞ্চল ধ্বংস কৰা আদিবোৰ সাধাৰণ কথাৰ দৰে হৈ পৰিছে। পৰিৱৰ্তিত জলবায়ুৰ বাবে গছ-গছনি মৰিছে আৰু বনাঞ্চল ধ্বংস হৈছে তাৰ কাৰণ…
মদৰ বাবে ৩০০ মাইল সাঁতুৰি আহিল ছীল !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। ইয়াত ঘটা কিছুমান ধেমেলীয়া আৰু অদ্ভুত ঘটনাই প্ৰতি মুহূৰ্ততে পৃথিৱীবাসীৰ হৃদয় জয় কৰি আহিছে। একেদৰে ইংলেণ্ডৰ এখন বাৰৰ চাঞ্চল্যকৰ ঘটনাও শেহতীয়াকৈ পোহৰলৈ…
আমেৰিকাৰ উপকূলত ধৰা পৰিল নীলা মিছা মাছ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : আমি দেখা বা জনা মিছা মাছৰ ৰং সাধাৰণতে বগা, বাদামী বা ৰঙা হয়। কিন্তু আমেৰিকাৰ প’ৰ্টলেণ্ডৰ উপকূলত এটা মিছা মাছ ধৰা পৰিছে, যিটো মিছা মাছৰ বৰণ নীলা! মিছা মাছটো ধৰা ব্যক্তিজনৰ নাম লাৰ্ছ জোয়ান লাৰ্ছন। মাছটো…
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : কৰ, বিভিন্ন প্ৰকল্পত বিনিয়োগ আদি পৰিস্থিতিৰ বাবে শ্ৰীলংকা মাহৰ পিছত মাহ ধৰি তীব্ৰ অৰ্থনৈতিক সংকটত পৰিছে। মাৰ্চ মাহৰ পৰা শ্ৰীলংকাৰ জনসাধাৰণে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগৰ দাবী জনাই আহিছিল। শেহতীয়া প্ৰতিবাদ…
শৈশৱৰ গৰম বন্ধৰ দিনবোৰ…
দীপামণি হাজৰিকা বৰুৱাশৈশৱ বুলি ক'লে পলকতে যিকেইখন ছবিয়ে চকুৰ আগত অহা যোৱা কৰি মনটোক মোহাচ্ছন্ন কৰি তোলে,সেইবোৰৰ ভিতৰত বিদ্যালয়ত গৰম বন্ধ দিয়া দিনটোৰ ছবিখনো এখন । কিমান যে প্ৰস্তুতি! কিমান যে কল্পনা জল্পনা সেই দিনটোৰ…
লখিমপুৰৰ সোৱণশিৰি নদীৰ খাবলু ঘাটত ৯টাকৈ এয়াৰ গান উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ জুলাইঃ লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত সোৱণশিৰিৰ খাবলুঘাটত আজি আৰু কালি বৃহৎ পৰিমানৰ এয়াৰগান উদ্ধাৰ হোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ খাবলু ঘাটৰ আলিছিগাত পানী যুঁৱলিত…
তেজপুৰত প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয় মুকলি
শতাব্দ প্ৰতিনিধি তেজপুৰ,৯জুলাই: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তেজপুৰ পৰোৱাত নিৰ্মাণ কৰা এশখন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়খন আজিৰ পৰা কাৰ্যক্ষম কৰা হৈছে। উল্লেখযোগ্য যে,২০১১তে আধাৰশিলা স্থাপন হোৱা আৰু প্ৰায় আঠ বছৰৰ পাছত নিৰ্মাণ…
