Browsing Category
ট্ৰেণ্ডিং
সাত দশকৰ দীপ্ত মধুৰ শাসনেৰে উজ্জ্বল বাকিংহামৰ সিংহাসন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুন : সিংহাসনতেই কটাই দিলে জীৱনৰ ৭০টা বছৰ ! অনেকেই হয়তো ৭০ বছৰ আয়ুসেই পোৱা নাই! এনে এক ব্যক্তিত্বক লৈয়েইতো চর্চা আৰু উদ্বেল উদযাপনৰ স্রোত বৈ যাব। গৈছেও। বিশ্বজুৰি ৰাণী দ্বিতীয় এলিজাবেথৰ শাসনৰ প্লেটিনাম জুবিলীক…
এজন ব্যতিক্ৰমী বেংক বিষয়া ‘প্ৰাঞ্জল গগৈ’
মুক্তাৰ আলী
অসমৰ থলুৱা উদ্যোগ, কুটিৰ শিল্প, কৃষিখণ্ডৰ উন্নয়নৰ বাবে শিক্ষিত যুৱ সমাজক অনুপ্ৰেৰণা যোগাই এখন সমৃদ্ধিশালী অসম গঢ়াৰ মানসিকতাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এজন ব্যক্তি প্ৰাঞ্জল গগৈ।পেছাত বেংক বিষয়া । বৰ্তমান নাৰায়ণপুৰ অসম…
ম্যানমাৰৰ পৰা অৰুণাচলত প্ৰৱেশ কৰা ৫ দুৰ্ধৰ্ষ মণিপুৰী উগ্ৰপন্থী আটক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুন : আছাম ৰাইফলছৰ চাংলাং বেটেলিয়ন আৰু স্থানীয় আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দুদিন ধৰি চলোৱা তীব্ৰ অভিযানত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা নিষিদ্ধ ঘোষিত সংগঠন পিপুলছ ৰিভলিউশ্বনেৰী পাৰ্টি অৱ কাংলেইপাক, ৰেড…
গুণোৎসৱ এক ভেকোভাওঁনাহে
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুন: “ৰাজ্যৰ ৩১৪খন বিদ্যালয়ত এজনো শিক্ষক নাই আৰু ৪৪৪৪খন বিদ্যালয় চলি আছে এজন শিক্ষকৰ দ্বাৰা। আনহাতে, ১৬৬৪খন বিদ্যালয়ৰ এটা কোঠাতে পাঁচটাকৈ শ্ৰেণী কৰিবলগীয়া হৈছে।” আজি তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত…
লোক নিৰ্মাণ বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ জনতা ভৱনত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগ (পথ)ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে বিভাগটোৰ দ্বাৰা ৰূপায়িত হৈ থকা পথ প্ৰকল্পসমূহৰ এক…
ডিব্ৰুগড়ত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান ২১ জুনত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। এই যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰিব।…
তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক…
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৬ জুন: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ শীৰ্ষ গীত, বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শীৰ্ষ গীত, সমূহীয়া সত্ৰীয়া নৃত্য, সমূহীয়া চেতাৰ বাদন, সমবেত শাস্ত্ৰীয় কন্ঠ সংগীত, সমবেত গীটাৰ বাদন, আকৰ্ষণীয়…
দৰং মহাবিদ্যালয়ত “এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম” শীৰ্ষক গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ,৬জুন: আজি দৰং মহাবিদ্যালয়ত ভূগোল বিষয়ৰ এখন বিস্তৃত কলেৱৰৰ গ্ৰন্থ উন্মোচন কৰা হয় । "এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম" নামৰ এই গ্ৰন্থখনত ৰাজ্যৰ ভৌগোলিক ক্ষেত্ৰৰ একুৰি দিশ সামৰি লোৱা হৈছে । ড° অশোক কুমাৰ বৰা আৰু ড°…
অম্বুবাচীত এইবাৰ নাথাকিব মেলা সদৃশ পৰিৱেশ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ ক'ভিড মহামাৰীৰ দুবছৰীয়া বিভীষিকাৰ পাছত বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলাৰ বাবে সাজু হৈছে নীলাচল পাহাৰ। ২২ জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচী মেলা। ২২জুনৰ সন্ধিয়া ৮.১৫ মিনিটত ভক্তৰ বাবে বন্ধ হ’ব মা…
