Browsing Category

ট্ৰেণ্ডিং

আমাজনৰ অৰণ্যত প্রাচীন ৰহস্যময় নগৰ সভ্যতা

দাদুল দেৱকৃষ্ণ বৰুৱা আমাজনৰ গভীৰ অৰণ্যৰ আঁৰত লুকাই আছে প্রাচীন চহৰ। কিন্তু ইমান দিন কোনো মানুহে সন্ধান পোৱা নাছিল এই চহৰৰ। কিন্তু সম্প্রতি এই চহৰৰ সন্ধান পোৱা গৈছে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি। নতুন প্রযুক্তি ব্যৱহাৰ কৰি এই হেৰুৱা…

সক্ৰিয় দুই পৰিৱেশ কৰ্মীলৈ ২০২২ বৰ্ষৰ সন্মানীয় ‘Goldman Environmental Prize’

ৰাণু বৰুৱা, ২৯ মে' : প্ৰযুক্তি কৌশল আৰু আইন এই দুপাত অমোঘ অস্ত্ৰৰে যুঁজ দি লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ দুগৰাকী পৰিৱেশ যোদ্ধাই এহাতেদি ৰক্ষা কৰিছে এক বিশাল ক্ৰান্তীয় অৰণ্যাঞ্চল আৰু আনহাতে সাব্যস্ত কৰিছে নিজৰ সম্প্ৰদায়টোৰ ভূমিৰ জন্মগত…

অসমৰ বৰ্তমানৰ সাংবাদিকতা !

- বিনয় কৃষ্ণ তামুলী ফুকন বিষয়টোত হাত দিবলৈ আমাৰ দৰে নদাই-ভদায়ে মৰসাহ কৰা উচিত নহয় যদিও অসহনীয় হৈ কিছু কথা লিখিবলৈ মন গ'ল। পৰিণতি কি হ'ব নাজানো। বিষয়টো হ'ল বৰ্তমান অসমৰ সংবাদ জগত। ছপা মাধ্যমটোক তেহেলৈ থৈ ছেটেলাইট চেনেল, নিউজ পৰ্টেলবোৰৰ…

যোৰহাটত অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ অধিৱেশন সম্পন্ন

শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৮ মে : সদৌ অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি ২৭ মেত অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত অনুষ্ঠিত হয় । ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহৰ কৰ্মচাৰীসকলৰ ঐক্যমঞ্চ অসম বিশ্ববিদ্যালয়ৰ কৰ্মী…

প্ৰবীণ ক্ৰীড়াত তেজপুৰৰ জ্যোৎস্না দেৱীৰ সোণৰ পদক

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৮মে’: কেৰালাত সদ্য সমাপ্ত চতুৰ্থ ৰাষ্ট্ৰীয় প্ৰবীণ ক্ৰীড়া প্ৰতিযোগিতা ২০২২ত ৰাজ্যক প্ৰতিনিধিত্ব কৰি তেজপুৰ চহৰৰ পাৰ্বতী নগৰ নিবাসী জ্যোৎস্না দেৱীয়ে মহিলাৰ শক্তি উত্তোলনৰ ৭৬কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত চাইবাৰ একাউণ্ট হেক হোৱা-একাউন্ট হেকৰোধৰ কৌশল প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ: ২৭ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি চাইবাৰ ছিকিউৰিটিৰ এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি কোষৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত নতুন দিল্লীৰ গ্ৰাচিয়া টেকন'লজীৰ বিজু পেগু আৰু বৰুণ পাঠকে…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা উন্মোচন

উত্তৰ লখিমপুৰ: ২৮মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ দুটা সংখ্যাৰ উন্মোচন কৰা হয়। সেই উদ্দেশ্য মহাবিদ্যালয়ৰ গৱেষণা কোষৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল সম্পৰ্কে আলোচনা

ডিব্ৰুগড়, ২৮ মেঃ  ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি সোণোৱাল কছাৰী সাহিত্য সভা আৰু সোণোৱাল জনগোষ্ঠী প্ৰণয়ন সমিতিৰ উদ্যোগত  অনুষ্ঠিত হয় ‘অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল’ শীৰ্ষক বক্তৃতানুষ্ঠান। সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন…

তিনিচুকীয়াত পত্নী পৌৰ উপ সভানেত্ৰী- স্বামী উঠিৰজা-বহিৰজাঃ অতিষ্ঠ কৰ্মচাৰীৰ আন্দোলনৰ সকীয়নি

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ মে’ : তিনিচুকীয়া পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিত উপ-সভানেত্ৰীৰ দায়িত্ব লাভ কৰা বিজেপি দলৰ ৱাৰ্ড কমিচনাৰ নৱনীতা আগৰৱালাৰ স্বামীৰ বিৰুদ্ধে পৌৰসভাৰ কৰ্মচাৰীক অভব্য আচৰণৰ বলি কৰাৰ লগতে অকৰ্তৃত্বশীলভাৱে কাৰ্য্যালয়ৰ…

দুৱাৰ খুলি তালিবানে মাতিছে- ” আহা ভাৰত আমি বন্ধু হও “

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' :ভাৰতৰ প্ৰতি শেহতীয়াকৈ মনোভাৱ সলনি হৈছে আফগানিস্তানৰ তালিবান প্ৰশাসনৰ। সংবাদ প্ৰতিষ্ঠান এটাৰ লগত অলপতে হোৱা এটা সাক্ষাৎকাৰত তালিবানৰ শীৰ্ষ নেতা আনাছ হাক্কানীয়ে এনে এটা ইঙ্গিতেই ভাৰতলৈ প্ৰেৰণ কৰিছে।…