Browsing Category

প্ৰকৃতি

শতিকাৰ আকাশত জিলিকিব অধিক ৰামধনু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বত এক আচৰিত পৰিৱৰ্তন হ’বলৈ গৈ আছে। ফলত এতিয়াৰে পৰা মানুহে অধিক ৰামধনু দেখা পাব বুলি বিজ্ঞানীসকলে দাবী কৰিছে। Global Environment Change নামৰ আলোচনীখনত প্ৰকাশিত তথ্য অনুসৰি ২১০০…

তিনিচুকীয়াত সুন্দৰবনৰ সুন্দৰী পুলি ৰোপণেৰে বীৰ লাচিতক স্মৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ নৱেম্বৰ : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা…

লখিমপুৰত বৃহৎ বনাঞ্চল ধবংসৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত বন বিভাগৰ বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি ধবংস কৰা কাৰ্যই স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে কালি প্ৰশাসনৰ নিৰ্দেশত উত্তৰ…

মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’…

ঢকুৱাখনা, ১ নৱেম্বৰঃ প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদানসমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিম তেতিয়াই প্ৰকৃতিলৈ ভাবুকি নামি আহিব। প্ৰকৃতিলৈ ভাবুকি অহা মানে…

তিনিচুকীয়াৰ বাৰেকুৰিত ’টুইক’ৰ তিনি বছৰীয়া জন্মদিন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ নৱেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্য্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাৱঁত আজি উলহমালহেৰে পালন কৰা হয় ’টুইক’ৰ জন্মদিন ৷ ’টুইক’ৰ জন্মদিন উপলক্ষে…

শতজান সংৰক্ষণৰ বাবে বিহংগ বন্ধুৰ আবেদন

উত্তৰ লখিমপুৰ, ২৯ অক্টোবৰঃ প্ৰকৃতি সংগঠন বিহংগ বন্ধুৰ তৰফৰ পৰা আজি যুগল বৰা আৰু আক্ৰামূল ইছলামে  লখিমপুৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা বন বিষয়াক শতজান পক্ষী উদ্যান সংৰক্ষণৰ বাবে এক আবেদন প্ৰদান কৰে। তাৰ লগতে কমলাবাৰী পথ বহলোৱাৰ…

তিনিচুকীয়াৰ বাৰেকুৰিত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত হলৌ দিৱসৰ সামৰণি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা দুষ্প্ৰাপ্য হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক…

গেৰুকামুখত ভয়ংকৰ ৰূপত বালিয়া পাহাৰৰ লগত খহি আছে প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি

 দিল্লীৰ পৰা আহিছে ভূ-তত্ত্ববিদৰ দলঃ ২০০০ মেগাৱটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰাক লৈ বিপাঙত এন এইচ পি চি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ অক্টোবৰঃ পুনৰ অঘটন সংঘটিত হৈছে গেৰুকামুখত৷ এইবাৰ ভয়ংকৰ ৰূপত গেৰুকামুখৰ বালিয়া পাহাৰৰ লগত…

জীয়াভৰলীৰ প্ৰৱল খহনীয়াত জাহ গ’ল তেজপুৰ বিশ্ববিদ্যালয় সুৰক্ষাৰ জিঅ’ বেগ আঁচনি

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬অক্টোবৰ: ৰঙাপৰা বিধানসভা সমষ্টিৰ চামধৰা গাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলত জীয়াভৰলী নৈৰ প্ৰৱল খহনীয়াই কাষৰীয়া অঞ্চল সমূহলৈ বিপৰ্যয় কঢ়িয়াই আনিছে৷ ধাৰাবাহিকভাবে গৰাখহনীয়া অব্যাহত থকাত কোৰকানি, বিহিয়াগাঁও, চামধৰা আৰু নতুন…

তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪ অক্টোবৰঃ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত যোৱা নিশা প্ৰায় ১১-৩০বজাত তিনিটা বনৰীয়া হাতীৰ আৱিৰ্ভাৱে অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তোলে৷ বিহগুৰিৰ কমাৰচুবুৰী আৰু পিঠাখোৱা অঞ্চলত প্ৰবেশ কৰে হাতী তিনিটাই৷ পিঠাখোৱা বৰনামঘৰ সংযোগী…