Browsing Category

প্ৰকৃতি

কোৱাবাৰী দলনিত জলপক্ষীয়ে  হেৰুৱাই পেলাইছে বিচৰণ ক্ষেত্ৰ- গভীৰতা হ্ৰাস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ ঢকুৱাখনাৰ মেগামিক্স প্ৰকৃতি সংঘই প্ৰতিটো ইংৰাজী বছৰৰ প্ৰথম দিনটোৰ পুৱা ভাগত কোৱাবাৰী দলনি পক্ষী প্ৰসিদ্ধ (Important Birds Area) ক্ষেত্ৰত পক্ষী নিৰীক্ষণ আৰু সমীক্ষা কাৰ্যসূচীৰে শুভাৰম্ভ কৰাতো এটা অন্যতম…

নিশা অৰুণাচলী বন্দুকধাৰীয়ে পাৱাৰ শ্ব’ মেচিনেৰে কাটি নিয়ে লখিমপুৰৰ বনাঞ্চলৰ বৃহৎ বৃহৎ গছ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ ডিচেম্বৰঃ লখিমপুৰ জিলা বন সংমণ্ডলৰ অন্তৰ্গত তথা জহিং খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চল সমূহত এতিয়া চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্ম্য বৃদ্ধি পাব ধৰিছে৷ এনে চোৰাং কাঠ ব্যৱসায়িক বাধা দিয়াত বনকৰ্মীয়ে চূড়ান্ত ভাৱে…

মুম্বাইত অসমৰ ৩ সংৰক্ষণবিদক বন্যপ্ৰাণী সেৱা বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ডিচেম্বৰ : অসমৰ পৰিৱেশবিদ ঋতুৰাজ ফুকনক Sanctuary Wildlife Service Award প্ৰদানেৰে সন্মানিত কৰাৰ বিপৰীতে তৃণমূল সম্প্ৰদায়ৰ সৈতে কৰা কামৰ বাবে মুনমুনি পায়েঙক যুৱ প্ৰকৃতিবিদ বঁটা (Young Naturalist Award)ৰে সন্মানিত…

তেজপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ তেজপুৰত যোৱানিশা বনৰীয়া হাতীয়ে একাধিক অঞ্চলত উপদ্ৰৱ চলোৱাৰ লগতে পকা ধান ভক্ষণ কৰি তহিলং কৰে৷তেজপুৰৰ চহৰৰ সমীপৰে দেৱী সিং ঘাট, গঢ় দৌল, বেচেৰীয়া আৰু পখীয়াঝাৰত একে সময়তে একাধিক ভাগত বিভক্ত হৈ পৰা…

তিনিচুকীয়াত ৰাষ্ট্ৰীয় উদ্যানৰ মূল্যৱান গছ কাটি চলিছে পাইপ লাইন স্থাপনৰ কাম

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : মূল্যৱান মূল্যবান গছ কাটি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে অইলৰ ডিগবৈ-দুলীয়াজান পাইপ লাইন স্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই। আজি এক বিবৃতিত তিনিচুকীয়া জিলা ছাত্ৰ…

গংগাত হ্ৰাস পাইছে পানী! বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰিছে এক উদ্বেগজনক প্ৰতিবেদন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : যোৱা দুটা দশকত গংগাত পানীৰ মুঠ পৰিমাণ হ্ৰাস পাইছে। কেৱল গংগাই নহয় নদী অৱবাহিকাৰ ভূগৰ্ভস্থ জলস্তৰো যথেষ্ট হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘৰ শাখা সংগঠন বিশ্ব বতৰ বিজ্ঞান সংস্থাই ২৯ নৱেম্বৰ মঙলবাৰে এই সন্দৰ্ভত এক…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণ : আহত ২

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। আজি ২৭ নৱেম্বৰত উদ্যান কৰ্তৃপক্ষই এই বাতৰি সদৰী কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে ২৬ নৱেম্বৰত কঁহৰা ৰেঞ্জৰ অন্তৰ্গত বৰবিল…

জামুগুৰিহাটত বাঘৰ সন্ত্ৰাস

জামুগুৰিহাট, ২৬ নৱেম্বৰ : বনৰীয়া হাতীৰ পিছত জামুগুৰিহাটত এইবাৰ বাঘৰ আতংক। জামুগুৰিহাটৰ পশ্চিমাঞ্চলত বাঘৰ আতংকত এতিয়া ক্ৰস্তমান গাঁওবাসী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বাঘে জামুগুৰিহাটৰ পাণপুৰত নিধন কৰিছে কেইবাটাও গৰু।…

শতিকাৰ আকাশত জিলিকিব অধিক ৰামধনু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বত এক আচৰিত পৰিৱৰ্তন হ’বলৈ গৈ আছে। ফলত এতিয়াৰে পৰা মানুহে অধিক ৰামধনু দেখা পাব বুলি বিজ্ঞানীসকলে দাবী কৰিছে। Global Environment Change নামৰ আলোচনীখনত প্ৰকাশিত তথ্য অনুসৰি ২১০০…

তিনিচুকীয়াত সুন্দৰবনৰ সুন্দৰী পুলি ৰোপণেৰে বীৰ লাচিতক স্মৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ নৱেম্বৰ : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা…