Browsing Category

প্ৰকৃতি

সোৱণশিৰিত মাইনিং মহলৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলতে জেচিবিৰে অবৈধ খনন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ জানুৱাৰীঃ লখিমপুৰ জিলাৰ সোৱণশিৰি নদীত এতিয়া বনজ সম্পদৰ অবাধ লুণ্ঠন যজ্ঞ চলিছে৷ বন বিষয়া-কৰ্মচাৰীৰ জ্ঞাতসাৰেই এনে দুষ্কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীত চাউলধোৱাত…

শিৱসাগৰত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি গৰুৰ মৰাশ খাই ২৫ টা শগুণৰ মৃত্যুঃ ৯ টা অসুস্থ অৱস্থাত উদ্ধাৰ

শান্তিপুৰ চিতলীয়া নাওজান পথাৰত হোৱাইট বেক— হিমালয়ান গ্ৰিফনৰ মৃত্যুঃ   ঘটনাস্থলীত ডি এফ অ, পশু চিকিৎসক সহ বন বিভাগৰ বৃহৎ দল উপস্থিতঃ বন বিভাগৰ জোৰদাৰ অনুসন্ধান আৰম্ভ

লখিমপুৰৰ পাভত মানুহৰ সমাগমত আতংকিত গঁড়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাত এইবাৰ গঁড়ৰ মুক্ত বিচৰণ।মুক্ত ভাৱে বিচৰণ কৰা গঁড়ৰ আক্ৰমণত তিনি জন লোক আহত হোৱা বুলি জনা গৈছে।লখিমপুৰ জিলা বনবিভাগে সদৰী কৰা অনুসৰি কাজিৰঙাৰ পৰা…

বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত শীঘ্ৰে চলিব প্ৰশাসনৰ উচ্ছেদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ জানুৱাৰী : অচিৰেই বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যত৷ উল্লেখযোগ্য যে, তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যৰ ভিতৰৰ প্ৰায় এহেজাৰ হেক্টৰৰ অধিক…

শোণিতপুৰৰ খেলমাটি অঞ্চলত পৰিস্কৰণ আৰু পাৰিপাৰ্শ্বিক সজাগতা অভিযান

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৯ জানুৱাৰী : পৰিস্কাৰ - পৰিচ্ছন্নতা আৰু পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কালি তেজপুৰৰ নিকটৱৰ্তী খেলমাটি অঞ্চলত সজাগতামূলক এক কাৰ্যসূচী সম্পন্ন হয়। তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা,…

তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জানুৱাৰী: তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে৷ এই অঞ্চলসমূহত পকাধান ভক্ষণ কৰাৰ পাছত বনৰীয়া হাতীয়ে নিশা চাপৰিত শ শ বিঘাৰ ৰঙালাও,আলু আৰু সৰিয়হ বিলাহী খেতি তহিলং কৰিছে৷ ইতিমধ্যে…