Browsing Category
প্ৰকৃতি
জলতে নামিলা জল নাৰায়ণ…
দাদুল দেৱকৃষ্ণ বৰুৱা
জলতে নামিলা জল নাৰায়ণ
পথাৰত গঞ্জিলা ধান।
ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণ উপজিলা
তাতে উপজিলা নাম।।
ওপৰৰ লোকগীতফাঁকিত জলত জল-নাৰায়ণ নমাৰ কথা কোৱাৰ দৰে বিজ্ঞানেও কৈছে— জলতেই জীৱৰ সৃষ্টি। জল বা পানী অবিহনে নহ'লহেঁতেন সৃষ্টি…
নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বগীনদীত বৰষুণৰ পানী সংৰক্ষণৰ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
লখিমপুৰ,১৯মাৰ্চঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত ভাৰত চৰকাৰৰ "কেটচ্ দ্য ৰেইন" শীৰ্ষক কাৰ্যসূচীৰ অংশ স্বৰূপে বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত এক…
এজন মানুহ আৰু এটা সাৰস পক্ষী
দাদুল দেৱকৃষ্ণ বৰুৱা
মানুহজনে নিজৰ পথাৰত কাম-কাজ কৰি থকা সময়ত সুৰক্ষাকৰ্মীৰ দৰে থিয় হৈ থাকে সি, ছন্দোময় হাতচাপৰিৰ শব্দ কৰি ডেউকা জোকাৰি থাকে। মানুহজনৰ বাদে আন কাৰোৰেপৰা খাদ্যও গ্ৰহণ নকৰে। আনকি মানুহজনে মটৰচাইকেল চলাই গ'লেও তেওঁৰ…
৮৩’ত নিধন কৰা হৈছিল বুঢ়া চাপৰিৰ ৩৩টা গঁড়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ মুঠ ১৮৯২হেক্টৰ বনভূমি আৰু মুঠ ২৫১৩টা বেদখলকাৰী হিচাপে অভিযুক্ত পৰিয়ালৰ প্ৰায় ১১হেজাৰ ছয়শ ১০জন বেদখলকাৰীক উচ্ছেদ কৰাৰ লক্ষ্যৰে দুদিন পূৰ্বে আৰম্ভ হোৱা বৃহৎ উচ্ছেদ…
বুঢ়া চাপৰিত উচ্ছেদৰ প্ৰতিবাদঃ গুলিয়াই মৰাৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ তেজপুৰ ৰাজহচক্ৰ অধীনস্থ তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্ভুক্ত বুঢ়াচাপৰি বনাঞ্চলত আজি তৃতীয় দিনলৈ উচ্ছেদ অভিযান চলে । যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ…
বুঢ়া চাপৰিত দ্বিতীয় দিনা ৯০২হেক্টৰ বনভূমি বেদখলমুক্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজি পুৱাৰে পৰা চলা দ্বিতীয় দিনৰ উচ্ছেদ অভিযানো শান্তিপূৰ্ণ ভাবে সমাপ্তি ঘটিছে৷ কালিৰ তিনিটা স্হান লংকে টাপু, কমলাগড় আৰু বেটনিৰ পাছত আজি অভয়াৰণ্যখনৰ পাঁচটা…
বুঢ়া চাপৰিৰ প্ৰথম দিনা উচ্ছেদত ৬৯১ টা ঘৰ উচ্ছেদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে প্ৰশাসনীয় ভাবে শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ ৰাজহ চক্ৰ অন্তৰ্গত তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান। আজি চলা এই উচ্ছেদ অভিযানত…
আৱৰ্জনাঃ ৰাজ্যজুৰি “ঝলঝলা” ৰ বিশেষ তৎপৰতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ফেব্ৰুৱাৰী: সাম্প্ৰতিক কালত বিশ্ব জুৰি ভয়ানক ভাৱে বৃদ্ধি পাই অহা আৱৰ্জনাই পৰিবেশ বিনষ্ট কৰাৰ লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। ইতিমধ্যে স্বাস্থ্যকৰ আৰু পৰিস্কাৰ চহৰ হিচাপে কেবাবাৰো…
তেজপুৰৰ আৰিমৰা চাপৰিত বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ঋতুকালীন পৰিভ্ৰমী চৰাইৰ আগমনে প্ৰকৃতিপ্ৰেমী সকলক আহ্লাদিত কৰি অহাৰ সময়তে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৱৰ্তী আৰিমৰা চাপৰিত শেহতীয়াকৈ পৰিলক্ষিত হোৱা বিৰল প্ৰজাতিৰ কৰ্চন (Common…
বন্যহস্তীৰ আক্ৰমণত বনৰক্ষী নিহত শোণিতপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰী: শোণিতপুৰত বন্য হস্তীৰ আক্ৰমণত প্ৰদীপ বৰা নামৰ ৫৯বছৰীয়া এগৰাকী বনকৰ্মী নিহত হয়৷ বন বিভাগৰ গ্ৰেড-২ কৰ্মচাৰী জনে আজি সোনাই ৰূপাই অভয়াৰণ্যৰ কালামাটি ৰেঞ্জৰ ভিতৰত তহল দিবলৈ যোৱাৰ সময়তে এই শোকাবহ ঘটনাটো…
