Browsing Category
প্ৰকৃতি
লখিমপুৰৰ জহিঙত এলিফেণ্ট কৰিড’ৰত ফল-মূলৰ বৃক্ষ ৰোপন শিক্ষাৰ্থীৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মে’ ঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ জহিঙত থকা লখিমপুৰৰ একমাত্ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে জহিঙৰ সমীপৱৰ্তী কৈলামাৰী চাহ বাগিছাৰ কাষত বৃক্ষ ৰোপনৰ…
হিমন্তবিশ্ব শৰ্মাৰ সীমা বিবাদ নিষ্পত্তি চুক্তি অসাৰঃ অৰুণাচলীয়ে লখিমপুৰৰ বনাঞ্চলত গছ কাটিয়েই আছে
জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ ঘটনাস্থলী পৰিদৰ্শন
অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত আটছাৰ তীব্ৰ ক্ষোভ
কাকৈত ভূমি দখলৰ প্ৰচেষ্টাৰে অৰুণাচলীৰ আগ্ৰাসন
বনাঞ্চলত বন শিবিৰ স্থাপনশতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১৯ মে’ ঃ অসম অৰুণাচলৰ মাজত…
সোৱণশিৰিৰ ভীমপৰা কোৱেৰিত অবাধে বালি খননঃ থেকেৰাগুৰি গাঁৱলৈ ভাবুকি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৮ মে'ঃ লখিমপুৰ জিলা বন বিভাগৰ বিষয়া-কৰ্মীৰ সহযোগত সোৱণশিৰি নৈৰ বুকুৰ পৰা বনজ সম্পদ সংগ্ৰহ কৰাৰ নামত ভীমপৰা শিল-বালি মহলৰ মহলদাৰ গোষ্ঠীয়ে দৌৰাত্ম্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহলটোৰ দাঁতিকাষৰীয়া থেকেৰাগুৰি…
কাকৈ বনাঞ্চলত একেনিশাই অৰুণাচলী দুবৃৰ্ত্তই কাটিলে হাজাৰোধিক মূল্যবান গছ
ঘটনাস্থলীত ডি এফ অ’-আৰক্ষী অধীক্ষক
সীমান্তত উত্তেজনা
অৰুণাচলীৰ আগ্ৰাসন অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ মে’ ঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা অৰুণাচলী দুবৃৰ্ত্তই হাজাৰৰো অধিক…
গজৰাজৰ কথাৰে…
হিমাংশু শংকৰ গগৈ
সাম্প্ৰতিক সময়ৰ অতিকৈ চৰ্চিত এটা বিষয় । সঘনাই বাতৰি কাকত, সামাজিক মাধ্যম আৰু অন্যান্য বৈদ্যুতিন মাধ্যমত আমি প্ৰত্যক্ষ কৰিবলৈ পোৱা এটা চৰ্চিত শিৰোনাম । হাতী মানুহৰ সংঘাত । কেতিয়াবা যদি জন অৰণ্যত প্ৰৱেশ কৰি বন্যহস্তীৰ…
“বন অধিকাৰ আইন ২০০৬”ৰ অধীনত ঢেকিয়াজুলিৰ ৬৩২ টা হিতাধিকাৰী পৰিয়াললৈ ভূমি আবণ্টনৰ…
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ এপ্ৰিলঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বেলশিৰিস্থিত বালাবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বনভূমিত বাস কৰা ৬৩২ টা…
এক বৃক্ষ দশ পুত্ৰৰ সমান : গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২০ এপ্ৰিলঃ 'এক বৃক্ষ দশপুত্ৰৰ সমান'৷ এয়া ভাগৱতৰ বাণী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে ৷ গুৰুজনাই দি থৈ যোৱা বাণীক সৰোগত কৰি এজন বনকৰ্মীয়ে প্ৰকৃতিপ্ৰেমৰ…
অস্বাভাৱিক ভাৱে দিখৌ নদীত ওপঙি উঠিছে হাজাৰ হাজাৰ থলুৱা মাছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৫ এপ্ৰিলঃ বিগত এটা পষেকধৰি অব্যাহত থকা মূষলধাৰ বৰষুণ আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ মাজতেই শিৱসাগৰৰ মাজেদি পাৰ হৈ যোৱা দিখৌ নদীত পৰিলক্ষিত হৈছে এক আচৰিত ধৰণৰ পৰিৱৰ্তন৷ স্বাভাৱিকতেই নৈপৰীয়া জনজীৱনত অভ্যস্ত হৈ…
উদ্ধত যত শাখাৰ শিখৰে…
দাদুল দেৱকৃষ্ণ বৰুৱা
১৯৩৮ চনত প্ৰকাশিত Daphne du Maurierৰ উপন্যাস Rebeccaৰ নায়িকা ৰেবেকাৰ যৌৱন ৰডোডেনড্রনৰ তপ্তযৌৱনৰ ৰঙেৰে ৰঙা। এই উপন্যাসৰ অৱলম্বনতেই হিচককে নিৰ্মাণ কৰিছিল বিখ্যাত চলচ্চিত্র Rebecca। ৰডোডেনড্রনক ভাৰতীয় সাহিত্যত ভাস্বৰ…
সৌন্দৰ্যৰ অভিসম্পাত!
দাদুল দেৱকৃষ্ণ বৰুৱা
অত্যধিক সৌন্দৰ্য কেতিয়াবা অভিশাপ হৈ উঠে। এয়া দেখা গৈছে শামুকৰ এটা প্ৰজাতিৰ ক্ষেত্ৰতো। দৰ্শনীয় ৰঙৰ খোলাবোৰৰ বাবেই সংকটজনকভাৱে বিপন্ন হৈ পৰিছে বিশেষ প্ৰজাতিৰ কিউবান শামুক। এই নিৰীহ জীৱবিধৰ নাম কিউবান পেইণ্টেড স্নেইল…
