Browsing Category
প্ৰকৃতি
লখিমপুৰৰ বানত চৰকাৰী সাহায্য নাইঃ সোৱণশিৰিত উটি গ’ল যুৱক
নাওবৈচাত ক্ষুব্ধ বন্যাৰ্তই পানীৰ মাজতে আৱদ্ধ কৰিলে ৰাজহ চক্ৰ বিষয়াক
নাওবৈচাত জটিল পৰিস্থিতিত বন্যাৰ্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ বছৰৰ প্ৰথমটো বানে লখিমপুৰ জিলাত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তত…
তেজপুৰৰ চানমাৰী অঞ্চল সেউজ কৰাৰ সংকল্প প্ৰকৃতিপ্ৰেমী, অধিবক্তা কুমুদ বৰুৱাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুন : সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাজ্যজুৰি সেউজ বিপ্লৱৰ সূচনা কৰা বিশ্বনাথ চাৰিআলি নিবাসী অধিবক্তা কুমুদ বৰুৱাই তেজপুৰ চহৰৰ দুয়ো কাষ ইতিমধ্যে সেউজীয়া কৰি তোলাৰ পিছত আজি পুনৰ চানমাৰী হজৰাপাৰ - পাৰ্বতী…
সোৱণশিৰি প্ৰকল্পস্থলীত জলপ্ৰলয়
গেৰুকামুখত ধাৰষাৰ বৃষ্টিপাতঃ নামনিত আতংক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ চলিত বৰ্ষৰ বাৰিষাৰ আৰম্ভণিতে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অথন্তৰে দেখা দিছে৷ অৰুণাচলৰ প্ৰদেশত হৈ থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত ২০০০ মেগাৱাট…
লখিমপুৰত শিঙৰা নদীয়ে মথাউৰি ভাঙি উটুৱাই নিলে তিনিটাকৈ পকী গৃহ
বহু গাঁও জলমগ্ন
উদ্ধাৰ অভিযান অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত শলমৰীয়াত আজি দুপৰীয়া শিঙৰা নদীয়ে মথাউৰি ভাঙি জলপ্ৰলয়ৰ সৃষ্টি কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে সোঁপাৰৰ মথাউৰিটোৰ প্ৰায়…
বলিশালত মৃত্যুৰ ক্ষণ গণিছে লখিমপুৰৰ ১৫৩০ জোপা গছে
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ চৰকাৰে উন্নয়নৰ নামত যধে মধে বন ধবংস কৰিবলৈ বিচৰা কাৰ্যত একাংশ প্ৰকৃতিপ্ৰেমী লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ ভাৰত মালাৰ অধীনত পথ নিৰ্মাণৰ নামত এনেদৰে লখিমপুৰ জিলাত সহস্ৰাধিক পৈনত আৰু অপৈনত গছ…
উত্তৰ লখিমপুৰৰ ভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন
নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত
উত্তৰ লখিমপুৰ,৫ জুনঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ক্ৰীড়া কাৰ্যালয় আৰু সংস্কাৰ ৰুৰেল ছচিঅ' ইকনমিক ডেভেলপমেণ্ট ছছাইটিৰ সহযোগত আজি…
লখিমপুৰৰ পানীগাঁও চাৰিআলিত বাটৰ নাট সেউজী ধৰণী
উত্তৰ লখিমপুৰ, ৫ জুনঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাবৰ সৌজন্যত পৰিবেশৰ প্ৰতি ভাবুকি হৈ পৰা এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এখন বাটৰ নাট পৰিবেশ দিৱসৰ দিনা পৰিবেশন কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই ৰচনা…
তেজপুৰৰ বিভিন্ন অনুষ্ঠানে ভিন্ন কাৰ্যসূচীৰে পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ জুন : বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ আজিৰ দিনটোত প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতিপ্ৰেম তথা পৰিৱেশ সুৰক্ষাৰ বাবে তেজপুৰৰ বিভিন্ন অনুষ্ঠানে বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি দৰং…
বিদাৰি পেলাইছে সোৱণশিৰিৰ পাৰঃ ৰণচণ্ডী মহিলা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰ জিলাৰ চাউলধোৱাত থকা ভীমপৰা কোৱাৰিত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ন আলি থেকেৰাগুৰি গাঁৱৰ কাষতে ভীমপৰা কোৱাৰিৰ অন্তৰ্গত সোৱণশিৰি নদীৰ গৰাৰ কাষত ট্ৰেক্টৰে বালি-মাটি খন্দাক লৈ এনে…
শোণিতপুৰৰ তেলীয়া ঘাটত অসহায় অৱস্থাত বন্যহস্তী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৪ মে' : শোণিতপুৰৰ জহামাৰিত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ তেলীয়া ঘাটত এজনী হস্তিনী যোৱা চাৰি দিনে আৱদ্ধ হৈ আছে ৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীজনী বৰ্তমান ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ কিছু বোকাময় স্হানত আছে আৰু পানীৰ পৰা উঠি…
