Browsing Category
প্ৰকৃতি
নৈসৰ্গিক আৱাসিক প্ৰকৃতি শিবিৰৰ প্ৰস্তুতি
প্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত অতিবাহিত কৰি, শৈক্ষিক জীৱনৰ অন্য এক অবিস্মৰণীয় অভিজ্ঞতাৰ মাজেৰে, প্ৰকৃতি, পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্যৰ পাৰদৰ্শিতাৰ হকে, নৱম শ্ৰেণীৰ উৰ্দ্ধৰ শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা হৈছে তিনিটা দিনৰ আৱাসিক প্ৰকৃতি শিবিৰ ।…
অৰুণাচলীয়ে গছকাটি তহিলং কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত বন বিভাগ- দল সংগঠনৰ বৃক্ষৰোপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ ৭৪ সংখ্যক বন মহোৎসৱ উপলক্ষে অৰুণাচলীয়ে গছ কাটি বিধ্বস্ত কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত গছ পুলি ৰোপণ কৰে বন বিভাগে৷ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তত লাগি থকা পাঁচখন বনাঞ্চলত দীৰ্ঘদিন ধৰি অৰুণাচলীয়ে গছ বন…
সোৱণশিৰি বান্ধৰ নিৰ্মাণ সম্পূৰ্ণঃ সামগ্ৰিক অগ্ৰগতি ৯০ শতাংশ
আগন্তুক মাৰ্চ মাহৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ হ’ব
বছৰি উৎপাদন হ’ব ৭৫০০ নিযুত একক বিদ্যুৎ শক্তি
২০০৪ চনত গেৰুকামুখত নিৰ্মাণ কাৰ্য আৰম্ভ
১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈ উঠিল বান্ধ
নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ প্ৰায় ১৯ হাজাৰ কোটি টকা…
বন্য়হস্তী পোৱালীৰ অথন্তৰ ( ফটো সংবাদ)
যোৰহাটৰ মৰিয়নিৰ এটা পানীৰ ডাঙৰ চৌবাচ্চাত আজি অকস্মাতে এটি বন্যহস্তীৰ পোৱালী পৰি যায়।
১৪ খন জিলাৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ সম্প্ৰতি ৰাজ্যৰ ১৪খন জিলা বানৰ কবলত পৰিছে৷ এই জিলা সমূহৰ ৩২টা ৰাজহ চক্ৰৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত হোৱাৰ লগতে আঠটা স্থানত মথাউৰি ভাঙিছে৷ আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ ৰাজহ আৰু…
তেজপুৰ নগৰত বনৰীয়া হাতীৰ চফৰঃ আশ্ৰয় গ্ৰহণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ ৰাজ্যৰ বিভিন্ন জিলা বানৰ কৱলত পৰাৰ সময়ত হেজাৰ হেজাৰ মানুহ হাঁহাকাৰ অৱস্থাৰ সন্মুখীন হোৱাৰ সমান্তৰাল ভাবে বন্য জীৱজন্তু সমূহো বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ ইতিমধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বুঢ়াচাপৰি…
বিহিয়াগাঁৱকে ধৰি চাৰিখন গাঁৱত জীয়াভৰলীৰ খহনীয়াৰ ভয়াবহ ৰূপঃ শংকিত নৈপৰীয়া ৰাইজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহিয়াগাঁও,কোৰকানি আৰু চামধৰা নামৰ তিনিখন গাঁৱৰ বহু মাটি সম্পত্তি ইতিমধ্যেই জীয়াভৰলীৰ গৰাখহনীয়াত নিঃশেষ কৰাৰ পাছত বৰ্তমান পুনৰ এই বৃহত্তৰ অঞ্চল যোৱা চাৰিদিনে হোৱা ভয়ানক খহনীয়াত…
তেজপুৰৰ ঔগুৰি পাহাৰ গতালে হোটেল কোম্পানীক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ যিসময়ত ৰাজ্যৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে,সেই সময়তে তেজপুৰৰ ঔগুৰি পাহাৰ গতাই দিয়া হৈছে কোনো ব্যৱসায়িক৷ তেজপুৰীয়া ৰাইজৰ অজ্ঞাতে তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত তথা চৰকাৰী অনুমোদনত এই কাৰ্য কৰা…
অসমৰ বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ গুলীচালনা
অসম অৰুণাচল সীমান্তৰ ৰামপুৰত উত্তেজনা
পুনৰ অসমৰ বনাঞ্চল ধবংস
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুনঃ লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰত আজি অৰুণাচলীয়ে পুনৰ অসমৰ বন বিষয়া-কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷…
সোৱণশিৰি বান্ধত জলপ্ৰলয়ৰ পিছতে এইবাৰ খহিছে পাহাৰ
নাওবৈচাৰ বান পৰিস্থিতি অপৰিৱৰ্তিতঃ ন ন অঞ্চল প্লাবিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৬ জুনঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ জলপ্ৰলয়ৰ সূচনা হোৱাৰ সময়তে এইবাৰ বান্ধত খহি পৰিছে পাহাৰ৷ গেৰুকামুখ পাহাৰৰ ভূমি সোৱণশিৰি বান্ধত খহি পৰাৰ…
