Browsing Category

প্ৰকৃতি

লখিমপুৰত প্ৰধানমন্ত্ৰী, শক্তিমন্ত্ৰী, মুখ্য মন্ত্ৰী, এন এইছ পি চিৰ প্ৰতিকৃতি দাহ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ানক ভূমিস্খলনৰ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তপ্ত হৈ পৰিছে লখিমপুৰ । ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য…

লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰিৰ মথাউৰি চিঙাৰ উপক্ৰম

 বিপন্ন মথাউৰিত কেন্দ্ৰীয় জল আয়োগৰ দল, সাংসদ, জিলা উপায়ুক্ত ঃ যুদ্ধকালীন তৎপৰতাৰে মথাউৰি সুৰক্ষাৰ চেষ্টা জলসম্পদ বিভাগৰ শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিটো নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত…

সোৱণশিৰি প্ৰকল্পত চৌদিশে ঐ পলা পলা চিঞৰ

শনিবাৰে নিশা এন এইচ পি চিত হাহাকাৰঃ আজি তৃতীয় দিনাও আতংক অব্যাহতঃ সত্যৰ দিশে আগবাঢ়িছে বিশেষজ্ঞৰ প্ৰতিবেদনঃ গেৰুকামুখৰ থুনুকা পাহাৰত বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ ফলশ্ৰুতি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি…

অৰুণাচলৰ টিপ্পিত ভয়ংকৰ ঢলে উটুৱাই নিলে তিনি বাহন :চালকক উদ্ধাৰঃ পথ বন্ধ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ছেপ্টেম্বৰঃ ধাৰাষাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ টিপ্পিত যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে৷ কালি বিয়লি প্ৰায় ৩-৩০বজাত লুমুন জলপ্ৰপাতৰ সমীপত হঠাত পানী আৰু মাটিৰ ধলে উটুৱাই নিয়ে ভালুকপুং অৰুণাচল পথৰে গৈ থকা…

সোৱণশিৰি প্ৰকল্পত এইবাৰ ভাগিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ দুৰ্ভাগ্যই লগ নেৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ খহিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল৷ ফলত এতিয়া পাৱাৰ হাউচৰ প্ৰায় চাৰি হাজাৰ শ্ৰমিক কৰ্মচাৰীয়ে আধাতে কাম এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা…

গেৰুকামুখত ভয়ংকৰ ভূমিস্খলনত খহি পৰিল পাহাৰঃ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ছেপ্টেম্বৰঃ পুনৰ যেন প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ যোৱা নিশা প্ৰচণ্ড বৰষুণৰ বাবে ভয়ংকৰ ভূমিস্খলন ঘটিছে গেৰুকামুখত৷ যাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাতে লাগি থকা পাহাৰ খহি…

তেজপুৰত “কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ” শীৰ্ষক গ্ৰন্থ উন্মোচন

  দেশত বিলুপ্ত হ'ল ৪৫০ প্ৰজাতিৰ উদ্ভিদ আৰু ১৫০ প্ৰজাতিৰ প্ৰাণী - ড° ভূপেন শইকীয়াঃ সাধনাই একোজন লেখকক অগ্নি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাই - পূৰ্ণেশ্বৰ নাথঃ প্ৰত্যেক মানুহৰ আনুভূতিক তাগিদাৰ পৰা সৃষ্টি হয় ভাল গ্ৰন্থ - মাণিক বড়াশতাব্দ…

পৃথিবীত আছে ২০০০০০০০০০০০০০০০০০০০০০০০০ পৰুৱা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : ৰসগোল্লা খোৱাৰ পিছত প্লেটখন ৰসেৰে লেপি থৈ এঘণ্টামান ৰাখিলে ক্ৰমান্বয়ে পৰুৱাই ঢাকি পেলাব। সেই পৰুৱাবোৰ গণনা কৰিব বিচাৰিলে ঠগ খাব লাগিব। এইবাৰ কিন্তু গৱেষকৰ এটা দলে সমগ্ৰ বিশ্বৰ পৰুৱাসমূহ গণনা কৰাৰ…

লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰিঃ শ শ পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ সোৱণশিৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ’ বেক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধবনিৰে কালি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে…

তেজপুৰত অবৈধ বালি খনন:যন্ত্ৰ জব্দ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০ছেপ্টেম্বৰ: তেজপুৰত অবৈধভাবে বালিখননৰ বিষয়ে প্ৰতিক্ৰিয়া তথা চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিয়লি বনবিভাগে এনে অবৈধ বালি খননৰ বিৰুদ্ধে এক অভিযান চলাই এটা যন্ত্ৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ মৰাভৰলীত এই পাম্পৰ…