Browsing Category
প্ৰকৃতি
তেজপুৰত অবৈধ বালি খনন:যন্ত্ৰ জব্দ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০ছেপ্টেম্বৰ: তেজপুৰত অবৈধভাবে বালিখননৰ বিষয়ে প্ৰতিক্ৰিয়া তথা চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিয়লি বনবিভাগে এনে অবৈধ বালি খননৰ বিৰুদ্ধে এক অভিযান চলাই এটা যন্ত্ৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ মৰাভৰলীত এই পাম্পৰ…
সোৱণশিৰিৰ পাৰত খহনীয়াৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদৰ প্ৰস্তুতি
ভীম পৰা মথাউৰি সহ কুৰিখন গাঁৱলৈ ভাবুকি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বধাকৰাৰ হৰিদাসত সোৱণশিৰি নদীয়ে এতিয়া ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম…
ভৱানী দলে টাহুৰ ‘O2’ ফিচাৰ ফিল্মৰ দেশ-বিদেশত কেইবাটাও বঁটা লাভ
ৰয়েল পেগু
পৰিৱেশ সুৰক্ষাৰ বিষয়কলৈ বিশেষকৈ দেশৰ ৰাজধানী দিল্লীৰ বৰ্ধিত বায়ু প্ৰদূষণৰ ওপৰত আধাৰিত 'O2' নামৰ ফিচাৰ ফিল্মখন দেশ-বিদেশত কেইবাটাও বঁটা লাভ কৰি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লখিমপুৰৰ জীয়ৰী তথা বৰ্তমান দিল্লী নিবাসী…
৩০ বছৰত অবৈধভাৱে হত্যা কৰা হৈছে এক মিলিয়নতকৈ অধিক সাগৰীয় কাছ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : শেহতীয়াকৈ চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে যোৱা ৩০ বছৰত ১১ লাখৰো অধিক সাগৰীয় কাছ অবৈধভাৱে হত্যা কৰা হৈছে। এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলৰ মতে, যোৱা দহ বছৰত ৬৫খন দেশত বছৰি কমেও ৪৪ হাজাৰ কাছ…
১৯৩৬ চনৰ পিছত প্ৰথমবাৰলৈ কেংগাৰুৱে হত্যা কৰিলে মানুহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : অষ্ট্ৰেলিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পোহনীয়া জন্তুৱে গৰাকীক হত্যা কৰিছে। ই পোহনীয়া জন্তু হোৱাৰ লগতে সেই দেশত চূড়ান্ত মৰ্যাদা থকা প্ৰাণী। এই জন্তুটো হৈছে এটা কেংগাৰু। অষ্ট্ৰেলিয়াত কেংগাৰু…
বাৰেকুৰিত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ ছেপ্টেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বাৰেকুৰিত এইবাৰো বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ সেই উপলক্ষে তৰাজান-ডেংকা সন্মিলিত যুৱক সংঘৰ…
‘ক্লাইমেট পেনাল্টি’ঃ কিছুদিনৰ পাছত উশাহ ল’বলৈ নাপাব পৰিষ্কাৰ বতাহ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ ফলত সঘনাই চৰম গ্ৰীষ্ম প্ৰবাহ আৰু বন্য অগ্নিকাণ্ডৰ সৃষ্টি হৈছে। ফলত সমগ্ৰ বিশ্বতে বায়ুৰ গুণাগুণ দিনক দিনে বেয়া হৈ যাব ধৰিছে। ইয়াৰ ফলত মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বহু ক্ষতি হ’ব। এই…
পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসনৰ কঠোৰ উচ্ছেদ জাননী লাভ কৰি অৱশেষত পাভ সংৰক্ষিত বনাঞ্চলৰ পৰা বে-দখলকাৰীয়ে ঘৰ বাৰী এৰি আঁতৰি যাবলৈ বাধ্য হৈছে৷ কেবা দশক ধৰি সন্দেহযুক্ত নাগৰিকে ভৰি পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ…
এখন নতুন কিতাপ, কোনে কি কয়…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ,৭ ছেপ্টেম্বৰঃ এখন নতুন কিতাপ--"সাপ আৰু আমি"। কিতাপখনৰ সন্দৰ্ভত প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে কি কৈছে পঢ়ি লও আহক। " ডাঃ সুৰজিৎ গিৰিৰ প্রতি মোৰ এক কৌতুহল হৈছিল কিছু বছৰ আগৰে পৰাই। প্রথমে সামাজিক মাধ্যমত,…
লখিমপুৰৰ ঘনচৰাইত যিকোনো মুহূৰ্ততে মথাউৰি চিঙাৰ আশংকাত আতংকিত ৰাইজ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৫ ছেপ্টেম্বৰঃ সোৱণশিৰি নদীয়ে লখিমপুৰৰ ঘনচৰাই চন্দ্ৰপুৰত তীব্ৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ নদীখনে উক্ত স্থানত যিকোনো সময়তে মথাউৰি চিঙাৰ আশংকাত লখিমপুৰ জিলা প্ৰশাসন সস্তম হৈ থকাৰ…
