Browsing Category

প্ৰকৃতি

ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজনঃ জলসম্পদ মন্ত্রী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অভিযন্তাসকলৰ পৰা ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ বাবে চলি…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ‘জয়মালা’ক আনিবলৈ যাব বন বিভাগৰ দল

শতাব্দ প্ৰতিনিধি গুৱাহাটী,১ ছেপ্টেম্বৰঃ তামিলনাডুত আৱদ্ধ হৈ থকা অসমৰ 'জয়মালা' নামৰ হাতীজনীক ঘূৰ‍াই অনাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে বন বিভাগৰ এটা দল তামিলনাডুলৈ পঠিওৱা হ'ব। বন…

নগাঁৱত ৪৫ফুট গভীৰ কুঁৱাৰ পৰা ভিন্ন প্ৰজাতিৰ ১২টা দুস্প্ৰাপ্য কাছ উদ্ধাৰ 

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্ট: এটা ৪৫ফুট গভীৰ কুঁৱাৰ পৰা কালি উদ্ধাৰ কৰা হয় বিভিন্ন প্ৰজাতিৰ মুঠ ১২টা দুস্প্ৰাপ্য কাছ ৷ নগাঁৱৰ লাওখোৱা বজাৰ অঞ্চলত কালি চলা চাৰি ঘন্টাযোৰা এই সফল অভিযানক নেতৃত্ব দিয়ে নগাঁও কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ…

ৰঙাপৰাৰ নেকলাই নৈৰ পাৰত বিঘাই বিঘাই চৰকাৰী ভূমিত অবৈধ খনন

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯আগষ্ট: চৰকাৰী ভূমিত অবৈধ ভাবে খনন চলাই একাংশ দুস্কৃতিকাৰীয়ে ৰঙাপৰাত চলাই অহা দৌৰাত্ম্য কোনো নতুন কথা নহয়৷চৰকাৰ সলনি হ’লেও তথা ৰঙাপৰা সমষ্টিত বিধায়ক সলনি হ’লেও সেই একে লোকেই বৰ্তমানেও যধে মধে চৰকাৰী,পথাৰ তথা…

তেজপুৰ চহৰত গজৰাজৰ সন্ত্ৰাসঃ বহুকেইখন বাহনৰ ক্ষতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট: তেজপুৰ চহৰৰ মাজমজিয়াত যোৱা নিশাৰে পৰা বনৰীয়া হাতীৰ সন্ত্ৰাস চলিছিল । কালি সন্ধিয়া প্ৰায় ৮ মান বজাত তেজপুৰ জাহাজ ঘাট হৈ চিত্ৰলেখা উদ্যানত প্ৰৱেশ কৰে হাতীটোৱে। ইয়াৰ পিছতে জনসংযোগ বিষয়াৰ কাৰ্য্যালয় হৈ অসম…

তেজপুৰ চহৰত নিশা বন্যহস্তীৰ চফৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৭আগষ্ট: তেজপুৰ চহৰত আজি নিশা এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷তেজপুৰস্হিত বন কাৰ্যালয়ৰ সমীপৰ ফৰেষ্ট ঘাটৰে আহি হাতীটোৱে বন বিভাগৰ এখন বলেৰ’ বাহন ধ্বংস কৰে৷ ইয়াৰ পাছতে হাতীটোৱে ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্হানৰ সমীপৰে…

বতৰৰ পৰকিতি লৰিছে ! উত্তৰ-পূব ভাৰতত ১২২ বছৰৰ সৰ্বনিম্ন বৰষুণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ বাকী অংশত যথেষ্ট বৰষুণ হোৱাৰ বিপৰীতে জুলাই মাহত উত্তৰ-পূব ভাৰতত ৪৪ শতাংশ বৰষুণৰ ঘাটি পঞ্জীয়ন কৰা হৈছে। উত্তৰ-পূবত জুলাই মাহৰ ভিতৰত ২৩৪.৬ মিলিমিটাৰ…

প্ৰকৃতিবিদ দেৱজিৎ ফুকনক “পৰিৱেশ মিত্ৰ” সন্মান প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ, যোৰহাটত (ফটো…

প্ৰকৃতিবিদ দেৱজিৎ ফুকনক আজি ৰাজ্য চৰকাৰৰ "পৰিৱেশ মিত্ৰ" সন্মান প্ৰদান কৰে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই, যোৰহাটত

ডিমৌত বিশ্ব হস্তী দিৱস উদযাপন

ডিমৌ, ১২ আগষ্ট : বিশ্বৰ অন্যন্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌতো আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে শিৱসাগৰ জিলা বন সংমণ্ডলৰ সৌজন্যত ডিমৌ চৰগুৱা খণ্ড বন বিষয়া কাৰ্যালয়ত সমাজকৰ্মী ঘনশ্যাম বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত…

তিনিচুকীয়াৰ বাৰেকুৰিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুষ্প্ৰাপ্য হলৌৰ মৃত্যু : সংখ্যা ১৮ টালৈ হ্ৰাস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গড় লৈ উঠা তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত কালি পুনৰ মৃত্যু ঘটিল এটা প্ৰায় ১৪ বছৰীয়া হলৌ বান্দৰৰ ৷ ইয়াৰ লগে লগে বৃহত্তৰ বাৰেকুৰি…