Browsing Category

প্ৰকৃতি

লখিমপুৰত প্ৰচণ্ড ধুমুহা বতাহত তচ নচ ঘৰ-দুৱাৰ : নিহত ১ : বিদ্যুৎ ব্যাহত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ আগষ্ট : আজি পুৱা প্রায় ৩ বজাত অহা এজাক প্রচণ্ড ধুমুহা বতাহ বৰষুণে লখিমপুৰ নগৰৰ লগতে ইয়াৰ আশে-পাশে বিভিন্ন অঞ্চলত ক্ষতিসাধন কৰে। ধুমুহা বতাহৰ ফলত প্ৰকাণ্ড প্রকাণ্ড গছ উভালি পৰাত আজি সন্ধিয়া পর্যন্ত নগৰখনৰ লগতে…

বিলুপ্ত হোৱা বুলি ভবা বিৰল হামিংবাৰ্ড পুনৰাৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : এটা দশকৰো অধিক সময় ধৰি সন্ধানহীন হৈ থকা এবিধ বিৰল হামিংবাৰ্ড কলম্বিয়াৰ এজন পক্ষী নিৰীক্ষকে পুনৰ আৱিষ্কাৰ কৰিছে। কলম্বিয়াৰ ছিয়েৰা নেভাদা ডি চান্টা মাৰ্টা হাইলেণ্ডৰ বাবে একচেটিয়া এক বৃহৎ হামিংবাৰ্ড…

বগীনদীত বন বিভাগৰ অতৰ্কিত অভিযানঃ বৃহৎ পৰিমাণৰ চোৰাং কাঠ, গাড়ী, বেঞ্চ শ্ব’ মেছিন জব্দ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ আগষ্ট : লখিমপুৰ জিলাৰ বিভিন্ন বনাঞ্চলৰ লগতে চৰ-চাপৰি অঞ্চল সমূহত এতিয়াও চোৰাং কাঠৰ বেহা অব্যাহত আছে। একাংশ দুষ্কৃতিকাৰীৰ বাবেই নিতৌ বনাঞ্চল সমূহ ধ্বংস হব ধৰিছে। সোমবাৰেও জিলাখনৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা…

ডিজিটেলাইজড ৰূপত বিভাগত উপলব্ধ হ’ব মথাউৰিৰ তালিকা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম ৱাটাৰ চেণ্টাৰৰ পৰা জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সত অংশ লয়। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া আৰু অভিযন্তাৰ পৰা…

ব্ৰিটেইনত অসহ্যকৰ তাপত নাগৰিকৰ নৰকবাস

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বৰ্তমান ব্ৰিটেইনত তাপ প্ৰবাহৰ সৃষ্টি হৈছে। উষ্ণতা প্ৰায় ৪০ ডিগ্ৰী। গৰমৰ ফলত প্ৰায় ১০০০ ব্ৰিটিছ লোকৰ মৃত্যু হৈছে বুলি অনুমান কৰা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে স্থানীয় প্ৰশাসনে।…

অৰুণাচলত হেৰুৱা মিথুন বিচাৰিব যন্ত্ৰই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অৰ্ধ ঘৰচীয়া গৰুৰ প্ৰজাতি মিথুন মিথুন (bros frontalis)ৰ সন্ধান আৰু স্থান নিৰ্ণয় কৰিবলৈ এটা যন্ত্ৰ প্ৰস্তুত কৰা হৈছে। 'মিথুন ট্ৰেকিং কলাৰ' নামৰ এই…

শোণিতপুৰত পুণৰীক্ষণ দল: বানত সৰ্বাধিক ক্ষতি ঢেকিয়াজুলিত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪ জুলাই: উপৰ্যুপৰি দুটাকৈ বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰতো বিস্তৰ ক্ষতি সাধন কৰিছিল। এই প্ৰলয়ংকৰী বানত জিলাখনৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ ঢেকিয়াজুলি ৰাজহচক্ৰ অন্তৰ্গত এলেকা।চৰকাৰী তথ্যত এই…

মানৱীয় অত্যাচাৰৰ পৰিণতি : হিমালয়ত ধ্বংসৰ দুন্দুভি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : হিমালয়ত জলবায়ু পৰিৱৰ্তন আৰু অপৰিকল্পিত মানৱ হস্তক্ষেপে পাহাৰীয়া দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিছে, যাৰ ফলত বহুগুণে সম্পত্তি আৰু মানৱ জীৱনৰ ক্ষতি হৈছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামৰ অমৰনাথ মন্দিৰৰ সমীপৰ…

মানাহ ৰাষ্ট্ৰীয় উদ্যান  আৰু পৰ্যটকৰ বাবে বৰ্ধিত মাচুল

হিৰণ্য শৰ্মা দুদিনমান আগতে মানাহ  মাউজিগেন্দ্ৰী ইক' টুৰিজিম ছ'চাইটিৰ  সদস্য  তথা পক্ষীবিদ ৰুস্তম বসুমতাৰীৰ  পষ্ট এটাৰ পৰা গম পালো  বিটিচি চৰকাৰে মানাহৰ প্ৰৱেশ মাচুল, হাতী চাফাৰিৰ, কেমেৰাৰ বাবদ লোৱা সকলোধৰণৰ মাচুল ব্যাপক হাৰত হঠাতে…