Browsing Category

প্ৰকৃতি

দুগ্ধ সাগৰ! পোৱা গ’ল ভাৰত মহাসাগৰৰ পুৰণি সাঁথৰৰ উত্তৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : গাখীৰৰ সাগৰ! ভাৰতৰ পৌৰাণিক কাহিনীত ‘গাখীৰৰ নদী’, 'গাখীৰৰ সাগৰ' বা 'গাখীৰৰ সৰোবৰ'ৰ বিষয়ে উল্লেখ পোৱা যায়। কিন্তু ইয়াক ৰূপকভাৱে লোৱা হৈছে বুলি সাহিত্যৰ ৰসগ্ৰাহীসকলে কৈ আহিছে। কিন্তু এয়াচোন দিনৰ পোহৰৰ…

তিনিচুকীয়াৰ হেবেদা গাঁৱত বাঘৰ সন্ত্ৰাস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : তিনিচুকীয়া জিলাৰ মাকুমৰ ২ নং হেবেদা গাঁৱত এটা নাহৰফুটুকী বাঘক কেন্দ্ৰ কৰি বিৰাজ কৰিছে এক আতংকময় পৰিৱেশে । উল্লেখ্য যে খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰবেশ কৰা বাঘটোৱে সোমবাৰে…

নিউয়ৰ্কৰ পাঁচগুণ এলেকাৰ বন ধ্বংস আমাজনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : চলিত বৰ্ষৰ প্ৰথম ছমাহত অভিলেখ সংখ্যক আমাজন বৰ্ষাৰণ্যৰ অৰণ্য কাটি মুকলি কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে ব্ৰাজিলৰ মহাকাশ সংস্থা ইনপে। উপগ্ৰহ প্ৰেৰিত ফটোত দেখা গৈছে যে, আমাজন বৰ্ষাৰণ্যত নিউয়ৰ্ক চহৰৰ পাঁচগুণ…

হেৰাই গৈছে প্ৰাচীন গছবোৰঃ জলবায়ু পৰিৱৰ্তনৰ পৰিণতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : জলবায়ু পৰিৱৰ্তনে দীৰ্ঘদিন ধৰি বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰি আহিছে। গছ-গছনি, বনাঞ্চল ধ্বংস কৰা আদিবোৰ সাধাৰণ কথাৰ দৰে হৈ পৰিছে। পৰিৱৰ্তিত জলবায়ুৰ বাবে গছ-গছনি মৰিছে আৰু বনাঞ্চল ধ্বংস হৈছে তাৰ কাৰণ…

আমেৰিকাৰ উপকূলত ধৰা পৰিল নীলা মিছা মাছ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : আমি দেখা বা জনা মিছা মাছৰ ৰং সাধাৰণতে বগা, বাদামী বা ৰঙা হয়। কিন্তু আমেৰিকাৰ প’ৰ্টলেণ্ডৰ উপকূলত এটা মিছা মাছ ধৰা পৰিছে, যিটো মিছা মাছৰ বৰণ নীলা! মিছা মাছটো ধৰা ব্যক্তিজনৰ নাম লাৰ্ছ জোয়ান লাৰ্ছন। মাছটো…

পৃথিৱীৰ পৰা বিলুপ্তিৰ পথত ১০ লাখ প্ৰজাতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : বিশ্বৰ জৈৱ বৈচিত্ৰ্য অতিকে বিপন্ন হৈ পৰিছে। ফলত গোটেই বিশ্বত প্ৰায় ১০ লাখ প্ৰজাতিৰ প্ৰাণী বিলুপ্তিৰ পথত বুলি জনা গৈছে। জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী বিজ্ঞান-নীতি মঞ্চ বা…

বায়ু প্ৰদূষণৰ পৰিণতি : প্ৰতি বছৰে প্ৰায় এক কোটি লোকৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : লেন্সেট কমিছনৰ অনলাইন আলোচনী দ্য লেন্সেট প্লেনেটেৰী হেল্থত প্ৰদূষণ আৰু স্বাস্থ্যৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰা হৈছে। এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে, ২০১৫ চনৰ পৰা বৃদ্ধি পোৱা বায়ু প্ৰদূষণ আৰু সীহৰ…

গুৱাহাটীত বন বিভাগ-ৰেড ক্ৰছ ছ’চাইটিৰ উদ্যোগত গছপুলি ৰোপন-বিতৰণ

গুৱাহাটী , ৫ জুলাইঃ  চলি থকা ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটী ৰেঞ্জৰ উদ্যোগত ৰেড ক্ৰছ ছ'চাইটি, নুনমাটিত আজি গছ পুলি ৰোপন বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা ৰেড ক্ৰছ…

বান বিধ্বস্ত ছয়দুৱাৰ মহাবিদ্যালয়ঃ ১২ জন অধ্যক্ষসহ সহযোগী অধ্যাপকৰ ১ লাখ টকাৰ অনুদান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ  নৱ গঠিত বিশ্বনাথ জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ অগ্ৰণী উচ্চশিক্ষানুষ্ঠান তথা গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ক এইবাৰ বানে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। বানে বিধ্বস্ত কৰা  মহাবিদ্যালয়খনত আজি অধ্যক্ষ পৰিষদৰ দৰং,…

হোজাইত বান-ক্ষয়ক্ষতি জৰীপৰ অগ্ৰগতি পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

হোজাই, ৪ জুলাই: হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ শেহতীয়া বান-ক্ষয়ক্ষতিৰ জৰীপকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। হোজাই জিলাত বান ক্ষয়ক্ষতি নিৰূপণৰ চৰকাৰী…