Browsing Category

প্ৰকৃতি

হোজাইত বান-ক্ষয়ক্ষতি জৰীপৰ অগ্ৰগতি পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

হোজাই, ৪ জুলাই: হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ শেহতীয়া বান-ক্ষয়ক্ষতিৰ জৰীপকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। হোজাই জিলাত বান ক্ষয়ক্ষতি নিৰূপণৰ চৰকাৰী…

লখিমপুৰত চেঁচাৰ বানত গৃহ বন্দী শতাধিক পৰিয়াল

উদ্ধাৰ অভিযানত নামিল এছ. ডি. আৰ. এফ. : আশ্রয় শিবিৰত তিনি শতাধিক পৰিয়াল শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশত যোৱা নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি জিলাখনৰ ন ন অঞ্চল প্লাবিত হৈছে। আজি লখিমপুৰ…

তামিলনাডুত বিনাইছে অসমৰ জয়মালাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : নিৰ্যাতিত হাতী জয়মলা ওৰফে জয়মল্যাথক জব্দ কৰি অভয়াৰণ্যত পুনৰ সংস্থাপন কৰিবলৈ অসম আৰু তামিলনাডুৰ বন বিভাগক আহ্বান জনাইছে পশু অধিকাৰ সংগঠন পিপলছ ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই। উল্লেখ্য…

লিচবনত আৰম্ভ ৰাষ্ট্রসংঘৰ মহাসাগৰ সন্মিলন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱ মানৱ জীৱনত পৰিবলৈ আৰম্ভ কৰিছে। একাধিক হিমবাহ গলিবলৈ ধৰিছে। বিশ্ব উষ্ণায়নৰ প্ৰভাৱ সমুদ্রৰ তলৰ পৰিস্থিতিতন্ত্ৰতো পৰিবলৈ আৰম্ভ কৰিছে। বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ…

কাজিৰঙাৰ নতুন ভাবুকি-আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতি

হৰিণাৰ মাংসই বৈৰী-ৰ দৰে এইবাৰ কাজিৰঙাৰ বৈৰীৰূপে চিনাক্ত হৈছে উদ্ভিদ। শুনিবলৈ আচহুৱা হলেও সত্য যে ২৬০০ৰো অধিক এক খড়্গযুক্ত ভাৰতীয় গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এক বৃহৎ ভাবুকিৰ সন্মুখীন হৈছে। এই ভাবুকি অৱশ্যেই চোৰাং…

অসমত বান পৰিস্থিতি আজিও শোচনীয়ঃ ক্ষতিগ্ৰস্ত ২৫ লাখৰো অধিক লোক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : কিছু কিছু অঞ্চলত জলস্তৰ হ্ৰাস পাইছে যদিও আজি ২৬ জুনতো অসমৰ বান পৰিস্থিতি সংকটজনক হৈয়েই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত থকা কাছাৰ জিলাৰ শিলচৰ পৰিদৰ্শন…

চিকাৰী নিজেই হ’ল চিকাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : বিশালাকায় ভালুকটো দেখা মাত্ৰকে গুলি এৰিছিল চিকাৰীয়ে। সেই গুলি লগা মাত্রেই মাটিত লুটি খাই পৰে ভালুকটো। লৰচৰ কৰাও বন্ধ হৈ গৈছিল। ভালুকটো মৰিছেনে নাই, সেয়া নিশ্চিত হ'বলৈ ওখ ঠাইৰ পৰা নামি আহিল চিকাৰী। কিন্তু…

চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি

ডাঃ সুৰজিৎ গিৰি "ছাৰ আপুনি বিহহীন সাপৰ দংশন বুলি কৈছিল।এতিয়া দেখোন এওঁৰ উশাহ টানিব অসুবিধা হৈছে,লগতে ওঁঠ কেইটা ফুলি গৈছে।""তাৎক্ষণত হাস্পতাললৈ আহক।"ফোনটো থৈ ভাবিব ধৰিলো।কিয় এনেকুৱা হল।অতি উৎসুকতাৰে তেওঁলোকলৈ বাট চালোঁ।…

ফ্ল’ৰিডাত ধৰা পৰিল বিশ্ববৃহৎ মাইকী অজগৰঃ ওজন ৯৮ কিলোগ্ৰাম

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : শেহতীয়াকৈ গৱেষকৰ এটা দলে এটা মতা সাপ বিচাৰি যোৱাৰ সময়ত ফ্ল’ৰিডাত আটাইতকৈ ডাঙৰ বাৰ্মিজ অজগৰ বা বাৰ্মিজ পাইথন আৱিষ্কাৰ কৰিছে। গৱেষকসকলৰ মতে, সাপটোৰ শেষ আহাৰ আছিল এটা সম্পূৰ্ণ বগা ঠেংযুক্ত হৰিণ। ২১৫ পাউণ্ড…

বন্যাক্ৰান্ত পাঁচখন গাঁৱৰ তিনিশ ঘৰ লোকক সাহায্য় প্ৰদান তেজপুৰৰ মিলিজুলি মহিলা সমিতিৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ জুন : বান আক্ৰান্ত ৰাইজৰ দুখ - দুৰ্দশাৰ অৱসানৰ বাবে চৰকাৰ - প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি যিকোনো বান আক্ৰান্তৰ মাজত খাদ্য সামগ্ৰীকে ধৰি সাহায্য় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ মাজতে যিকোনো স্বেচ্ছাসেৱী সংগঠন আৰু…