Browsing Category
প্ৰকৃতি
ভয়াৱহ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : আফগানিস্তান আৰু পাকিস্তানত ভয়াৱহ ভূমিকম্পত কমপক্ষে ২৫৫ জনৰ মৃত্যু হৈছে বুলি জনাইছে সংবাদ সংস্থা ৰয়টার্ছে। মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি জনা গৈছে। ২১ জুনৰ পুৱা ৰিখটাৰ স্কেলত ৬.১ মাত্রাত কঁপি উঠিছিল…
মেকং নদীত বিশ্বৰ সৰ্ববৃহৎ মিঠাপানীৰ মাছঃ ওজন ৩০০ কিলোগ্ৰাম
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : মেকং নদীত ধৰা পৰিছে বিশ্বৰ সকলোতকৈ বৃহৎ মিঠাপানীৰ মাছটো। মেকং নদীৰ কাষত থকা কম্বোডিয়াৰ এখন গাঁৱৰ লোকসকলৰ পৰা পোৱা তথ্য অনুসৰি গৱেষকসকলে কোৱা মতে এতিয়ালৈকে ৰেকৰ্ড কৰা বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ মাছটোৰ…
জিলা উপায়ুক্তৰে পৰ্যালোচনা বৈঠকত খঙত অগ্নিশৰ্মা কিয় হ’ল মুখ্যমন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ জুনঃ বান পৰিস্থিতিক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক। জিলা উপায়ুক্তসকলৰ পৰা বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে। বহুকেইগৰাকী জিলা উপায়ুক্তৰ কাম-কাজত ক্ষুণ্ণ মুখ্যমন্ত্রী শৰ্মা।…
বৃষ্টিপাতঃ শুকুৰবাৰে মৌচিনৰামে নিজেই ভাঙিলে ৫৬ বছৰৰ অভিলেখ
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ জুন : দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলত এতিয়া অবিৰাম বৃষ্টিপাতৰ যেন প্ৰতিযোগিতাহে হৈছে ! পাহাৰ-পৰ্বত, ভৈয়াম ক'তো বাকী নাই। আজি প্ৰায় এমাহমানৰ পৰাই নিৰৱিচ্ছিন্ন ভাবে অহা মুষলধাৰ বৰষুণৰ পানীৰ ধলে এই অঞ্চলটোত এফালৰ পৰা…
ৰাভা দিৱসৰ প্ৰাকমুহূৰ্তত বানত ডুব গ’ল সৈনিক শিল্পীৰ সমাধিস্থল ‘সমন্বয় ক্ষেত্ৰ’
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯জুন: সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ২০ জুনৰ ৫৪ সংখ্যক স্মৃতি দিৱসৰ প্ৰাকমুহুৰ্তত তেজপুৰৰ গেৰিকীস্থ সমাধিস্থল সমন্বয় ক্ষেত্ৰ ডুব গৈছে বানত। উল্লেখযোগ্য যে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মৰাভৰলীৰ পাৰৰ এই…
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক – এবছু সভাপতি দ্বীপেন বড়ো
শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ১৯ জুন : সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগে ছানি ধৰিছে। বছৰৰ দ্বিতীয়টো বানে অসমৰ জনসাধাৰণৰক জুৰুলা কৰি পেলাইছে। অসমৰ এনে এটা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছো যে ভাৰত…
পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰাটো অবৈধঃ অভিযোগ পালে খোলাৰ ব্যৱস্থা কৰিব প্ৰশাসনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুনঃ নগৰ-মহানগৰত পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰি একাংশ লোকে ঘৰ দুৱাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাটো নতুন কথা নহয়।এনে এচাম আক্ৰোশী লোকৰ বাবেই নগৰ সমূহত বাৰিষা বন্ধ হৈ পৰে প্ৰাকৃতিক নলা- কালভাৰ্ট আদি। ফলত…
কৰিমগঞ্জ,হাইলাকান্দিত ভূমি স্খলনত নিহত দুই
প্ৰতিখন নদী বিপদ সীমাৰ ওপৰেৰে বৈ বিস্তীৰ্ণ অঞ্চল প্লাৱিত। বি এছ এফৰ কেইবাটাও কেম্প পানীৰ তলত। সীমান্তত সতৰ্কতা জাৰি
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৮ জুন:অবিৰাম বৰষুণৰ ফলত কৰিমগঞ্জত ওফন্দি উঠিছে নদ নদী খাল বিল সকলো। তাৰ মাজতে ঠায়ে ঠায়ে ঘটিছে…
লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী
লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী: বগলীজানত ৰঙা নদীৰ মথাউৰি বিপন্ন: লখিমপুৰত ৬৬ খন গাঁও বানৰ কবলত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ মাজতে লখিমপুৰ জিলাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত…
মাজুলীত কৃষিবান্ধ চিগি যোৱাত বিদ্যালয়তে আবদ্ধ ১৯ জনক উদ্ধাৰ
কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ◼️ অনিৰ্দিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ◼️সোৱণশিৰিৰ বাঢ়নি পানীয়ে কৃষি বান্ধ চিঙাৰ ফলত বালি জকাইবোৱা অঞ্চলত হাহাকাৰ পৰিস্থিতিশতাব্দ…
