Browsing Category

প্ৰকৃতি

শোণিতপুৰত ৯২খন গাঁৱৰ ২১সহস্ৰাধিক লোক বানত আক্ৰান্ত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭জুন: শোণিতপুৰৰ পাঁচটা ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলৰ মুঠ ৯২খন ৰাজহ গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে।আজি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে এই তথ্য।মুঠ ২১হেজাৰ ৫৫৪জন লোক বানৰ কবলত পৰাৰ বিপৰীতে জিলাখনত প্ৰশাসনে মাত্ৰ এটা আশ্ৰয়…

গুৱাহাটী-শিলচৰৰ মাজত পুনৰ বিশেষ বিমান সেৱাৰ ব্যৱস্থা

বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত। গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। টিকটৰ মূল্য ৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে। শতাব্দ…

তিনি দিন ধৰি কৃত্রিম বানত আৱদ্ধ মহানগৰীৰ জীৱন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ প্ৰকৃতিৰ ৰোষত পৰিছে গুৱাহাটী মহানগৰী। মুষলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন। গুৱাহাটীৰ ভিন্ন প্ৰান্তত এতিয়াও কেৱল পানী আৰু পানী।কৃত্ৰিম বানক লৈ গুৱাহাটী মহানগৰত নাজল-নাথল অৱস্থা। নেৰানেপেৰা বৰষুণৰ…

গুৱাহাটীবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান

গুৱাহাটীবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান। ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা... জৰুৰী কাম নাথাকিলে পৰাপক্ষত ঘৰৰ পৰা নোলাবলৈ আহ্বান। জলবন্দী লোকক হেল্প লাইনত যোগাযোগ কৰিবলৈ আহ্বান। জিলা প্ৰশাসনৰ যোগাযোগৰ…

পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান অৱনমিত হৈছে কিয়

পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ শোচনীয় ৰূপটো পুনৰ প্ৰকট হৈ উঠিছে শেহতীয়াকৈ প্ৰকাশিত এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিৱেদনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ Yale Centre for Environment Law & Policy আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ Centre for…

আজি বিশ্ব মহাসাগৰ দিৱসঃ জানো আহক বিষয়বস্তু আৰু তাৎপৰ্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : সাগৰ বা সমুদ্র হ'ল এই গ্রহৰ হাওঁফাওঁ। অন্ততঃ পৰিৱেশবিজ্ঞানীসকলে তেনেদৰেই কৈ আহিছে। কিন্তু ধাৰাবাহিক প্ৰদূষণ আৰু মানুহৰ নানা নেতিবাচক কাম-কাজৰ ফলত প্রতিনিয়ত সামুদ্রিক অঞ্চল আৰু বেছিকৈ বিপন্নতাৰ দিশে গতি কৰিছে।…

তিতাবৰত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী আটক, ১.৫০ কোটি মূল্যৰ খৰ্গ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত আৰক্ষীয়ে দুই চোৰাং ব্যৱসায়ীক আটক কৰাৰ লগতে ধৃত ব্যৱসায়ীৰ হাতৰ পৰা প্ৰায় ১.১৫৮ কেজি ওজনৰ এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী…

অৰুণাচলত পুনৰাৱিষ্কাৰ ‘লিপষ্টিক ট্ৰী অব ইণ্ডিয়া’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : ভাৰতীয় উদ্ভিদ জৰীপ বা Botanical Survey of India (BSI)ৰ গৱেষকসকলে এশ বছৰতকৈও অধিক সময়ৰ পাছত অৰুণাচল প্ৰদেশৰ দুৰ্গম আনজাও জিলাত পুনৰ আৱিষ্কাৰ কৰিছে এবিধ বিৰল প্ৰজাতিৰ উদ্ভিদ; যাক Indian lipstick plant বুলিও…

‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদান কৰিব নৰ্থ লখিমপুৰ কলেজে 

প্ৰকৃতি-সাহিত্য হিচাপে চিহ্নিত কৰিব পৰা নিৰ্দিষ্ট এখন প্ৰকাশিত গ্ৰন্থৰ বাবে ‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদানৰ ঘোষণা নৰ্থ লখিমপুৰ কলেজৰ। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষক গোষ্ঠী নেচাৰ্চ বেকনৰ লগত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া…

নিজৰ প্রজাতিৰ গান পাহৰিছে চৰায়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : আগতে পুৱাই উঠিলে শুনা যায় পখীৰ গান। এতিয়াও শুনিবলৈ পোৱা যায় অৱশ্যে; কিন্তু সকলোতে নহয়। ‘প্রচিডিংছ অব দ্য ৰয়েল ছচাইটি বি’ জার্নালত প্রকাশিত এক সমীক্ষা অনুসৰি, কিছু পুৰুষ চৰাই, যিবোৰ বিপন্ন প্রজাতিৰ…