Browsing Category

প্ৰকৃতি

৪০ বছৰ ধৰি লুকাচুৰিঃ অৱশেষত সন্ধান পালে পোহনীয়া কাছৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : মা হেৰালে মাক পোৱা নাযায়, কিন্তু কাছ (Turtle) হেৰালে? মনলৈ এই প্ৰশ্ন আহিব অলপ সময়ৰ বাবে হ'লেও, যেতিয়া আপুনি জানিব, ৪০ বছৰ পিছত হেৰাই যোৱা পোহনীয়া কাছ এটা বিচাৰি পালে এটা পৰিয়ালে। ঘটনাটো ঘটিছে ব্রাজিলৰ…

নীৰৱে নবছৰে ধৰাক সেউজীয়া কৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা তেজপুৰৰ বৰআটিৰ হৰি কৰুৱা

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ জুনঃ পৃথিৱীখনত যদি ভৱিষ্যতে সেউজীয়া গছ গছনিবোৰ নিঃশেষ হৈ যায় তেনেহলে তেতিয়া কি হ’ব! জীৱজন্তুবোৰ যেনেদৰে বিলুপ্ত হ’ব তেনেদৰে মানুহৰ ভৱিষ্যৎ প্ৰজন্মই বাৰু পিঠিত অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লগীয়া হ’ব নেকি! এনেবোৰ…

দুকুৰিত ভৰি থলে নেচাৰ্চ বেকনে

শৈলেন বৰুৱা অসমৰ অগ্ৰণী আৰু পুৰণি প্ৰকৃতি সংগঠন বুলিলে এটা নাম মনলৈ আহে- নেচাৰ্চ বেকন। সংগঠিত ভাবে কিছু লোকে "সংঘ"ৰ দৰে সামাজিক কাম কাজ কৰাৰ পিছত ১৯৮২ চনৰ ৪ জুনত গঠন কৰে "নেচাৰ্চ বেকন" । আৰম্ভণিতে ধুবুৰী জিলাত প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰে…

তেজপুৰৰ এখন বাঁহনি, এজাক বগলী আৰু এজন যুৱক…

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২জুন: তেজপুৰৰ বিভিন্ন অঞ্চলত পূৰ্বে এই সময়ত দেখা পোৱা গৈছিল জাক জাক বগলী। বিভিন্ন অঞ্চলৰ বাঁহনিত জাকে জাকে বগলীয়ে আশ্ৰয় লৈ এই সময়চোৱাতে পোৱালী জগাই ডাঙৰ কৰাটো এক সহজলভ্য দৃশ্য আছিল। কিন্তু এতিয়া তেজপুৰৰ…

৭ দশকৰ পিছত চিতা বাঘক আদৰিবলৈ ভাৰতত প্ৰস্তুতি তুংগত

শতাব্দ বিশেষ প্ৰতিনিধি, ১জুন : পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী (ঘণ্টাত ৮০ৰ পৰা ১৩০ কিলোমিটাৰ) প্ৰাণী চিতা বাঘৰ ভাৰতলৈ পুনৰাগমণৰ বাবে ঘৰ-দুৱাৰ সকলো ইতিমধ্যে সজাই-পৰাই তোলা হৈছে। পৰিকল্পনা অনুসৰি সকলো ঠিকেই থাকিলে এই বছৰৰ শেষৰ ফালে ভাৰতত চিতা বাঘৰ…

বিশ্ব ভাটৌ দিৱস আৰু কিছু তিক্ত অভিজ্ঞতা

যুগল বৰা আজি ৩১ মে', বিশ্ব ভাটৌ দিৱস। ২০০৪ চনৰ পৰা প্ৰথমে ইউৰোপীয় দেশসমূহত ভাটৌ চৰাই আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বাবে প্ৰস্তাৱ লোৱাৰ পাছৰ পৰা এই বনৰীয়া ভাটৌ চৰাই সঁজাত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা আনিবলৈকে মূলতঃ এই ভাটৌ দিৱস পালন…

আমাজনৰ অৰণ্যত প্রাচীন ৰহস্যময় নগৰ সভ্যতা

দাদুল দেৱকৃষ্ণ বৰুৱা আমাজনৰ গভীৰ অৰণ্যৰ আঁৰত লুকাই আছে প্রাচীন চহৰ। কিন্তু ইমান দিন কোনো মানুহে সন্ধান পোৱা নাছিল এই চহৰৰ। কিন্তু সম্প্রতি এই চহৰৰ সন্ধান পোৱা গৈছে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি। নতুন প্রযুক্তি ব্যৱহাৰ কৰি এই হেৰুৱা…

সক্ৰিয় দুই পৰিৱেশ কৰ্মীলৈ ২০২২ বৰ্ষৰ সন্মানীয় ‘Goldman Environmental Prize’

ৰাণু বৰুৱা, ২৯ মে' : প্ৰযুক্তি কৌশল আৰু আইন এই দুপাত অমোঘ অস্ত্ৰৰে যুঁজ দি লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ দুগৰাকী পৰিৱেশ যোদ্ধাই এহাতেদি ৰক্ষা কৰিছে এক বিশাল ক্ৰান্তীয় অৰণ্যাঞ্চল আৰু আনহাতে সাব্যস্ত কৰিছে নিজৰ সম্প্ৰদায়টোৰ ভূমিৰ জন্মগত…

গাড়ীৰ চকা, বিদ্যুতৰ খুঁটাত কিয় মূতে কুকুৰে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : বাটে পথে ঘূৰিলে প্ৰায় প্রতিদিনেই এনে কিছু ঘটনাৰ সাক্ষী হ'বলগীয়া হয়, যিবোৰৰ কাৰণ সকলো সময়তে জনা নাযায়। এই ধৰক, ঘৰৰ আশপাশে বা ৰাস্তাই ঘাটে লক্ষ্য কৰিলেই দেখা যায় যে, গাড়ীৰ টায়াৰ আৰু বিদ্যুতৰ খুঁটা; কুকুৰে…

গুৱাহাটীত বিচৰণ কৰা বনৰীয়া ম’হক টেংকুলাইজড কৰি গভীৰ বনাঞ্চলত মুকলি

গুৱাহাটী, ২৬ মে': গুৱাহাটী মহানগৰীত কালিৰে পৰা আতংকৰ সৃষ্টি কৰা বনৰীয়া ম'হটো আজি টেংকুলাইজড কৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয়। বন বিভাগৰ পূব কামৰূপ  সংমণ্ডলৰ অন্তৰ্গত গুৱাহাটী ৰেঞ্জ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু লতাশিল আৰক্ষী থানাৰ…