Browsing Category

প্ৰকৃতি

গুৱাহাটীত বিচৰণ কৰা বনৰীয়া ম’হক টেংকুলাইজড কৰি গভীৰ বনাঞ্চলত মুকলি

গুৱাহাটী, ২৬ মে': গুৱাহাটী মহানগৰীত কালিৰে পৰা আতংকৰ সৃষ্টি কৰা বনৰীয়া ম'হটো আজি টেংকুলাইজড কৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয়। বন বিভাগৰ পূব কামৰূপ  সংমণ্ডলৰ অন্তৰ্গত গুৱাহাটী ৰেঞ্জ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু লতাশিল আৰক্ষী থানাৰ…

সমুদ্ৰতলিৰ উপকাৰী ঘাঁহনিডৰা বিলুপ্তিৰ দিশে

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : লোকচক্ষুৰ আঁতৰত সমুদ্ৰতলিত হালি-জালি থকা ঘাঁহনিডৰা দেখাত অপতৃণ যেন লাগিলেও ই মানুহৰ বাবে অতিকৈ উপকাৰী বুলি গণ্য হৈছে। মেক্স প্লেংক ইন্সটিটিউট ফৰ মে'ৰাইন মাইক্ৰ'বায়'লজীৰ তৰফৰ পৰা চলোৱা এক অধ্যয়নত এই তথ্য…

জীৱ-জন্তু, মাছ,পখিলাৰে ভৰপূৰ হৈ আছে কলকাতা মহানগৰী, কেনেকৈ ?

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' : যোৱা ২২ মে তাৰিখে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো আন্তৰ্জাতিক জৈৱ বৈচিত্ৰতা দিৱস পালন কৰা হ'ল। কিন্তু দেশখনৰ ভিতৰত এই দিৱসটো অধিক অৰ্থবহ ভাবে উদযাপন কৰা হ'ল পশ্চিমবঙ্গৰ ৰাজধানী কলকাতা মহানগৰীত। সেইদিনা কলকাতাত…

১৯০ বছৰীয়া জনাথন আৰু বিশ্ব কচ্ছপ দিৱস

দাদুল দেৱকৃষ্ণ বৰুৱা ল'ৰালি কালত আমি সকলোৱেই কাছ আৰু শহাৰ দৌৰ প্রতিযোগিতাৰ কাল্পনিক গল্প শুনিছোঁ। য'ত শহাৰ তুলনাত অত্যন্ত ধীৰগতিৰ প্রাণী হৈয়ো জিকি যায় কাছ। যদিও, জীৱনকালৰ ফালৰ পৰা সকলোকে এক বাক্যত হৰুৱাই দিব পাৰে এই প্রাণীবিধে। যিসময়ত…

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস-২০২২.

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস-২০২ শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : প্ৰতি বছৰে ২২ মে’ত জৈৱ বৈচিত্ৰ্যৰ উদ্বেগ সম্পৰ্কে সজাগতা আৰু বুজাবুজিৰ বাবে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘই নিৰ্দিষ্ট কৰা এই দিৱসৰ…

এক পঞ্চমাংশ সৰীসৃপ বিলুপ্তিৰ আশংকাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : বিশ্বজুৰি প্ৰতি পাঁচটা সৰীসৃপ প্ৰজাতিৰ ভিতৰত এটাতকৈ অধিক সৰীসৃপ বিলুপ্তিৰ আশংকাত ভুগিছে। অধ্যয়ন কৰা ১০,১৯৬টা সৰীসৃপ প্ৰজাতিৰ ভিতৰত ২১% বিপন্ন, গুৰুতৰভাৱে বিপন্ন বা বিলুপ্তিৰ দুৰ্বল হিচাপে শ্ৰেণীভুক্ত কৰা…

অসমৰ বান পৰিস্থিতি : মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত আৰু চাৰিজন লোকৰ মৃত্যু হৈছে বানৰ ফলত। এই চাৰিজনৰ মৃত্যুৰ লগে লগে বৰ্তমান বাৰিষাৰ পূৰ্বে হোৱা বানপানী আৰু ভূমিস্খলনত হোৱা মৃতকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি…

গুৱাহাটীত প্ৰথমবাৰৰ বাবে সফলভাবে বৃক্ষ স্থানান্তৰ- প্ৰতিস্থাপন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে': প্ৰথমবাৰৰ বাবে বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সহযোগিতা কৰি আজি গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমিনগাঁৱৰ বায়’টেক পাৰ্ক চৌহদলৈ দুজোপা গছ স্থানান্তৰ কৰি সফলভাবে ৰোপণ কৰে। ২.৫ বছৰ বয়সৰ এজোপা আঁহত…

লখিমপুৰত মাত্ৰ ৮ টা দিনত অবিশ্বাস্য বৃষ্টিপাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে': প্ৰবল আৰু নেৰানেপেৰা বৰষুণে ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে লখিমপুৰত যোৱা ৮ টা দিনত অবিশ্বাস্য পৰিমাণৰ বৰষুণ হৈছে।আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰে জনোৱা মতে ১-১৯ মে'লৈকে উত্তৰ লখিমপুৰত…

অৰুণাচলত ‘হিমালয়ান বাৰ্ড কাউণ্ট’ নথিভুক্ত হ’ল ৭০টা প্ৰজাতিৰ চৰাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ মে' : অৰুণাচল প্ৰদেশত হিমালয়ান পক্ষী গণনাৰ (Himalayan Bird Count) সময়ত কমেও ৭০টা ভিন্ন প্ৰজাতিৰ চৰাই গণনা কৰা হয়। পশ্চিম প্ৰান্তৰ লাডাখৰ পৰা পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশলৈকে এয়াই প্ৰথমবাৰৰ বাবে…