Browsing Category
প্ৰকৃতি
ৰাঘৱপুৰাৰ ‘অৰণ্য মানৱ’ দুষাৰ্লা সত্যনাৰায়ণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : তেলেংগানাৰ সূৰ্যপেট জিলাৰ ৰাঘৱপুৰা গাঁৱত লাখ লাখ ফলমূলৰ গছৰে ভৰি আছে ৭০ একৰ এখন অৰণ্য। ইয়াৰে কিছুমান গছৰ বয়স ৫০ বছৰৰ অধিক আৰু কিছুমান যোৱা তিনিটা দশকত বাঢ়িছে। শতাধিক চৰাই আৰু কেইবাটাও প্ৰজাতিৰ বন্যপ্ৰাণীৰ…
সাগৰ তলিত লুকাই আছে চেনিৰ পাহাৰ ! বিজ্ঞানীয়ে পালে মিঠা সামুদ্ৰিক ঘাঁহৰ সন্ধান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : সাগৰৰ পানী লুণীয়া বুলিয়েই জানো আমি। কিন্তু এই লুণীয়া সলিলৰাশিৰ তলত যে মজুত থাকিব পাৰে চেনিৰ বিশাল ভাণ্ডাৰ, সেই কথা আমাৰ সপোনৰো অতীত আছিল। কিন্তু শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে সমুদ্ৰ তলিত মজুত থকা চেনিৰ…
বিপদৰ আগজাননী ! ভয়ানকভাৱে বৃদ্ধি পাব বৈশ্বিক তাপমাত্ৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : যদি কেতিয়াবা ভয়ঙ্কৰ গৰম তেন্তে কেতিয়াবা খুব ঠাণ্ডা। আকৌ বৰষুণ দিলেও দিয়ে অবিৰাম। পৰিৱেশৰ এই উঠা-নমা কিছু বছৰ ধৰি দেখা গৈছে। এনে হ'ব বুলি অৱশ্যে আগতেই আশঙ্কা প্রকাশ কৰিছিল পৰিৱেশবিদসকলে। বিশ্ব…
চলিত বছৰৰ বাৰিষা কালত গুৱাহাটীৰ শিক্ষানুষ্ঠানত ৩০০০গছ ৰোপণ কৰিব বনবিভাগে
গুৱাহাটী, ৯ মেঃ আজি গুৱাহাটী মহানগৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় চৌহদত বৃহৎ বৃক্ষৰোপণ অভিযানৰ অংশ হিচাপে পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জে পাঞ্জাবাৰী বন শিবিৰৰ অন্তৰ্গত বাঘৰবৰী প্ৰাথমিক বিদ্যালয় আৰু বাঘৰবৰী হাইস্কুলত ৪৫জোপা…
বিহালী সংৰক্ষিত বনাঞ্চলক ’’বিহালী বন্যপ্ৰাণী অভয়াৰণ্য’’ হিচাপে ঘোষণা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অৱস্থিত অসমৰ নৱগঠিত বিশ্বনাথ জিলাৰ বিহালীত ১৯১৭ চনত ব্ৰিটিছ প্ৰশাসনে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল (BRF)ক অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছ।…
পানী বিষয়ক আপোনাৰ মনৰ কথাবোৰ কব নেকি ?
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ জীৱকুল জীয়াই থাকিবৰ বাবে পানী অপৰিহাৰ্য। এই পানীক লৈ আমাৰ কবলগীয়া, জনাব লগীয়া আৰু জানিবলগা বহু কথাই আছে। কিছুসংখ্যক কথা বতৰা, কাহিনী, সাধু, গান আদি ইতিমধ্যে বিভিন্ন মাধ্যমত ভিন ভিন ৰূপত প্ৰকাশ পাইছে। কিন্তু…
গুৱাহাটী মেট্ৰ’ৰ শিক্ষানুষ্ঠানত বৃক্ষৰোপণ অভিযান আৰম্ভ বন বিভাগৰ
গুৱাহাটী, ৭ মেঃ বন বিভাগৰ (কামৰূপ পূব) অধীনৰ গুৱাহাটী ৰেঞ্জে হেঙেৰাবাৰী বীট কাৰ্যালয়ৰ অধীনত দিছপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৭ মেত ৫০ টা পুলি ৰোপণ আৰু বিতৰণ কৰি ৰেঞ্জৰ অধীনৰ গুৱাহাটী মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানসমূহত বৃক্ষৰোপণ অভিযান…
আৰু কিমান প্ৰদূষিত হ’ব ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ মতাপুং-মাগুৰি বিল
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মে’ : অইল ইণ্ডিয়া লিমিটেডৰ অকৰ্মণ্যতা আৰু চূড়ান্ত গাফিলতিৰ বাবে তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ৰূপে চিহ্নিত মতাপুং-মাগুৰি বিলৰ লগতে ইয়াৰ কাষৰীয়া জৈৱ…
সাৱধান বাণী স্বত্তেও বিশ্বত অব্যাহত বন ধ্বংস যজ্ঞ
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে' : বন-বননি ধ্বংসৰ বিৰুদ্ধে বিভিন্ন দেশত আইন-কানুন প্ৰণয়ন আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি পাইছে যদিও বিশ্বত বনাঞ্চল ধ্বংসৰ প্ৰকোপ কমক চাৰি বাঢ়িহে গৈছে। ২ মে'ৰ পৰা ৬ মে' লৈকে দক্ষিণ কোৰিয়াৰ ছিউলত…
অত্যাধুনিক ব্যৱস্থাৰে পক্ষী হত্যা কৰা চিকাৰীক গ্ৰেপ্তাৰঃ জেললৈ প্ৰেৰণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মেঃ বন্যজীৱ তথা চৰাইৰ সুৰক্ষাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰকৃতিপ্ৰেমীয়ে একত্রিত হৈ যুঁজ দি থকাৰ সময়তে কিছুমান বিবেকহীন মানুহৰ পৰিৱেশ বিনষ্ট কৰা কৰ্ম কাণ্ডই প্ৰকৃতিপ্ৰেমীৰ চকু কপালত উঠাইছে। নিতৌ ন ন উপায় অৱলম্বন কৰি…
