Browsing Category

শিক্ষা

উত্তৰ-পূৱৰ নেতৃত্বৰে তেজপুৰৰ বৰ্ণালী দেৱীৰ কৃতিত্ব

শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৯ জানুৱাৰীঃ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ বৰ্ণালী দেৱীৰ নেতৃত্বত উত্তৰ-পূৱৰ সাতখন ৰাজ্যৰ যোগদানৰ এক আশাব্যঞ্জক খবৰে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে। উল্লেখ্য যে,…

বগীনদীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

উত্তৰ লক্ষীমপুৰ, ২৮ জানুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত আজি বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা ,…

অসমত প্ৰথমবাৰৰ বাবে দৰং মহাবিদ্যালয়ত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ সজাগতা কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ জানুৱাৰীঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ সহযোগত আজি অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত বিভিন্ন পৰীক্ষাৰ ওপৰত জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।…

শংকৰদেৱ শিশু নিকেতন বাঁহপাতিত সাংস্কৃতিক নন্দন কানন কাৰ্যক্ৰম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৭ জানুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অন্তৰ্গত অসম শিশু শিক্ষা সমিতিৰ অধীনস্থ শংকৰদেৱ শিশু নিকেতন বাহপাতি আজাদৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গণৰাজ্য দিৱস উপলক্ষে জয়তু ভাৰতী জয়তু জননী শীৰ্ষক সাংস্কৃতিক…

জালিয়াতিৰে ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হ’ল উত্তৰ প্ৰদেশৰ যুৱতী সহ তিনি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জানুৱাৰী: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা শৈক্ষিক প্ৰমান পত্ৰত ন্যূনতম কাট অফ নম্বৰ ৩৫ৰ পৰা ৪০ সুবিধা জালিয়াতি কৰি ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষা অবতীৰ্ণ হবলৈ আহি আজি…

সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

গুৱাহাটী, ২৭ জানুৱাৰীঃ সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশনখনি সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়| অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ সংবিধান সংশোধনীকে ধৰি বিভিন্ন…

৩০ জানুৱাৰীত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ

গুৱাহাটী, ২৫ জানুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা আয়োজন কৰা হৈছে । ৩০ জানুৱাৰী তাৰিখে সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ২৩ জানুৱাৰীঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখন উদ্বোধন কৰে নাওবৈচা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ…

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা

গুৱাহাটী, ২১ জানুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০ জানুৱাৰীৰ দিনৰ ১২.৩০ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভাখনত সমল ব্যক্তি…

লখিমপুৰত গুণোৎসৱত অভিভাৱক মন্ত্ৰী অতুল বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২১ জানুৱাৰী ; কৃষি মন্ত্ৰী অতুল বৰাই আজি এদিনীয়া ভ্ৰমণ সূচী হাতত লৈ লখিমপুৰ জিলাত উপস্থিত হয়। উক্ত ভ্ৰমণ কালত লখিমপুৰৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বৰ্তমান জিলাখনত চলি থকা গুণোৎসৱ-২০২৩ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত…