Browsing Category
ট্ৰেণ্ডিং
৮ নৱেম্বৰত দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ ১০ নৱেম্বৰ গণনা
মনোনয়ন দিবলৈ অহা হাজাৰ হাজাৰ প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰত লখিমপুৰত তীব্ৰ যান-জঁট
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৭ অক্টোবৰঃ ৰাজ্য চৰকাৰে দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত লখিমপুৰ জিলাৰ মুঠ ৮টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিৰ পৰা…
অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তক অপ্ৰাকৃতিক আৰু অ বিজ্ঞান সন্মত আখ্যা বিশিষ্ট বুদ্ধিজীৱীৰ
তৰুণ অসম সংঘৰ "অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যা আৰু সমাধান" শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰঃ চৰকাৰে ক'লেই নহ'ব সত্যটোক আমি দাঙি ধৰিব লাগিব -ড° অৱনী কুমাৰ ভাগৱতীঃ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষা মাধ্যমৰ প্ৰাথমিক শিক্ষাত গুৰুত্ব…
কিশোৰৰ ৰং তুলিকাৰে মুখৰিত চিত্ৰলেখাৰ নগৰী তেজপুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৬ অক্টোবৰ : সংকল্প অসম শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ সমষ্টি সমিতিৰ উদ্যোগত জিলা সংগ্ৰহালয়ত, তেজপুৰ প্ৰাংগনত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনি সুকলমে সম্পন্ন
হৈ যায় । তলা বন্ধৰ সময় চোৱাৰ পিছত ডেৰ শতাধিক…
“ভূপেন হাজৰিকা কলাভূমি” ত সুৰীয়া আৰু সাংগীতিক অনুষ্ঠান “আমি একেখন নাৱৰে…
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৬ অক্টোবৰ :শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ "মাধৱদেৱ কলা নিকেতন" ৰ সহযোগত তেজপুৰৰ "ভূপেন হাজৰিকা কলাভূমি" ত অহা ৫ নবেম্বৰত সুধাকণ্ঠ, বিশ্ববন্দিত তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মৃত্যু…
বিত্তমন্ত্ৰী সীতাৰমনৰ আজৱ মন্তব্য— “টকা দুৰ্বল হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে”!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ অক্টোবৰ : বৰ্তমান ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে। এই শৰতৰ প্ৰায় প্ৰতিটো বাৰতেই নতুন অভিলেখ গঢ়িছে ভাৰতীয় মুদ্ৰাই। যোৱা সপ্তাহত ডলাৰৰ বিপৰীতে টকাৰ মূল্য সৰ্বকালৰ অভিলেখ গঢ়ি ৮২ টকালৈ নামি…
তেজপুৰৰ বিন্দুকুৰিত যাত্ৰীবাহী ৰে’লক আগচিলে বন্যহস্তীয়ে
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৬অক্টোবৰ: তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিত এটা প্ৰকাণ্ড বন্যহস্তীয়ে আগচি ধৰিছে ৰে’ল৷ ৰে’ল লাইনৰ ওপৰত আকোৰগোঁজ ভাবে অৱস্থান গ্ৰহণ কৰি যাত্ৰীবাহী ৰে’ল ৰখাই থোৱা গজৰাজে পাছত বিন্দুকুৰি অঞ্চলত এটা পৰিয়ালৰ বাসগৃহ ভাঙে৷ শীত…
ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা ( ফটো সংবাদ)
শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত বিশিষ্ট কথাশিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ
দুখীয়াৰ দুৱাৰত হাজিৰ হ’ব বেংক!ঃ দেশত ৭৫টা ডিজিটেল বেংকিং ইউনিট উদ্বোধন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ অক্টোবৰ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত বাজেটতে ঘোষণা কৰিছিল যদিও কাৰ্যকৰীকৰণত পলম হ'ল। অৱশেষত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশৰ ৭৫খন জিলাত ৭৫টা ডিজিটেল বেংকিং ইউনিট আৰম্ভ কৰে৷…
ঢেকিয়াজুলি আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে নিৰুদিষ্ট কিশোৰীক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: শোণিতপুৰৰ ঢেকিয়াজুলি আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰি আনিলে ঢেকিয়াজুলিৰ ডিব্ৰুদৰং হাটখলাৰ পৰা নিৰুদিষ্ট হৈ থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীক৷ উল্লেখ্য যে যোৱা ছয় অক্টোবৰত অঞ্জনা কিষাণ ৰঙাপৰাস্থিত বায়েকৰ ঘৰলৈ…
গীত-মাত-কথাৰে জীপাল তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় চৌহদত
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৫ অক্টোবৰঃ ন-পুৰণি ছাত্ৰৰ সমাহাৰ আৰু সামাজিক-সাংস্কৃতিক বিষয়ৰ বৌদ্ধিক চিন্তাৰ প্ৰকাশে আজি তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ দূৰ-দূৰণিৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয়…
