Browsing Category

ট্ৰেণ্ডিং

ন্যায়পালিকাত ৰাজনীতিঃ ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন আইন মন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰঃ ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে। এই সন্দৰ্ভত তেওঁ কয়— "কলেজিয়াম ব্যৱস্থাক লৈ দেশৰ জনসাধাৰণ সুখী নহয় আৰু সংবিধানৰ…

খড়গপুৰ আই আই টিত ফাইজানৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্ত দাবী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ আই আই টি, খড়গপুৰত অধ্যয়নৰত মেধাৱী ছাত্ৰজনৰ হোষ্টেলত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে পৰিয়ালৰ লোকে ৷ আজি তিনিচুকীয়াত অনুষ্ঠিত এক সংবাদমেলত মৃত…

অসম ৰাইফলছ চকাৰ ফুট বল একাদশ ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৮অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি তৃতীয় খন কোৱাটাৰ ফাইনেল খেল  অসম লাইফলছ চকাৰ ফুট বল একাদশ বনাম গ্ৰীণভেলী ফুট বল…

তিনিচুকীয়াত চি এম ই টিৰ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত নৰসিং পৱাৰৰ উপস্থিতিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি কিদৰে ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত…

দিল্লীত ইন্টাৰপলৰ সভাত উন্মোচন ১০০ টকাৰ মুদ্ৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰ : মঙলবাৰ, ১৮ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্টাৰপ'লৰ সাধাৰণ পৰিষদৰ ৯০ সংখ্যক বাৰ্ষিক বৈঠকৰ স্মৃতিত এটা স্মৃতি ডাক টিকট আৰু ১০০ টকাৰ মুদ্ৰা মুকলি কৰিছে। পিছলৈ উদ্বোধনী ভাষণত তেওঁ কয় যে…

ঘাৰমৰা সৰু সত্ৰৰ ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যুত শোক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাৰমৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ক্ষীৰকৃষ্ণ গোস্বামীৰ সহধৰ্মিনী চিত্ৰাৱতী গোস্বামীৰ যোৱা নিশা দেহাৱসান ঘটে৷ অঞ্চলটোৰ ধৰ্মপ্ৰাণা তথা সমাজসেৱিকা গোস্বামীয়ে মৃত্যুৰ সময়ত ৬ পুত্ৰ-বোৱাৰী,…

লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক-বিজ্ঞানীৰ মত বিনিময়

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পি এম কিষাণ সন্মান সন্মিলন এটি অনুষ্ঠানৰ আজি পোনপটীয়া সম্প্ৰচাৰৰ হৈ যায়। উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ…

চিকিম ফুটবল একাডেমী ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন কোৱাটাৰ ফাইনেল খেলত সুজাচেন ফুটবল অকাডেমী চিকিমে কেৰেলাৰ…

আই আই টি, খড়গপুৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি কেন্দ্ৰীয়…

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৭ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ হোষ্টেলত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি আজি তেওঁৰ দুৰ্ভগীয়া পিতৃ চেলিম আহমেদে কেন্দ্ৰীয় মন্ত্ৰী…