Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰত মহিলাক দলবদ্ধ বলাৎকাৰৰ ঘটনাঃ গ্ৰেপ্তাৰ- ৩
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত যোৱা ১১ অক্টোবৰৰ সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই বলাৎকাৰ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাৰ লগত জড়িত দুবৃৰ্ত্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ…
ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭৫ বৰ্ষপুতিত ব্ৰহ্মপুত্ৰত নৌকা চালনা অভিযান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৯ অক্টোবৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৪৯ নং অসম নৌ বাহিনী, শিৱসাগৰ; দলীয় মুখ্য কাৰ্যালয়, ডিব্ৰুগড় তথা উত্তৰ -পূৱ সঞ্চালকালয়, শ্বিলঙৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে…
বিপদৰ নাম ই-আৱৰ্জনাঃ এইবাৰ বাতিল হ’ব ৫৩০ কোটি ম’বাইল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : বৰ্তমান সমগ্ৰ বিশ্বতে ই-আৱৰ্জনা এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। ইলেক্ট্ৰনিক সঁজুলিত সীহ, চিলিকন, টিন, কেডমিয়াম, পাৰা, জিংক আদি বিভিন্ন ৰাসায়নিক পদাৰ্থ থাকে। যিবোৰে প্ৰকৃতিক বিভিন্ন প্ৰকাৰে প্ৰদূষিত কৰি…
জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ পৰিণতিঃ গুৰুতৰ বিপদত বিশ্বৰ আৰ্ধেক শিশু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : গ্ৰেটা থুনবাৰ্গৰ পৰা লেখক অমিতাভ ঘোষলৈকে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ ফলত হোৱা ক্ষতিৰ প্ৰতি অতিশয় চিন্তিত। তেওঁলোকে নিজৰ উদ্বেগ ব্যক্ত কৰি আহিছে। এনে নহয় যে বিভিন্ন স্তৰত এই সন্দৰ্ভত ইতিবাচক আলোচনা হোৱা…
শোণিতপুৰৰ শিঙৰী তিনিআলিত উচ্ছেদিত ব্যৱসায়ীৰ ক্ষতিপূৰণৰ দাবীৰে মৌন প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৮অক্টোবৰঃ বৰছলা বিধানসভা সমষ্টিৰ শিঙৰী তিনিআলিত প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকীসকলে আজি ক্ষতিপূৰণ তথা ব্যৱসায় প্ৰতিষ্ঠানৰ পুণৰ স্থাপনৰ দাবীত মৌন প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে অসম মালাৰ…
শোণিতপুৰ জিলা কৃষি বিভাগৰ দৃষ্টান্তমূলক পদক্ষেপ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ অক্টোবৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি দিনৰ ২ বজাৰ পৰা তেজপুৰৰ নিকটৱৰ্তী পক্ষীয়াঝাৰ নামঘৰ প্ৰাঙ্গণত বৰ্ণাঢ্য কার্যসূচীৰে কাতি বিহু উদযাপন কৰা হয়। অনুষ্ঠানত পৰম্পৰাগতভাৱে তুলসী তলত চাকিৰ পোহৰেৰে আলোকিত…
তেজপুৰত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৮অক্টোবৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি তেজপুৰ জিলা প্ৰশাসনে জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২ অক্টোবৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা এই মাৰাথনৰ…
সুৰীয়া – সাংগীতিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰৰ বাণ থিয়েটাৰৰ মঞ্চ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ অক্টোবৰঃ "মোৰ সুৰৰ অৰণ্যত সোণৰ হৰিণা জনী বিচাৰি নেপালোঁ মই," মোৰ স্বপ্ন মৌ প্ৰেমত নন ক্ৰেম, "তুমি দুচকুত কাজল ল'লে ডাৱৰে ডাৱৰে বিজুলী খেলে," ৰাতি বাঁহী বাই-আদি অতি মনপৰশা গীত, জনতাৰ শিল্পী দিলীপ চৌধুৰীৰ কন্ঠৰ…
ভাৰতত নিৰ্মাণ কৰা হ’ব নতুন ৰাইফল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰঃ ভাৰতীয় সেনাই বিশ্বৰ শীৰ্ষ ৫টা মিলিটাৰীৰ ভিতৰত স্থান লাভ কৰিছে আৰু চৰকাৰে নিজৰ শক্তি বৃদ্ধিৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। দীৰ্ঘদিন ধৰি ভাৰতীয় সেনাই অধিক শক্তিশালী ৰাইফল প্ৰয়োগ কৰাৰ পৰিকল্পনা…
২০০ কোটি বছৰ পুৰণি বিচ্ছুৰিত বৰ্ণালী পৃথিৱী পালেহি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰঃ এটা এটা তৰংগ। যি বিশ্বব্ৰহ্মাণ্ড, মহাকাশ, মহাকাশত কোটি কোটি বছৰ ধৰি গতি কৰি আহিছে। জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছিল GRB 21009A। ইয়াক উত্তৰ আকাশত ধনু ৰাশিৰ দিশৰ পৰা সৃষ্টি হোৱা বুলি কয়। কিন্তু ৯…
