Browsing Category
ট্ৰেণ্ডিং
আজিৰে পৰা আৰম্ভ বিষ্ণু জ্যোতি প্ৰাইজমানি ফুটবল
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নপাম ছিনিয়ৰ মাদ্ৰাছা হাইস্কুলৰ খেলপথাৰ আজিৰে পৰা অনুষ্ঠিত হোৱা ২৯ সংখ্যক বিষ্ণু জ্যোতি প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত…
ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰা মিনাক্ষী গোস্বামীক অসমীয়া ক্লাবৰ বিশেষ অভিনন্দন জ্ঞাপন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ অক্টোবৰ : তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবে আজি সন্ধিয়া ক্লাবৰ সদস্যা মিনাক্ষী গোস্বামীক ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰি ক্লাবৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত উষ্ম অভিনন্দন জ্ঞাপন কৰে…
তিনিচুকীয়াৰ বাৰেকুৰিত ৰাছিয়াৰ ৩ পৰ্যটকৰ উপস্থিতিত হলৌ দিৱসৰ লাইখুঁটা স্থাপন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ অক্টোবৰ : বিশ্বৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ অন্যতম হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে পালন কৰি অহা হৈছে বিশ্ব হলৌ দিৱস ৷ সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত…
অইল ইণ্ডিয়াই পৰাস্ত কৰিলে চিৰাঙক
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা চতুৰ্থ খন কোৱাটাৰ ফাইনেল খেল অইল ইণ্ডিয়া দুলীয়াজান বনাম চিৰাং ফেৰেংগা…
পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্বত পৰিৱেশ কৰ্মী!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : ছুইডেনৰ নতুন চৰকাৰে এগৰাকী জলবায়ু কৰ্মী বা পৰিৱেশবিদক জলবায়ু মন্ত্ৰী হিচাপে নিযুক্তি দিছে। ছুইডেনৰ এইগৰাকী মন্ত্ৰীৰ নাম ৰোমিনা পৌৰমাখতাৰী। কনিষ্ঠ মন্ত্ৰী হিচাপেও তেওঁ অভিলেখ গঢ়িছে। তেওঁৰ বৰ্তমান বয়স…
তেজপুৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে চিপিআই এম দলৰ মুকলি সভা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: য’দিহে দেশ তথা ৰাজ্যৰ শাসনৰ পৰা বিজেপিক ২০২৪আৰু ২০২৬ ত উৎখাত কৰা নহয় তেনেহলে দেশ আৰু ৰাজ্য ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব৷ বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছতে নিত্য ব্যৱহাৰ্য সামগ্ৰী আইনখন বাতিল কৰা কাৰ্যই…
লখিমপুৰত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান
উত্তৰ লখিমপুৰ, ১৯অক্টোৱৰঃ সমগ্ৰ জিলা খনৰ লগতে আজি লখিমপুৰ জিলাৰ পহুমৰাত ৰঙানদীৰ দলঙৰ সমীপত ভাৰত চৰকাৰে ঘোষণা কৰা স্বচ্ছ ভাৰত অভিযান-২.০ৰ অংশস্বৰূপে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ.গোট আৰু…
লখিমপুৰত মহিলাক দলবদ্ধ বলাৎকাৰৰ ঘটনাঃ গ্ৰেপ্তাৰ- ৩
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত যোৱা ১১ অক্টোবৰৰ সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই বলাৎকাৰ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাৰ লগত জড়িত দুবৃৰ্ত্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ…
ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭৫ বৰ্ষপুতিত ব্ৰহ্মপুত্ৰত নৌকা চালনা অভিযান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৯ অক্টোবৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৪৯ নং অসম নৌ বাহিনী, শিৱসাগৰ; দলীয় মুখ্য কাৰ্যালয়, ডিব্ৰুগড় তথা উত্তৰ -পূৱ সঞ্চালকালয়, শ্বিলঙৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে…
বিপদৰ নাম ই-আৱৰ্জনাঃ এইবাৰ বাতিল হ’ব ৫৩০ কোটি ম’বাইল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : বৰ্তমান সমগ্ৰ বিশ্বতে ই-আৱৰ্জনা এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। ইলেক্ট্ৰনিক সঁজুলিত সীহ, চিলিকন, টিন, কেডমিয়াম, পাৰা, জিংক আদি বিভিন্ন ৰাসায়নিক পদাৰ্থ থাকে। যিবোৰে প্ৰকৃতিক বিভিন্ন প্ৰকাৰে প্ৰদূষিত কৰি…
