Browsing Category

ট্ৰেণ্ডিং

ব্ৰজাৱলী ভাষাৰ সন্দৰ্ভত কৰ্মশালাৰ প্ৰস্তুতি 

গুৱাহাটী,২১ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২০ আৰু ২১ নৱেম্বৰত শংকৰী…

লখিমপুৰ মেডিকেল কলেজত পাৰ্কিং মাছুল সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ  সম্পূৰ্ণ অগণতান্ত্ৰিক ভাৱে জনবিৰোধী নীতিৰে লখিমপুৰ মেডিকেল কলেজ হাস্পতাল চৌহদত পাৰ্কিং কৰ সংগ্ৰহ কৰা কাৰ্যই লখিমপুৰবাসীক স্তম্ভিত কৰি তুলিছে৷ যাৰ বাবে বৃহস্পতিবাৰ আৰু আজি শুক্ৰবাৰে মেডিকেল কলেজ চৌহদত…

দেশৰ বিভিন্ন আই আই টিত লখিমপুৰৰ ৰেভ উইলিয়াম ৱাৰ্ড শিক্ষানুষ্ঠানৰ সাতজনকৈ ছাত্ৰৰ স্থান লাভঃ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰৰ অন্যতম শিক্ষানুষ্ঠান ৰেভ উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইবাৰ সাতজনকৈ ছাত্ৰই দেশৰ আগশাৰীৰ বিভিন্ন আই আই টি শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনৰ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সংহতি দিৱস পালন

উত্তৰ লখিমপুৰঃ ২০ অক্টোবৰঃ ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ ঘটনাৰ উপলক্ষে ৰাষ্ট্ৰীয় সংহতি দিৱস আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ দ্বাৰা এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ উদ্বোধন কৰে…

লখিমপুৰত দিব্যাংগ শিশুৱে প্ৰস্তুত কৰিছে মম, চাকি, ফুলদানি

উত্তৰ লখিমপুৰ ২০ অক্টোবৰঃ  লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত লখিমপুৰ শিক্ষা খণ্ডৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলৰ বাবে ৭দিনীয়া এক প্ৰাক কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী…

আই আই টিত মৃত্যু তিনিচুকীয়াৰ ফাইজানৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ছাত্ৰ সন্থা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ আজি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক…

তিনিচুকীয়াত ড্ৰাগছসহ ধৃত সৰবৰাহকাৰী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : তিনিচুকীয়া আৰক্ষীয়ে আজি গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত এক অভিযান চলাই চহৰখনৰ পৰ্বতীয়া অঞ্চলৰ পৰা মনোজ মল্লিক (৩৫) নামৰ এজন ব্যক্তিক ড্ৰাগছ সৰবৰাহৰ সন্দেহত আটক কৰে । ধৃত সৰবৰাহকাৰী মল্লিকৰ পৰা…

বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা

জামুগুৰিহাট : ২০ অক্টোবৰঃ বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ চতিয়া আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰ আলি নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰে দৌৰি পলাবলৈ লওতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ অপহৰণৰ গোচৰত অভিযুক্ত জাগিৰ আলি ৷…

আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয় বিজয়ী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ২০ অক্টোবৰ : টি এম পি কে লখিমপুৰ জিলা সমিতিৰ কাঙ্কিন কেবাং উদযাপনৰ সোণালী জয়ন্তী উপলক্ষে উত্তৰ লখিমপুৰ নগৰ সমিতিৰ উদ্যোগত যোৱা ১৮ অক্টোবৰ মঙ্গলবাৰে আয়োজন কৰা আন্তঃ মহাবিদ্যালয় ফুটবলৰ চূড়ান্ত প্ৰতিযোগিতাত উত্তৰ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিঙৰ নামত মাচুল সংগ্ৰহক লৈ ব্যাপক প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২০ অক্টোবৰ ; লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিংৰ নামত হাস্পতালৰ চৌহদৰ বিভিন্ন এলেকাত গুৱাহাটীস্থিত চলিউচন নৰ্থ ইষ্ট নামৰ এটা কোম্পানীয়ে মাচুল সংগ্ৰহক কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই…