Browsing Category

ট্ৰেণ্ডিং

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ ফাইনেল খেল কাইলৈ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত চলি থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত খেল নিশা অনুষ্ঠিত হয় অসম ৰাইফলছ চকাৰ ফুটবল একাদশ বনাম অইল ইণ্ডিয়া…

গুগলক ভাৰতত ১৩৩৮ মিলিয়ন টকা জৰিমনা! কোম্পানীটোৱেও সকীয়ালে ভাৰতক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : কেন্দ্ৰৰ ক্ষোভৰ কবলত পৰিল প্ৰযুক্তি কোম্পানী গুগল। কম্পিটিচন কমিছন অব ইণ্ডিয়া বা চিচিআয়ে জৰিমনা বিহিছে বিশ্বৰ ভিতৰতে অন্যতম জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলক। যোৱা ২০ অক্টোবৰত কেন্দ্ৰৰ অধীনস্থ নেচনেল…

ইটালীয়ে পালে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : ইটালীত এক নতুন যুগৰ সূচনা হৈছে। এইবাৰ দেশখনে এগৰাকী মহিলা প্ৰধানমন্ত্ৰী পাইছে। ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে জৰ্জিয়া মেলোনীয়ে। কেৱল সেয়াই নহয়, মেলোনীয়ে সেই দেশত আন এক…

অবিশ্বাস্য! বিনা চাৰ্জত ৩০০০ কিলোমিটাৰ চলিব টেছলাৰ ইলেক্ট্ৰিক গাড়ী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : বৰ্তমান সময়ত সকলোতে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পাইছে। সেইবাবেই সকলোৱে সেই মূল্যবৃদ্ধিৰ পৰা মুক্তি পাবলৈ বিকল্প উপায় বিচাৰিছে। কেৱল সেয়াই নহয়, বৰ্ধিত ইন্ধনৰ মূল্যৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বহু লোক…

আহি আছে পৰৱর্তী মহামাৰী ! উৎস— হিমবাহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : কৰ’না ভাইৰাছে মানুহক উপলব্ধি কৰাইছে যে যিকোনো দিনতেই এই পৃথিৱীত যিকোনো ঘটনাই ঘটিব পাৰে। এটা ভাইৰাছে সমগ্ৰ মানৱ জাতিক প্ৰায় দুবছৰ গৃহবন্দী কৰি ৰাখিছিল। Covid-19ৰ আগমনৰ পূৰ্বে এই পৰিস্থিতি মানুহৰ বাবে…

তেজপুৰত হেৰ’ইন সহ এজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ২১ অক্টোবৰঃ শোণিতপুৰ আৰক্ষীয়ে আজি সন্ধিয়া বাৰঘাট থানাৰ অন্তৰ্গত ৰূপকুৰীয়া গাঁৱত চলোৱা এক অভিযানত হেৰ’ইন সহ এজন লোকক গ্ৰেপ্তাৰ কৰে৷ স্হানীয় বৰঘাট আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত উমৰ আলি(৩০) নামৰ  যুৱকজনৰ ঘৰত…

তেজপুৰত ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক “পকী” আৰু কলাগুৰুৰ সমাধি “সমন্বয়…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, শোণিতকোঁৱৰ গজেন বৰুৱা আদি জাতীয় জীৱনৰ পুৰোধা শিল্পীসকলৰ অনুভৱ-অনুভূতি আৰু জীৱনাদৰ্শক সকলো লোকে হৃদয়ংগম…

তেজপুৰত গণিত শিক্ষায়তনৰ বিশেষ পদক্ষেপ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ অসম  গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সহযোগত অসম গণিত শিক্ষানুষ্ঠানে ‘গণিত প্ৰসাৰ অভিযান’ৰ কালি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় প্ৰাঙ্গনত শুভাৰম্ভ কৰে৷ বিদ্যালয়ৰ অধ্যক্ষা ভাৰতী…

তেজপুৰৰ ডেকাৰগাঁও ৰে’ল ষ্টেচনত চিণ্ডিকেট

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১অক্টোবৰ: তেজপুৰৰ ডেকাৰগাঁও ৰে’লষ্টেচনত যোৱা দীঘলীয়া সময়চোৱাত চলি আহিছে এক চিণ্ডিকেট৷একোখন ছয় চকীয়া ট্ৰাকে প্ৰতিবাৰ সামগ্ৰী কঢ়িওৱাৰ সময়ত এই চিণ্ডিকেট চক্ৰটোক আদায় দিব লাগে এহেজাৰ টকা আৰু সৰু সৰু বাহন সমূহে এবাৰত…

লখিমপুৰলৈ ৰেলেৰে সৰবৰাহ হয় ড্ৰাগছ-গাঞ্জা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাই চৌদিশ ছানি ধৰিছে৷ এনে বৰবিহৰ কবলত পৰি অকালতে বহু নৱ প্ৰজন্ম যুৱকে প্ৰাণ হেৰুৱাৰ লগতে বহু পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনিছে৷ লখিমপুৰ…