Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” কেন্দ্ৰৰ শুভাৰম্ভ
সজাগতাৰ অভাবৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে - মৃন্ময়ী বৰুৱা, সচিব, দ্বীপশিখা
এই কেন্দ্ৰই শোণিতপুৰৰ লগতে উত্তৰ পাৰ আৰু অৰুণাচলৰ কৰ্কটৰোগীকো উপকৃত কৰিব - দেৱ কুমাৰ মিশ্ৰ, উপায়ুক্তশতাব্দ প্ৰতিনিধি,…
তিনিচুকীয়াত শিক্ষাব্ৰতী কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ অক্টোবৰ : তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ সহযোগত আজি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ…
তেজপুৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩অক্টোবৰ: তেজপুৰ বিধানসভা সমষ্টিৰ ডেকাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাড়ীগাঁৱত সমষ্টিত স্হানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই কালি জল জীৱন মিছনৰ এখন খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ এক…
শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান
শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ
ভাষা এটাৰ ওপৰত আইন আধিপত্যবাদী আক্ৰমণ চলি থাকিলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয় – শংকৰ শইকীয়া
১৮৩৬ চনৰ পৰা ১৮৬ বছৰে মাত মতা অসমীয়াই নিজৰ ভাষা ৰক্ষাৰ বাবে মাত মাতিবলৈ সংকোচ কৰা উচিত নহয়
উঠি অহা প্ৰজন্মক সঠিক পথ নিৰ্দেশনাৰে ভাষাৰ সুৰক্ষাৰ বাবে একত্ৰিত ভাবে আগবঢ়াই নিব লাগিব - বৃন্দাবন গোস্বামী
বিশিষ্ট শিক্ষাবিদ-লেখক উত্তম চন্দ্ৰ…
দেৱালীঃ মাটিয়ে য’ত চাকি- কালীৰ ৰূপ লয়…. (ফটো সংবাদ)
দেৱালী আৰু কালীপূজাৰ প্ৰাকক্ষণত কালী মূৰ্তিত শেষ স্পৰ্শ মৃন্ময় শিল্পীৰ, মাটিৰ চাকি নিৰ্মাণত ব্যস্ত মহিলা শিল্পী। এই দৃশ্য বজালীৰ দেনাৰটাৰিৰ পালপাৰাৰ...আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান
গুৱাহাটী, ২২ অক্টোবৰ : বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। আজি এক শোকবাৰ্তাত মন্ত্ৰী মহন্তই…
৫৩ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ “হাতীবন্ধু”
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২২ অক্টোবৰ : দেশৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰামা শিতানত নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ "হাতী বন্ধু" । অহা নবেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা গোৱাত এই…
গৃহৰক্ষীৰ ৬ মহীয়া চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক আহ্বান
লখিমপুৰত জোৱানৰ সংবাদমেল ঃশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ অক্টোবৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ চলিত মাহত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গৃহৰক্ষী…
তেজপুৰৰ বিহগুৰিত গঁড়ৰ চফৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি অঞ্চলত এটা গঁড়ৰ আৱিৰ্ভাৱে বৃহত্তৰ বিহগুৰি অঞ্চলত হুৱাদুৱাৰ সৃষ্টি কৰে৷ আজি দিনৰ প্ৰায় ১১বজাত ভালুকেখোৱা অঞ্চলৰ প্ৰয়াত লক্ষেশ্বৰ নাথৰ ঘৰৰ পিছফালে এটা মেৰত গঁড়টোৱে আশ্ৰয় লৈ থকা দেখা…
