Browsing Category
ট্ৰেণ্ডিং
বিঞ্চু জ্যোতি সোঁৱৰণী ফুটবল:সঞ্জীৱনী নগাঁও ছেমিত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেল পথাৰত অনুষ্ঠিত ২৮সংখ্যক বিষ্ণু জ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা অন্তিম খন কোৱাৰ্টাৰ ফাইনেল খেলত সঞ্জীৱন…
কতীয়া বৰষুণে উৎপাদন হ্ৰাস কৰিব ধানৰ:তেজপুৰত কৃষকৰ দুচিন্তা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: কালিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণে পুনৰ এবাৰ বিপদত পেলাইছে ৰাজ্যৰ কৃষক সকলক৷ ৰাজ্যত অধিক পৰিমাণত হোৱা ৰঞ্জিত ধানৰ খেতি কাতি মাহৰ বৰষুণৰ ফলত ইতিমধ্যেই ক্ষতিৰ সন্মুখীন হৈছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ বিভিন্ন…
তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪ অক্টোবৰঃ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত যোৱা নিশা প্ৰায় ১১-৩০বজাত তিনিটা বনৰীয়া হাতীৰ আৱিৰ্ভাৱে অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তোলে৷ বিহগুৰিৰ কমাৰচুবুৰী আৰু পিঠাখোৱা অঞ্চলত প্ৰবেশ কৰে হাতী তিনিটাই৷ পিঠাখোৱা বৰনামঘৰ সংযোগী…
আফ্ৰিকাত আৱিষ্কাৰ বিশ্বৰ সৰ্ববৃহৎ গোলাপী হীৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : আফ্ৰিকাত পোৱা বিশ্বৰ আটাইতকৈ ডাঙৰ বিৰল গোলাপী ৰঙৰ হীৰাই আটাইতকৈ ডাঙৰ হীৰা নে আটাইতকৈ ডাঙৰ হীৰাবোৰৰ ভিতৰৰ এটুকুৰা সেই সম্পৰ্কে বিশেষজ্ঞসকলৰ মাজত মতানৈক্য আছে। কিন্তু এটা কথা সকলোৱে নিশ্চিত যে যোৱা ৩০০…
বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী-অভিনেতা গুণাকৰ দেৱগোস্বামীক প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব…
উন্মোচন হ'ব বৃহৎ কলেবৰৰ সোঁৱৰণী গ্ৰন্থ - "সব্যসাচী"
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ :তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, লেখক, অভিনেতা, সুবক্তা, অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ অহা ২৯ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে…
মহাকাশলৈ ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : দীপাৱলীৰ আগেয়েই ২৩ অক্টোবৰত পোহৰ হ'ল ভাৰতৰ আকাশ। মহাকাশ গৱেষণাত ভাৰতৰ মুকুটত সংযোজন কৰিলে আন এটুকুৰা মুকুতা। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ৩৬টা উপগ্ৰহৰে প্ৰক্ষেপ কৰা হ'ল…
মুক্তিৰ পূৰ্বেই তেজপুৰৰ শিৱম ক্ৰিয়েশ্যনৰ দ্বাৰা নিবেদিত চলচ্চিত্ৰ “অনুৰ” এ কঢ়িয়ালে বিশেষ…
মঞ্জুল বৰুৱা পৰিচালিত মুম্বাইৰ প্ৰসিদ্ধ ৰজত কাপুৰ, ডাঃ জাহানাৰা বেগম অভিনিত চলচ্চিত্ৰখনৰ সকলো কুশীলৱলৈ শুভেচ্ছাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আন এক আশাৰ বতৰা কঢ়িয়াই তেজপুৰৰ পৰা শিৱম ক্ৰিয়েচনৰ…
অসম ৰাইফলছ চেম্পিয়ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪অক্টোবৰ: অসম ৰাইফলচ একাদশে ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰিছে। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ দ্বাৰা পৰিচালিত যোৱা ১৩অক্টোবৰৰ পৰা তেজপুৰ পল' গ্ৰাউণ্ডত…
উত্তৰ লখিমপুৰত দেৱালীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি তৈয়াৰ কৰিব সূতা-সাৰ
উত্তৰ লখিমপুৰ, ২৪ অক্টোবৰঃ দীপাৱলীৰ উপলক্ষে বেছিভাগ হিন্দু পৰিয়ালে নিজৰ ঘৰ, কাৰ্যালয়, দোকান ফুল, চাকি, কল আৰু কলৰ পাতেৰে সজাই তোলে। দোকানৰ সন্মুখত আৰু ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কল গছ ৰখাটো উৎসৱৰ বতৰত শুভ বুলি বিবেচনা কৰা হয়। তাৰ বাবে…
বিলাতৰ গাদীত আমাৰ দেশৰ ‘ঋষি’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : মচনদৰ একেবাৰে দুৱাৰমুখতে আছে ঋষি সুনক। কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন, যাৰ সৈতে তেওঁ কঠিন যুঁজ কৰিব লাগিলেহেঁতেন, তেওঁ মনোনয়ন দাখিল কৰা নাই। হঠাৎ এক আনুষ্ঠানিক বিবৃতিত তেওঁ কয় যে তেওঁ ব্ৰিটিছ…
