Browsing Category

ট্ৰেণ্ডিং

চৰকাৰৰ বিৰুদ্ধে টিউটৰ শিক্ষকঃ  শীঘ্ৰে আন্দোলনত নামিব 

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ লখিমপুৰ নগৰৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উজনি অসমৰ টিউটৰ, কৰ্মচাৰীসকলৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ এই সভাতে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এই টিউটৰ শিক্ষকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অচিৰেই…

অপৰাধৰ দমনৰ বাবে ভাৰতীয় অট’ হ’ব ব্ৰিটিছ আৰক্ষীৰ আহিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : সমগ্ৰ বিশ্বৰ আৰক্ষী বাহিনীয়ে অপৰাধীক সফলতাৰে খেদিবলৈ তীব্ৰবেগী বাহন ব্যৱহাৰ কৰাৰ বিপৰীতে ব্ৰিটিছ আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ তিনিচকীয়া ভাৰতীয় অট'ৰ ওপৰত নিৰ্ভৰ কৰে। যুদ্ধকালীন অপৰাধৰ সৈতে…

মহাকাশত ভাৰতীয় বিজ্ঞানীৰ অভূতপূৰ্ব আৱিষ্কাৰ! স্তম্ভিত সমগ্ৰ বিশ্ব

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : অসীম বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতে লুকাই আছে গভীৰ ৰহস্য। বছৰ বছৰ ধৰি বিজ্ঞানীসকলে এই ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে। এনে ক্ষেত্ৰত প্ৰায়ে কিছুমান তথ্য বিজ্ঞানীসকলৰ মাজলৈ আহে যিবোৰে সকলোকে আচৰিত…

ৰাতিপুৱা হাৰ্ট এটেক হয় কিয়? পুৱাৰ ভাগত মৃত্যুৰ ফান্দ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : তেতিয়াও ৰাতিপুৱা হোৱা নাছিল। ৰাতিপুৱাৰ পোহৰ মাথোঁ ওলাবহে। সাৰ পাই উঠাৰ লগে লগে চৰাইবোৰে খিকিন্দালি কৰি আছিল। চাৰিওফালে শান্ত, কোমল ভাব। মানৱ সভ্যতাৰ বেছিভাগেই এতিয়াও গভীৰ টোপনিত আছে। কিন্তু আপুনি…

জীয়াভৰলীৰ প্ৰৱল খহনীয়াত জাহ গ’ল তেজপুৰ বিশ্ববিদ্যালয় সুৰক্ষাৰ জিঅ’ বেগ আঁচনি

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬অক্টোবৰ: ৰঙাপৰা বিধানসভা সমষ্টিৰ চামধৰা গাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলত জীয়াভৰলী নৈৰ প্ৰৱল খহনীয়াই কাষৰীয়া অঞ্চল সমূহলৈ বিপৰ্যয় কঢ়িয়াই আনিছে৷ ধাৰাবাহিকভাবে গৰাখহনীয়া অব্যাহত থকাত কোৰকানি, বিহিয়াগাঁও, চামধৰা আৰু নতুন…

বিষ্ণু-জ্যোতি সোঁৱৰণী ফুটবল কেৰালাৰ লুক্কাচকাৰ ফাইনেলত

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৬অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিঞ্চুজ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত কেৰালাৰ লুক্কা চকাৰ ক্লাৱে…

তিনিচুকীয়াত জুৱাৰীৰ আক্ৰমণত আহত আৰক্ষী : বাহন ক্ষতিগ্ৰস্ত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ অক্টোবৰ : এফালে অবৈধ সুৰা, নিষিদ্ধ ড্ৰাগছৰ অবাধ পয়োভৰ আৰু আনফালে দুষ্কৃতিকাৰীৰ তাণ্ডৱ ৷ অৰাজক তিনিচুকীয়া বৰ্তমান আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত বুলি ক’লেও বঢ়াই কোৱা নহ’ব ৷ নিষেধাজ্ঞা উলংঘা কৰি আতচবাজীৰ বিকট শব্দই…

বগীনদী উন্নয়ন খণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ অন্তৰ্গত বগীনদী উন্নয়নখণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত এতিয়া অবাধ দু্‌ৰ্নীতি চলিছে৷ চৰকাৰে আগবঢ়োৱা উন্নয়নৰ ধন একাংশ পঞ্চায়ত প্ৰতিনিধি, উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীয়ে মিলি…

লখিমপুৰত ভোৰতাল, দেওধনিৰ চাৰিদিনীয়া প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ , ২৬ অক্টোবৰ : লখিমপুৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ে ভোৰতাল আৰু দেওধনি নৃত্যৰ সকলোৰে বাবে মুকলি চাৰিদিনীয়া এটি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে নতুন শিক্ষাবৰ্ষত এটি নতুন শাখা শ্ৰেণীৰ মুকলি কৰিছে বিদ্যালয়খনিয়ে। সত্ৰীয়া…

ৰঙানদীত  নীপকোৱে এৰা পানীয়ে উটুৱাই নিলে ৩৫খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা দুখনকৈ দলং

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পানীগাঁও অঞ্চলৰ নিচেই সমীপৱৰ্তী আমতলাত এতিয়া ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে৷ নীপকোৱে ৰঙানদীত এৰি দিয়া বিশাল জলৰাশিৰ বাবেই এই সমগ্ৰ অঞ্চলটোত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি…