Browsing Category
ট্ৰেণ্ডিং
টেমচুলা আওৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২৮ অক্টোবৰঃ বিশিষ্ট লেখিকা, কবি তথা উ.পূ. পাৰ্বত্য বিশ্ব বিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক পদ্মশ্ৰী ড° টেমচুলা আওক আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ তৰফৰ পৰা স্মৰণ কৰা হয়। সেই অনুষ্ঠানৰ বাবে ইংৰাজী বিভাগৰ সৌজন্যত…
তেজপুৰৰ পদুমপুখুৰীৰ দলঙৰ পৰা পানীলৈ জাঁপ মহিলাৰঃ কথমপি প্ৰাণ ৰক্ষা
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৮অক্টোবৰ: তেজপুৰ চহৰত থকা ঐতিহ্যমণ্ডিত পদুমপুখু্ৰীৰ মাজত থকা তথা দৰ্শনাৰ্থী ফুৰিব পৰা দলংখনৰ মাজৰ পৰা আজি এগৰাকী মহিলাই পুখুৰীটোৰ পানীত জাঁপ দিয়ে৷ অৱশ্যে প্ৰত্যক্ষদৰ্শীৰ বাবে মহিলাগৰাকীৰ প্ৰাণ কোনোমতে ৰক্ষা পৰে৷…
নীলপৱন বৰুৱাৰ বিয়োগত তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ শোক প্ৰকাশ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৮অক্টোবৰ: অসমৰ স্বনামধন্য চিত্ৰশিল্পী তথা অদম্য প্ৰেমিক নীলপৱন বৰুৱাৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ সভাপতি হৰিনাৰায়ণ দাসে গভীৰ শোক প্ৰকাশ কৰি কয়…
তেজপুৰত অহা ১২ নবেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৮ অক্টোবৰঃ ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সঙ্গতি ৰাখি শোণিতপুৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১২ নবেম্বৰত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন তথা আবকাৰী গোচৰ, ফৌজদাৰী গোচৰ…
গেৰুকামুখত ভয়ংকৰ ৰূপত বালিয়া পাহাৰৰ লগত খহি আছে প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি
দিল্লীৰ পৰা আহিছে ভূ-তত্ত্ববিদৰ দলঃ ২০০০ মেগাৱটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰাক লৈ বিপাঙত এন এইচ পি চি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ অক্টোবৰঃ পুনৰ অঘটন সংঘটিত হৈছে গেৰুকামুখত৷ এইবাৰ ভয়ংকৰ ৰূপত গেৰুকামুখৰ বালিয়া পাহাৰৰ লগত…
২০২১ চনত উৰ্ধগামী যক্ষ্মা ৰোগীৰ সংখ্যা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : বিশ্ব স্বাস্থ্য সংস্থাই ২০২১ চনত বিশ্বত যক্ষ্মা ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা সন্দর্ভত এক প্রতিবেদন প্রকাশ কৰিছে৷ এই প্ৰতিবেদন অনুসৰি ভাৰতৰ অৱস্থা আতংকজনক। বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল টিভি ৰিপ’ৰ্ট…
‘এক দেশ, এক আৰক্ষী!’ জাতীয় ঐক্যৰ স্বাৰ্থত ‘এক ইউনিফৰ্ম’ৰ দাবী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : দেশৰ আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু তাৰ বাবে জাতীয় ঐক্যক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। ২৮ অক্টোবৰত নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দাবী কৰে। তেওঁ কয় যে আইন-শৃংখলা বজাই…
জিনীয়ভাৱে পৰিৱৰ্তিত শস্যৰ পৰীক্ষা-নিৰীক্ষাত ভাৰতৰ অগ্ৰগতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : কৃষি বিজ্ঞানৰ উন্নতিৰ দিশত আন এক পদক্ষেপ। পৰিৱেশ মন্ত্ৰালয়ৰ জেনেটিক ইঞ্জিনিয়াৰিং মূল্যায়ন সমিতি বা GEAC-এ DMH বা ধাৰা সৰিয়হ হাইব্ৰিড-১১ প্ৰস্তুত কৰিছিল। ইয়াৰ লগে লগে ভাৰতে প্ৰথমটো জিনীয় পৰিৱৰ্তিত…
তিনিচুকীয়াত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটালে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ অক্টোবৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে আজি তিনিচুকীয়া জিলাৰ মাকুমৰ লাংকাচি গাঁৱত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটাই দিয়ে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে আজি…
নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত শোক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ আজি অভিনেতাজনৰ মৃত্যুত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা…
