Browsing Category
ট্ৰেণ্ডিং
উপবাসৰ বিপদ! মহিলাসকলৰ বাবে সতৰ্কবাণী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : বহু পুষ্টি বিশেষজ্ঞই ওজন কমাবলৈ মাজে মাজে উপবাস বা Intermittent Fasting কৰাটো অন্যতম ফলপ্ৰসূ উপায় হিচাপে পৰামৰ্শ দিয়ে। এই ধৰণৰ খাদ্যত এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰে আৰু তাৰ পিছত…
বিচাৰি পোৱা গ’ল ‘চান্টাক্লজ’ৰ সমাধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : অৱশেষত ‘চান্তাক্লজ’ বা চেন্ট নিকোলাছৰ সমাধি বিচাৰি পোৱা গ'ল। চতুৰ্থ শতিকাৰ খ্ৰীষ্টান সাধুজন ছান্টাক্লজৰ চৰিত্ৰৰ আঁৰৰ প্ৰেৰণা আছিল, যিজনক আধুনিক কালত বৰদিনৰ সময়ত শিশুক উপহাৰ যোগান ধৰা ‘চান্টাক্লজ’ নামেৰে…
ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰিকল্পনা নাইঃ ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পুটিনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকিব। মস্কোত আন্তঃৰাষ্ট্ৰীয় কূটনীতি বিশেষজ্ঞসকলৰ এখন বৈঠকত তেওঁ কয়— "ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক…
আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে চলাচল আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮ অক্টোবৰঃ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই পহিলা নৱেম্বৰৰ পৰা তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে যাতায়াত আৰম্ভ হ’ব৷ আনহাতে সেই দিনাৰ পৰাই ১৯৮৭ত মুকলি কৰা কলীয়া ভোমোৰা দলংখনৰে সকলো…
নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা তেজপুৰৰ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত বিশেষ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ অক্টোবৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ অবিসম্বাদী অভিনেতা নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা, পুৰোধা শিল্পী গৰাকীৰ বাসগৃহৰ কাষৰে কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক - শিক্ষাৰ্থীয়ে আজি বিদ্যালয়খনতে একালৰ…
তিনিচুকীয়াত নিপন গোস্বামী, নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ অক্টোবৰ : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা তিনিচুকীয়াৰ অন্যান্য সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আজি সন্ধিয়া চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ একাঁজলি…
দেশৰ প্ৰতিখন ৰাজ্যতে হ’ব NIAৰ শাখা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় সংস্থা NIAৰ ভূমিকা বৃদ্ধি কৰিছে। এইবাৰ প্ৰতিখন ৰাজ্যতে কেন্দ্ৰই সৃষ্টি কৰিব NIAৰ শাখা। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ২৭…
টেমচুলা আওৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২৮ অক্টোবৰঃ বিশিষ্ট লেখিকা, কবি তথা উ.পূ. পাৰ্বত্য বিশ্ব বিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক পদ্মশ্ৰী ড° টেমচুলা আওক আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ তৰফৰ পৰা স্মৰণ কৰা হয়। সেই অনুষ্ঠানৰ বাবে ইংৰাজী বিভাগৰ সৌজন্যত…
তেজপুৰৰ পদুমপুখুৰীৰ দলঙৰ পৰা পানীলৈ জাঁপ মহিলাৰঃ কথমপি প্ৰাণ ৰক্ষা
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৮অক্টোবৰ: তেজপুৰ চহৰত থকা ঐতিহ্যমণ্ডিত পদুমপুখু্ৰীৰ মাজত থকা তথা দৰ্শনাৰ্থী ফুৰিব পৰা দলংখনৰ মাজৰ পৰা আজি এগৰাকী মহিলাই পুখুৰীটোৰ পানীত জাঁপ দিয়ে৷ অৱশ্যে প্ৰত্যক্ষদৰ্শীৰ বাবে মহিলাগৰাকীৰ প্ৰাণ কোনোমতে ৰক্ষা পৰে৷…
নীলপৱন বৰুৱাৰ বিয়োগত তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ শোক প্ৰকাশ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৮অক্টোবৰ: অসমৰ স্বনামধন্য চিত্ৰশিল্পী তথা অদম্য প্ৰেমিক নীলপৱন বৰুৱাৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ সভাপতি হৰিনাৰায়ণ দাসে গভীৰ শোক প্ৰকাশ কৰি কয়…
