Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰ লীলাবাৰী বিমান বন্দৰৰ পৰা প্ৰথম উৰিল “এলায়েন্স এয়াৰ”ৰ বিমান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ অক্টোবৰ ; আজিৰে পৰা লখিমপুৰৰ লীলাবাৰী বিমানকোঠৰ পৰা চলিছে এলায়েন্স এয়াৰৰ বিমান সেৱা । উত্তৰ পূবৰ আকাশত সেয়ে একেদিনাই উৰিব ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান। উড়ান আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ', শ্বিলং, ইম্ফল আৰু আইজল…

তিনিচুকীয়াত মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ মন্ত্ৰী ৰঞ্জিত দাসৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অন্তৰ্গত জিলাখনৰ নিৰ্বাচিত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কৰে…

অসম-মেঘালয় সীমা সম্পৰ্কীয় আলোচনাঃ শীঘ্ৰেই হ’ব পৰৱৰ্তী ৰাউণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ২৭ অক্টোবৰত কয় যে অহা কেইসপ্তাহমানৰ ভিতৰত অসমৰ সৈতে সীমান্ত বিষয়ক লৈ পৰৱৰ্তী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব। দুর্গাপূজা আৰু দীপাৱলী বন্ধৰ বাবে দুয়োখন ৰাজ্যৰ মাজত…

শতজান সংৰক্ষণৰ বাবে বিহংগ বন্ধুৰ আবেদন

উত্তৰ লখিমপুৰ, ২৯ অক্টোবৰঃ প্ৰকৃতি সংগঠন বিহংগ বন্ধুৰ তৰফৰ পৰা আজি যুগল বৰা আৰু আক্ৰামূল ইছলামে  লখিমপুৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা বন বিষয়াক শতজান পক্ষী উদ্যান সংৰক্ষণৰ বাবে এক আবেদন প্ৰদান কৰে। তাৰ লগতে কমলাবাৰী পথ বহলোৱাৰ…

বিচাৰি পোৱা গ’ল ‘চান্টাক্লজ’ৰ সমাধি!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : অৱশেষত ‘চান্তাক্লজ’ বা চেন্ট নিকোলাছৰ সমাধি বিচাৰি পোৱা গ'ল। চতুৰ্থ শতিকাৰ খ্ৰীষ্টান সাধুজন ছান্টাক্লজৰ চৰিত্ৰৰ আঁৰৰ প্ৰেৰণা আছিল, যিজনক আধুনিক কালত বৰদিনৰ সময়ত শিশুক উপহাৰ যোগান ধৰা ‘চান্টাক্লজ’ নামেৰে…

গুণাকৰ দেৱগোস্বামীক “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” প্ৰদান

সোঁৱৰণী গ্ৰন্থ - "সব্যসাচী" উন্মোচন অকতোভয় মানবীয় প্ৰমূল্যবোধৰ চানেকি হেমন্ত কুমাৰ বৰুৱাক চিৰস্মৰণীয় কৰি ৰখাৰ পদক্ষেপ প্ৰশংসনীয় - গুণাকৰ দেৱগোস্বামী হেমন্ত কুমাৰ বৰুৱা তেজপুৰৰে নহয় ৰাজ্যখনৰে সম্পদ আছিল - পল্লৱ লোচন দাস হেমন্ত কুমাৰ…

স্মাইলিং ছান: নাছাৰ কেমেৰাত ধৰা পৰিছে বিপদ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : যেন সূৰ্যই হাঁহিছে। হাঁহিৰ ফলত গালত ডিম্পল পৰিছে। তেনে এখন ফটো নাছাৰ ছ'লাৰ ডায়নামিক অবজাৰভেটৰিত ধৰা পৰিছে। সূৰ্যই হাঁহি থকা যেন লাগিলেও বিজ্ঞানীসকলে তাত বিপদ দেখিছে। বিপদ লুকাই আছে সূৰ্যৰ গালত থকা ক’লা…

শ্বাৱাৰিং হ’প’ৰ প্ৰশংসনীয় পদক্ষেপ

যোৰহাট, ২৯ অক্টোবৰঃ মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ এক মহান উদ্দেশ্যৰে ২০২০ চনত গঢ় লৈ উঠা ‘শ্বাৱাৰিং হ’প’ শীৰ্ষক স্বেচ্চাসেৱী অনুষ্ঠানটোৱে বিগত সময়ছোৱাত কিছু প্ৰশংসনীয় কাম কৰি আহিছে৷ চলিত মাহটোত সদস্য-সদস্যাসকলে যোৰহাটত জীৱনৰ…

অসমৰ সাম্প্ৰতিক ধৰ্মীয় অসহিষ্ণুতাত ক্ষোভ প্ৰকাশ দেৱালয় সংঘ সহ তিনি সংগঠনৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৯ অক্টোবৰঃ অসমত আজি কিছুদিনৰ পৰা আৰম্ভ হোৱা ধৰ্মীয় অসহিষ্ণুতা আৰু এটা পন্থাই অন্য পন্থাক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেৱালয় সংঘৰ লগতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ আৰু অসম বৈদিক…

তিনিচুকীয়াৰ বাৰেকুৰিত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত হলৌ দিৱসৰ সামৰণি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা দুষ্প্ৰাপ্য হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক…