Browsing Category

ট্ৰেণ্ডিং

শোণিতপুৰত একতাৰ দৌৰৰ ফ্লেগ অফ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩১অক্টোবৰ : আজি "ৰাষ্ট্ৰীয় একতা দিৱস" উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ভোমোৰাগুৰিৰ নৱনিৰ্মিত দলংত একতাৰ দৌৰ আয়োজন কৰা হয়। এই একতাৰ দৌৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ আইন…

তিনিচুকীয়াত দশমবাৰৰ বাবে মণিকাঞ্চনৰ ভাওনা সমাৰোহ : আয়োজন গ্ৰন্থমেলা, আলোচনাসত্ৰৰো

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ অক্টোবৰ : তিনিচুকীয়াৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান 'মণিকাঞ্চন সাংস্কৃতিক মঞ্চ'ৰ উদ্যোগত এইবাৰ সদৌ অসম ভিত্তিত দশম বার্ষিক আমন্ত্রণমূলক ভাওনা সমাৰোহ ৩ ডিচেম্বৰৰ পৰা বিস্তৃত কাৰ্য্যসূচীৰে ৯ দিনীয়াকৈ…

জি.এ.ই.এফ.ৰ উদ্যোগত ‘অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান’ ৰ্শীষক ৱেবিনাৰ

গুৱাহাটী, ৩১ অক্টোবৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, http://www.gaefnortheast.org )ৰ উদ্যোগত ৩০অক্টোবৰ “অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান(Youth Entrepreneurship in Assam – Successes and Challenges)” ৰ্শীষক এখন ৱেবিনাৰ…

পশ্চিমবঙ্গৰ ডুৱাৰ্ছলৈ ৰোমাঞ্চকৰ পথ যাত্ৰা

(১) অৰিন্দম তালুকদাৰ পথ যাত্ৰা আমাৰ অন্যতম প্ৰিয় অভিৰুচি। দীঘলীয়া বাট গাড়ীৰে গৈ থাকি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা, পথৰ কাষৰ জনজীৱন প্ৰত্যক্ষ কৰা, ফটো তোলা, পথৰ কিনাৰৰ খাদ্য বিপণি সমূহত চাহ- ভাত খোৱা ইত্যাদি কামবোৰ কৰাৰ কাৰণে আমি দূৰ…

তেজপুৰৰ বিষ্ণুজ্যোতি সোঁৱৰণী ফুটবলৰ খিতাপ অৰ্জন নগাঁৱৰ সঞ্জীৱন সমাজৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩৫সংখ্যক জ্যোতিবিষ্ণু ফুটবল প্ৰতিযোগিতাখনৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ চূড়ান্ত খেলখনত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত সঞ্জীৱনে কেৰালাৰ লুক্কা চকাৰ এফ চিক…

তেজপুৰত “চিন্তামঞ্চ”ৰ কাব্যিক অনুষ্ঠানত আৰধনা কটকীৰ “অনাবৃত আকাশৰ ৰামধেনু”…

আন শিল্পৰ দৰে কবিতায়ো মানুহক ভিতৰৰ পৰা সলনি কৰিব পাৰে - ড° ভূপেন শইকীয়াঃ কবিতাৰ শাৰীৰ মাজৰ নিৰৱতাখিনি সংস্কৃতিৰ ঘৰ হিচাপে অনুধাৱন কৰি যাব লাগিব - ভৱেশ মিশ্ৰঃ কবি সামাজিক ভাবে দায়ৱদ্ধ হ'ব লাগিব - ৰাজু বৰুৱাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০…

১৬, ১৭ ডিচেম্বৰত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩০ অক্টোবৰ: কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ বৰনাওখনৰ কাণ্ডাৰী তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৬ আৰু ১৭…

লখিমপুৰ লীলাবাৰী বিমান বন্দৰৰ পৰা প্ৰথম উৰিল “এলায়েন্স এয়াৰ”ৰ বিমান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ অক্টোবৰ ; আজিৰে পৰা লখিমপুৰৰ লীলাবাৰী বিমানকোঠৰ পৰা চলিছে এলায়েন্স এয়াৰৰ বিমান সেৱা । উত্তৰ পূবৰ আকাশত সেয়ে একেদিনাই উৰিব ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান। উড়ান আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ', শ্বিলং, ইম্ফল আৰু আইজল…

তিনিচুকীয়াত মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ মন্ত্ৰী ৰঞ্জিত দাসৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অন্তৰ্গত জিলাখনৰ নিৰ্বাচিত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কৰে…

অসম-মেঘালয় সীমা সম্পৰ্কীয় আলোচনাঃ শীঘ্ৰেই হ’ব পৰৱৰ্তী ৰাউণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ২৭ অক্টোবৰত কয় যে অহা কেইসপ্তাহমানৰ ভিতৰত অসমৰ সৈতে সীমান্ত বিষয়ক লৈ পৰৱৰ্তী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব। দুর্গাপূজা আৰু দীপাৱলী বন্ধৰ বাবে দুয়োখন ৰাজ্যৰ মাজত…