Browsing Category

ট্ৰেণ্ডিং

 পশ্চিমবংগৰ ডুৱাৰ্ছলৈ ৰোমাঞ্চকৰ পথ যাত্ৰা ( দ্বিতীয় খন্ড)

অৰিন্দম তালুকদাৰ পথৰ কিনাৰত নেপালী দম্পতীৰ হাতৰ ৰুটী ভাজি এইদৰে কালিম্পঙত দুটা স্মৰণীয় দিন কটাই আমি এইবাৰ শিলিগুৰি অভিমুখে ৰাওনা হ'লো। দাৰ্জিলিং - গেংটকলৈ গ'লে আমি সদায় বাটৰ কাষৰ নেপালী হোটেলবোৰত আহাৰ খাও। সাধাৰণতে ৰুটী- তৰকাৰী, ঘুগুনী,…

ইটাখোলাত কিশোৰী নিৰুদ্দেশ 

জামুগুৰিহাট  : ২ নৱেম্বৰঃ  জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত হাটিঙা বাগানৰ মন্ত্ৰা কুমাৰ নামৰ নবছৰীয়া এগৰাকী কিশোৰী যোৱা চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে । যোৱা শনিবাৰে বিয়লিৰ ভাগত ঘৰৰ…

শোণিতপুৰত ২০২২-২৩ বৰ্ষত কৃষকৰ পৰা ৩৮,৩০০ মেট্ৰিক টন ধান ক্ৰয়ৰ কৰিব চৰকাৰে

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২নবেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । এই মাৰ্গ দৰ্শনেৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা কৃষি…

তিনিচুকীয়া পলিটেকনিকৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি : ধৃত ২ কিশোৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপখুৰী এলেকাত নতুনকৈ স্থাপিত পলিটেকনিক শিক্ষানুষ্ঠানৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি সন্দৰ্ভত মাকুম আৰক্ষীয়ে দুই কিশোৰক আটক কৰিছে ৷ জানিব পৰা মতে ৩০ অক্টোবৰৰ নিশা…

ভূৱা তথ্যৰে নিযুক্তি: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পাঁচ লেবৰেটৰী টেকনিচিয়ানক নিলম্বন

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২ নৱেম্বৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভুৱা তথ্যৰে নিযুক্তি লাভ কৰা পাঁচজন লেবৰেটৰী টেকনিচিয়ানক নিলম্বন কৰা হৈছে৷তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ চিকিৎসক কৰুণা হাজৰিকাই আজি সংবাদ মাধ্যমৰ আগত…

লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

অৰুণাচলী বাহনৰ খুন্দাত বাইক আৰোহীৰ থিতাতে মৃত্যু শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ নৱেম্বৰঃ লখিমপুৰৰ নিৰ্মীয়মান বাইপাছত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই দুৰ্ঘটনাত এখন অৰুণাচলী তীব্ৰ বেগী বাহনৰ খুন্দাত এজন…

নাট্যভূষণ অৰ্পণ বেজবৰুৱা গুৰুতৰ ভাবে অসুস্থ: চিকিৎসাধীন

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,১নৱেম্বৰ: এক সংগ্ৰামী সত্বা হিচাপে পৰিচিত তেজপুৰ নিবাসী নাট্যভূষণ অৰ্পণ বেজবৰুৱা(৬৫)গুৰুতৰ ভাবে অসুস্থ হৈ সম্প্ৰতি তেজপুৰৰ ই এম এম নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে৷কালিৰে পৰা শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত…

কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচী : তেজপুৰত গণ সমাৱেশ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১নৱেম্বৰ: আজি তেজপুৰৰ তৰুণ অসম সংঘত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত মাৰ্ক্সবাদী চিন্তানায়ক, দাৰ্শনিক, সৰ্বহাৰাৰ নেতা কমৰেড শিবদাস ঘোষৰ জন্ম শতবাৰ্ষিকী পালনৰ বছৰ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে এখন…

তেজপুৰৰ হৰ্জ্জৰ পুখুৰীৰ পাৰত আঢ়ৈশ শিল্পীৰ অভিনয়ৰে প্ৰাণ পাব “লাচিত – বুৰঞ্জী লিখা…

শব্দ - পোহৰৰ মায়াজালত ঐতিহাসিক হজৰা পুখুৰী পাৰত বিশেষ শৈলীৰে মুক্তাংগণত "লাচিত - বুৰঞ্জী লিখা তৰোৱাল" আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া -জীৱন্ত হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰিব…

তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত কৃষকৰ মাজত উন্নত জাতৰ বীজ বিতৰণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান চমুকৈ NFSM আৰু ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা ( RKVY) আঁচনিৰ অধীনত তেজপুৰ আৰু ৰঙাপাৰা…