Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত কিশোৰী ধৰ্ষণঃ অভিযুক্তক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৫নৱেম্বৰঃ তেজপুৰ আৰক্ষীয়ে আজি গেৰেকী অঞ্চলৰ পৰা সঞ্জীৱ সিং নামৰ এক জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বুলি অভিযুক্তৰ বিৰুদ্ধে তেজপুৰ সদৰ…
১৮ ডিচেম্বৰত নলবাৰীত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰ তথা বৰখামটি পথাৰত এইবাৰ অহা ৩১ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন অনুষ্ঠিত হ’ব৷ তদুপলক্ষে অধিৱেশনৰ কাম-কাজৰ অগ্ৰগতিৰ…
‘জাতীয় শিক্ষা নীতি ২০২০’ বাতিলৰ দাবীত লখিমপুৰত এ আই ডি এছ অ’ৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ নৱেম্বৰঃ জাতীয় শিক্ষা নীতি ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত এ আই ডি এছ অ’ আৰু মহিলা সাংস্কৃতিক সংগঠনৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তৰ লখিমপুৰ…
তেজপুৰৰ মাজগাঁৱত দিনতে লুটিছে দুই চোৰে
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ নৱেম্বৰ: তেজপুৰৰ মাজগাঁও অঞ্চলত দুই গভাইত চোৰকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে স্হানীয় মহাভৈৰৱ আৰক্ষী চকী অন্তৰ্গত নৱপুৰ, ৰত্নপুৰ, খৰাআটিকে ধৰি বিভিন্ন অঞ্চলত দিন দুপৰতে লুটপাত…
লখিমপুৰৰ চিয়াজুলিত ৰে’লৰ খুন্দাত দুই ভাতৃ নিহত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চিয়াজুলিত আজি বিয়লি ৰে’লৰ খুন্দাত দুজন লোকৰ মৃত্যু ঘটে৷ ঘটনাৰ বিৱৰণী মতে আজি চিয়াজুলিৰ ষ্টেচন তিনিআলিত লীলাবাৰীৰ পৰা ৰঙিয়া মুৰ্কংচেলেক যাত্ৰীবাহী ৰেল গাড়ীখনৰ পৰা নামি…
লখিমপুৰত বৃহৎ বনাঞ্চল ধবংসৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত বন বিভাগৰ বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি ধবংস কৰা কাৰ্যই স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে কালি প্ৰশাসনৰ নিৰ্দেশত উত্তৰ…
উৎকোচঃ লখিমপুৰ জল সম্পদ বিভাগৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰ ; লখিমপুৰ জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ দুজন কর্মচাৰীক আজি উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে । দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা কর্মচাৰী দুজন হৈছে উচ্চ বৰ্গৰ সহায়ক…
তেজপুৰত শোকাবহ দুৰ্ঘটনাত নিহত শিশু ছাত্ৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৩নৱেম্বৰ: আজি দিনৰ প্ৰায় তিনিবজাত তেজপুৰৰ বিন্দুকুৰি সাপ্তাহিক বজাৰৰ সমীপতে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ৰাজেন ওৰাং নামৰ এটি সাত বছৰীয়া শিশু নিহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,মোৱামাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ…
লখিমপুৰৰ তেল ডিপোত ভেজাল পেট্ৰল বিক্ৰীঃ নিশা উত্তপ্ত পৰিস্থিতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ নৱেম্বৰঃ বুধাবাৰে নিশা লখিমপুৰৰ এটা পেট্ৰল ডিপোত ভেজাল পেট্ৰল বিক্ৰী কৰাক কেন্দ্ৰ কৰি ডিপোটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত ডিপোটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিভাগীয় কতৃৰ্পক্ষই…
খানাপাৰা গেছ টেংকাৰ বিস্ফোৰণত নিহতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি
খানাপাৰা, ২ নৱেম্বৰ : ১৯৯৮ চনৰ ১ নৱেম্বৰত খানাপাৰাত হোৱা ভয়াৱহ গেছ টেংকাৰ বিস্ফোৰণ ঘটনাৰ ২৫ সংখ্যক বৰ্ষত ভৰি দিছে । এই ঘটনাৰ পটভূমিত জন্ম লাভ কৰা এক সামাজিক-সাংস্কৃতিক সংগঠন 'সুৰক্ষা'ৰ উদ্যোগত কালি এই দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা গেছ…
