Browsing Category
ট্ৰেণ্ডিং
চৰকাৰী ভূমি বেদখল কৰি বিজেপিয়ে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপনৰ গুৰুতৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : চৰকাৰী ভূমি বেদখল কৰি বিজেপি দলে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আজি এক বিবৃতিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি মৌচুম বৰুৱাই কয় যে তিনিচুকীয়া জিলা প্ৰশাসনক বুঢ়া…
পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচন
পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ নৱেম্বৰঃ ‘ঊনবিংশ শতিকাৰ সংকটকালত অসমীয়া ভাষা-সাহিত্যৰ হৈ যুঁজ দিয়া অন্যতম যোদ্ধা আছিল পানীন্দ্ৰনাথ গগৈ৷ যাৰ অৱদান অবিহনে অসমীয়াৰ ভাষিক জাতীয়তাৰ প্ৰতিষ্ঠা অত্যন্ত জটিল হ’লহেঁতেন৷’–…
তেজপুৰৰ ভোমোৰাগুৰিত বীৰ সেনাপতি কলীয়াভোমোৰাৰ আৱক্ষ মূৰ্ত্তি আৰু উদ্যান নিৰ্মাণৰ আহ্বান
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰ: তেজপুৰ নগাঁও সংযোগী তথা ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ বাবে সৰ্বসাধাৰণে অপেক্ষা কৰাৰ সময়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এখন উদ্যানৰ লগতে আহোম ৰাজত্ব কালৰ বীৰ সেনাপতি কলীয়া ভোমোৰাৰ…
তিনিচুকীয়াৰ ৬ টা বাতৰি
বাগিছা অঞ্চলত সুৰাৰ দোকান খুলিবলৈ দিয়া নহ'বঃ আটলুৰ কাৰ্য্যনিৰ্বাহক সভাত প্ৰস্তাৱশতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ নৱেম্বৰ : অসম চৰকাৰে ৰাজহৰ ঘাটি পূৰাবৰ বাবে ৰাজ্যৰ চুকে কোণে শ শ সুৰাৰ বিপনী স্থাপন কৰিবলৈ লোৱাৰ সময়তে বাগিছা…
তেজপুৰত ডাম্পাৰৰ খুন্দাত শিশু নিহত
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭নবেম্বৰঃ তেজপুৰৰ পুৰণি আলিমূৰ অঞ্চলত আজি পুৱা সংঘটিত এক শোকাবহ দুৰ্ঘটনাত অনুশ্ৰী পাল নামৰ এটি পাঁচ বছৰীয়া কন্যা শিশু নিহত হয়৷ উল্লেখযোগ্য যে,আত্মীয়ৰ পৰিয়ালৰ স’তে ঘৰত ফুৰিবলৈ অহা শিশুটিয়ে আজি মাক আৰু আইতাকৰ স’তে…
লখিমপুৰত কেৰাটে প্ৰশিক্ষাৰ্থীক বেল্ট প্ৰদান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ নৱেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডত শনিবাৰে সন্ধিয়া ৱাডু কাই কেৰাটেৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি চাৰিজন প্ৰশিক্ষাৰ্থীক ব্লেক…
তেজপুৰত “কৃষ্ণ অমৃত কথা” ই মুগ্ধ কৰিলে কেবাশ দৰ্শকক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ নবেম্বৰঃ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ বাবে আজিৰে পৰা বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে। শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাৰ এনে আয়োজনৰ মাজতে…
বন অধিকাৰ আইন, ২০০৬ অনুসৰি ঢেকিয়াজুলিৰ ১৩০১টা খিলঞ্জীয়া জনজাতীয় পৰিয়াললৈ ভূমি পট্টা বিতৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বন অধিকাৰ আইন, ২০০৬ অনুসৰি শোণিতপুৰ জিলাৰ ১৩০১ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমিৰ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সন্মানীয়…
লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ নৱেম্বৰঃ অসম ডন বস্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত “লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা (Career awareness for goal setting)” শীৰ্ষক এখন আলোচনা চক্ৰ আজি অনুষ্ঠিত হয়।…
সুধাকন্ঠৰ মৃত্যু তিথিত কবিতা গীতে মাতে মুখৰিত হল জ্যোতি ভাৰতী পকী
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ নবেম্বৰঃ সংগীত সূৰ্য বিশ্বশিল্পী ডঃ ভূপেন হাজৰিকাৰ ১১সংখ্যক মৃত্যুবাৰ্ষিকীৰ সুধাকণ্ঠ দিৱসটি শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত তেজপুৰ জ্যোতি ভাৰতী (পকী)ৰ সভাগৃহত স্মৃতিচাৰণ সভাৰ সৈতে…
