Browsing Category

ট্ৰেণ্ডিং

উখল মাখল পৰিৱেশত কাইলৈৰ পৰা লখিমপুৰত আছুৰ সাধাৰণ সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰনাথ শৰ্মাৰ দৰে মুষ্টিমেয় জাতীয়তাবাদী আৰু স্বাভিমানী ব্যক্তিৰ প্ৰত্যক্ষ নেতৃত্বত গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত জন্ম হৈছিল অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ…

তিনিচুকীয়াৰ জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিকৰ ঘৰৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৭ নৱেম্বৰ : তিনিচুকীয়া জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিক লাভলী দলেৰ ঘৰৰ পৰা আজি জিলা প্ৰশাসন, চাইল্ড লাইন, আৰক্ষী আৰু শ্ৰম বিভাগৰ অভিযানকাৰী দলে এটি শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে কণ্যা শিশুটি…

তেজপুৰ সাহিত্য চ’ৰাৰ সদৌ অসম আৰু জিলা ভিত্তিত সাহিত্য প্রতিযোগিতাৰ আয়োজন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নবেম্বৰঃ তেজপুৰৰ অন্যতম অগ্ৰণী সাহিত্যানুষ্ঠান তেজপুৰ সাহিত্য চ’ৰাই বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ২০২২-২৩ বৰ্ষৰ সদৌ অসম আৰু জিলা ভিত্তিত এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ এই সন্দৰ্ভত সাহিত্য চ’ৰাৰ তৰফৰ পৰা…

নাওবৈচাত পথ দুৰ্ঘটনাত ছাত্ৰ নেতা নিহত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাওবৈচাত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ নাওবৈচা আঞ্চলিকৰ সাধাৰণ সম্পাদক অনন্ত বৰা নিহত হয়৷ উল্লেখ্য যে অহা ১৯, ২০ আৰু ২১ নৱেম্বৰত সদৌ অসম…

তিনিচুকীয়া ষ্টেচনত সন্দেহজনক হেৰ’ইনসহ ধৃত যুৱক-যুৱতী

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ নৱেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ অন্তৰ্গত শুকুৰবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা সন্দেহজনক হেৰ’ইনসহ এহাল যুৱক-যুৱতীক আটক…

তেজপুৰত প্ৰবীন অভিনেত্ৰী-নৃত্যশিল্পী কৃষ্ণাদাস নাথৰ মূল্যবান গ্ৰন্থ ‘প্ৰতিধ্বনি শুনো…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ নবেম্বৰঃ অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ লগতে অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শৰ্ম্মাকে ধৰি অসমৰ শিল্প-কলা ক্ষেত্ৰখনৰ…

তেজপুৰত বিজেপি দলত যোগদান সহস্ৰাধিক কংগ্ৰেছ আৰু অগপ কৰ্মী সমৰ্থকৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ নৱেম্বৰঃ শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সুমন্ত বড়ো, সাধাৰণ সম্পাদক অসীম শইকীয়া, এন এছ ইউ আইৰ জিলা সম্পাহক ৰাকেশ মণি দাস আৰু জিলা যুৱ কংগ্ৰেছৰ সম্পাদক চাম্পি কলিতাকে ধৰি সহস্ৰাধিক লোকে আজি তেজপুৰত বিজেপি দলত…

তিনিচুকীয়াৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে হিতাধিকাৰীৰ ধন আত্মসাতৰ অভিযোগ : গোচৰ ৰুজু

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্রী সঞ্জয় কিষাণৰ অকৰ্মণ্যতাৰ বাবে এচাম ধুৰন্ধৰ জনপ্ৰতিনিধিয়ে তিনিচুকীয়া সমষ্টিৰ গৰিষ্ঠসংখ্যক গাঁও পঞ্চায়তত দুৰ্নীতিৰ পোহাৰ মেলিবলৈ সক্ষম হৈছে ৷ অতি শেহতীয়াকৈ…

জামুগুৰিহাটৰ ৰাসত ৰাধাৰ চৰিত্ৰত অভিনয় জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ

জামুগুৰিহাট, ৯ নৱেম্বৰঃ কৃষ্টি-সংস্কৃতিৰ সাৰুৱা ভূমি তথা নামঘৰ নগৰী খ্যাত জামুগুৰিহাটত এতিয়া ৰাস মহোৎসৱত লোকাৰণ্য পৰিবেশ । চন্দ্ৰমাৰ পোহৰ ৰং বিৰঙৰ লাইটৰ সমাহাৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন ৰাস মহোৎসৱ ।…

নদুৱাৰৰ জয়সিদ্ধিত মাত্ৰ ২০০ টকাৰ বাবেই মহিলাৰ ৰহস্যজনক মৃত্যু

জামুগুৰিহাট, ৯ নৱেম্বৰঃ নদুৱাৰৰ জয়সিদ্ধিৰ গনেশপুৰৰ এগৰাকী ২২ বছৰীয়া মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ জয়সিদ্ধিৰ নিৱাসী দিব্যজ্যোতি নাথে পত্নী মিতালী দেৱীক উপাৰ্জন কৰি অনা ১৭০০ টকাৰ পৰা ৫০০ টকা জমা দিছিল ৷ দিব্যই…