Browsing Category
ট্ৰেণ্ডিং
কহুঁৱা-বিৰিণাই ছানি ধৰিছে বিধায়ক মানৱ ডেকাৰ সপোনৰ আঁচনিত
১৪ লাখ টকা ওলাই যোৱাৰ পিছতো ৰাজগড় বঙালীত নাই গছপুলি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ নৱেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী কাকৈৰ ৰাজগড় বঙালীত যোৱা ২৭-০৭-২০২১ তাৰিখে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এখন বৃক্ষ ৰোপণ আঁচনি শুভ উদ্বোধন কৰিছিল৷ লখিমপুৰ…
তিনিচুকীয়াত বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত আৰু অসম মৰাণ সভাৰ উদ্যোগত তথা সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভা, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ জাতীয়…
তিনিচুকীয়াত অগ্নিকাণ্ড
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ হিজুগুৰী অঞ্চলত আজি পুৱা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয় ৷ জানিব পৰা মতে হিজুগুৰীস্থ ’আকবৰ দৰবাৰ’ নামৰ হোটেলখনৰ পাছফালে থকা কেইবাটাও ঘৰ আজিৰ অগ্নিকাণ্ডত…
তিনিচুকীয়া পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই দিয়া শ শ বস্তা পঁচা চাউল ৰহস্যৰ মেৰপাকত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : খাদ্য সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধিয়ে সৰ্বস্তৰৰ লোকক জুৰুলা কৰাৰ লগতে ইয়াৰ প্ৰতিবাদত ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হোৱাৰ সময়তে তিনিচুকীয়াত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত শ শ বস্তা পঁচা চাউল পেলাই দিয়াক…
আজি আৰু কাইলৈ তেজপুৰত ইতিহাস সৃষ্টি কৰি প্ৰদৰ্শিত হ’ব ‘লাচিত-বুৰঞ্জী লিখা তৰোৱাল’
শব্দ-পোহৰৰ মায়াজালত মুক্তাংগণত ঘোঁৰাত উঠি লাচিত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈঃ হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰত বিধায়ক পদ্ম হাজৰিকাঃ চক্ৰধ্বজ সিংহৰ ৰূপত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাঃ আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া…
ঊষা মংগেশকাৰলৈ ড॰ ভূপেন হাজৰিকাৰ সমন্বয় বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৯ নৱেম্বৰ : ভাৰতৰ প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰলৈ এইবাৰ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২৷ এই বঁটাৰ লগত আছে পাঁচ লাখ টকা, স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ অহা…
লখিমপুৰত আছুৰ সাধাৰণ সভা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰঃ অসম আৰু অসমীয়াৰ অস্তিত্ব আৰু খিলঞ্জীয়াৰ প্ৰভূত্ব অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত তথা ছাত্ৰ শক্তিৰ সংগঠিত সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থা…
লখিমপুৰৰ একেখন গাঁৱৰ ১৩ মহিলা, অৱসৰপ্ৰাপ্ত গাঁওবুঢ়াসহ ২৩ জনক জেললৈ প্ৰেৰণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ নৱেম্বৰঃ লখিমপুৰৰ একেখন গাঁৱৰ ২৩ জন লোকক একেদিনাই আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ পিছত এতিয়া গাঁওখনৰ চৌদিশে কান্দোনৰ ৰোল উঠিছে৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত ন-আলি কৈৱৰ্ত্ত গাঁৱত৷…
অসম বার্তাজীৱী সংঘৰ ৪৯সংখ্যক প্রতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাংবাদিক আৰু সংবাদকর্মীৰ ন্যায় আৰু অধিকাৰৰ সংগ্ৰাম তীব্ৰতৰ কৰা, সাংবাদিক পৰিয়াল কল্যাণ আঁচনিৰ অধীনত পৰিয়াল বাচনিৰ চৰকাৰী অধিসূচনা শীঘ্ৰে জাৰি কৰা, সাংবাদিকৰ জীৱন বীমা শীঘ্ৰে কাৰ্যকৰী কৰা আৰু সাংবাদিক…
সমন্বয়ৰ বাৰ্তা বিলাই জামুগুৰিহাটৰ হাটিঙা বিজয়পথাৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ সামৰণি
জামুগুৰিহাট : ১৮ নবেম্বৰঃ ৰং বিৰঙৰ আলোকসজ্জাৰ সমাহাৰৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত কালি নিশা সামৰণি পৰিল শোণিতপুৰ জিলাৰ নামঘৰনগৰী জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ৪৯ তম হাটিঙা বিজয়পথাৰ সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ। উক্ত ৰাস মহোৎসৱৰ মহাৰাসৰ শুভ…
