Browsing Category

ট্ৰেণ্ডিং

সোঁৱৰণী গ্ৰন্থৰে অক্লান্ত গ্ৰন্থপ্ৰেমী প্ৰয়াত গোলাপ বৰাক স্মৰণ তেজপুৰত

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২২নৱেম্বৰঃ তেজপুৰত এগৰাকী বিশিষ্ট গ্ৰন্থপ্ৰেমীক আজি স্মৰণ কৰিলে বহুসংখ্যক গুণমুগ্ধই৷ উল্লেখযোগ্য যে তেজপুৰৰ মাজগাঁৱৰ পূৱ খৰাআটি নিবাসী তথা ঘোঁৰামাৰীৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাবিদ…

 লখিমপুৰত দুদিনীয়াকৈ লাচিত দিৱস

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ নৱেম্বৰঃ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী লাচিত দিৱসটি এইবাৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হৈছে৷ হিন্দু যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু…

মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ত মনোজ্ঞ বক্তৃতানুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ নৱেম্বৰঃ মহাবীৰৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ অংশ হিচাপে আজি ২২ নৱেম্বৰত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত "লাচিত বৰফুকনৰ জীৱন‌ আৰু কৃতিত্ব"…

কন্ঠশিল্পী বিপুল বাহাদুৰ আৰু নাই 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ নবেম্বৰঃ ষাঠিৰ দশকৰ তেজপুৰৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পী, সুৰকাৰ তথা প্ৰসিদ্ধ কন্ঠ শিল্পী বিপুল বাহাদুৰ আৰু নাই। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ৰুদ্ৰ বৰুৱা, মুকুল বৰুৱা আৰু তেজপুৰৰ প্ৰসিদ্ধ সংগীত…

তিনিচুকীয়াত বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসমী মেলা

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ নৱেম্বৰঃ তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত ৪০০ সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিস্থিত ডাকবাংলো প্ৰাংগণত আজিৰ পৰা ২৪…

লখিমপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ নৱেম্বৰঃ অসমত চৰকাৰী মাধ্যম অসমীয়া মাধ্যম, বড়ো মাধ্যম বা অন্যান্য মাতৃভাষাৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব৷ এইখন অসমত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান আৰু মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকে তাৰ বাবে চৰকাৰে…

তেজপুৰত শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা সম্পন্ন

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ নপামস্থিত এছ এম বি ব্যায়ামাগাৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ তত্বাৱধানত স্হানীয় জাৰণি প্ৰাথমিক বিদ্যালয়ত "৩৯সংখ্যক শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা-২০২২" অনুষ্ঠিত হয়। উক্ত…

লখিমপুৰ জিলা সাহিত্য সভাত অথন্তৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ নৱেম্বৰ: লক্ষীমপুৰ জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যকৰী সমিতিৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থী সকলে দাখিল কৰা মনোনয়ন পত্ৰ সমূহ আজি লক্ষীমপুৰ জিলা সাহিত্য সভাৰ…

লখিমপুৰত আছুৰ সাধাৰণ সভাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অংগীকাৰ– এইখন অসম আমাৰ, আমাৰ হৈয়ে থাকিব…

বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৩১ জিলাৰ ৬ সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ নৱেম্বৰঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সামৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি প্ৰাথমিক স্তৰৰ পৰা…

তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীৰ পাৰত দহ সহস্ৰাধিক ৰাইজে উপভোগ কৰিলে মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা

শব্দ-পোহৰৰ মায়াজালত দুইশতাধিক শিল্পীয়ে মঞ্চৰ পৰিৱৰ্তে মুক্তাংগণত সৃষ্টি কৰিলে ইতিহাস তিনিবাৰকৈ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰা বিজিৎ গগৈয়ে শৰীৰ কলাৰ পৰিৱৰ্তে অৱতীৰ্ণ হ'ল লাচিতৰ চৰিত্ৰত প্ৰাঞ্জল শইকীয়া, পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা,…