Browsing Category

ট্ৰেণ্ডিং

তেজপুৰ বিশ্ববিদ্যালয়ত লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বক্তৃতানুষ্ঠান

তেজপুৰ ২৪ নৱেম্বৰঃ অসম চৰকাৰে আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি লাচিত দিৱসৰ দিনা এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত…

নেইমাৰৰ বুটত বিশ্বজয়ৰ সপোন!

দাদুল দেৱকৃষ্ণ বৰুৱা ফিফাৰ ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল। আৰু জি-গ্ৰুপৰ প্ৰথম প্ৰতিদ্বন্দ্বী হৈছে ২১ নম্বৰত থকা ছাৰ্বিয়া। তথাপি বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে ব্ৰাজিলে যথেষ্ট সতৰ্ক। মঙলবাৰে দুৰ্বল বিপক্ষ চৌদি আৰৱৰ হাতত আৰ্জেণ্টিনা আৰু…

“২০৩০ চনৰ ভিতৰত চন্দ্ৰত হ’ব মানুহৰ ঘৰ।”

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ নৱেম্বৰ : শেষবাৰৰ বাবে মানুহে চন্দ্ৰৰ মাটিত ভৰি দিছিল অৰ্ধ শতিকাৰ আগতে। এইবাৰ আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই আভাস দিছে যে চন্দ্ৰত ঘৰ সাজি বসবাসযোগ্য কৰি তুলি বসতি স্থাপন কৰা হ’ব। শেহতীয়াকৈ নাছাই…

মেঘালয়ৰ বনদস্যুৰ ওচৰত অসম চৰকাৰৰ আত্মসমৰ্পণ-লুৰীণৰ ক্ষোভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ নৱেম্বৰ : অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনাৰ সন্দৰ্ভত আজি তিনিচুকীয়াত সৰৱ হৈ পৰে অসম জাতীয় পৰিষদৰ (অজাপ) সভাপতি লুৰীণজ্যোতি গগৈ৷ তেওঁ কয় যে অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা বুলি ৰাজ্য চৰকাৰে কোৱা…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ মৃত্যুক লৈ উত্তেজনা

শতাব্দ প্ৰতিনিধি লখিমপুৰ ২৩ নৱেম্বৰঃ  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী ৰোগীৰ মৃত্যুক লৈ আজি মহাবিদ্যালয় চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি হয়। পৰিয়ালৰ অভিযোগ-- উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগী হেম শইকীয়াৰ মৃত্যু হয় । চিকিৎসালয়ৰ আই চি ইউত…

লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুটি নাট মঞ্চস্থ

উত্তৰ লখিমপুৰ, ২৩ নৱেম্বৰঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে চুটি নাট 'মাতে পকা ধানে ৰিঙিয়াই' মঞ্চস্থ কৰা হয়। অসমীয়া শিপিনীৰ গামোচা, পথাৰৰ সোণগুটি আদি কেইবাটাও দিশৰ ওপৰত ৰচিত নাটখনৰ ৰচনা আৰু…

পুটিনৰ বৃহৎ অফাৰ! ভাৰতক দিব বৃহৎ পৰিমাণৰ পাৰমাণৱিক ইন্ধন আৰু অস্ত্ৰ-শস্ত্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ নৱেম্বৰ : পৰিস্থিতি যিয়েই নহওক কিয়, ভাৰতে দীৰ্ঘদিন ধৰি পাৰমাণৱিক শক্তি বা আধুনিক অস্ত্ৰৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। আনকি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো যেতিয়া কেইবাখনো দেশে পুটিনৰ দেশত বিভিন্ন…

তেজপুৰত অগ্নিকাণ্ড:তিনিটা বাসগৃহ ভস্মীভূত

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২নৱেম্বৰ: তেজপুৰৰ পলফিল্ড বামুণগাঁৱত আজি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মীভূত হয়৷ঘটনাৰ বিবৰণী অনুসৰি অঞ্চলটোৰ মীৰা তালুকদাৰৰ বাসগৃহত এই ঘটনাৰ সূত্ৰপাত হয়৷উল্লেখযোগ্য যে,নিশা প্ৰায় ৮-১০বজাত সংঘটিত হোৱা…

তিনিচুকীয়াত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি চাকৰি লাভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ নৱেম্বৰ : নিবিড় কাকতি নামৰ এজন যুৱকে ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি তিনিচুকীয়া মহাবিদ্যালয়ত কণিষ্ঠ সহায়কৰ চাকৰি লাভ কৰা বুলি উত্থাপিত অভিযোগ জিলা প্ৰশাসনৰ তদন্তত সত্য প্ৰমাণিত হৈছে ৷ নিবিড় কাকতিয়ে…

তেজপুৰত হেৰইন আৰু আফিং সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২নৱেম্বৰঃ তেজপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰীৰ উপৰি আফিং সহ আন এক সৰবৰাহকাৰীক কৰায়ত্ত কৰা হয়৷উল্লেখযোগ্য যে,তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত তেজপুৰৰ ৰূপকুৰীয়া…