Browsing Category
ট্ৰেণ্ডিং
বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ৰাজ্যত বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে। অসমত এই নতুন বিদ্যুৎ শুল্ক ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে তিনি মাহৰ বাবে প্ৰযোজ্য হ’ব।অসমত…
প্ৰতি ১১ মিনিটৰ অন্তত এগৰাকী মহিলাক নিজৰ পৰিয়ালে হত্যা কৰে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : পাৰিবাৰিক হিংসাৰ ফলত হোৱা প্ৰাণ হেৰুৱাৰ ঘটনা কেৱল ভাৰত বা পশ্চিমীয়া দেশতেই নহয়, সমগ্ৰ বিশ্বতে এই ভয়াৱহতাই বিৰাজ কৰিছে। আন্তঃৰাষ্ট্ৰীয় হিংসা নিৰ্মূল দিৱসৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত…
লাচিতৰ দৰে সন্তান আমাৰ অহৰহ প্ৰেৰণা : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : ২৫ নৱেম্বৰ শুকুৰবাৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ দিনটোতে তেওঁ দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ বিষয়ে আয়োজিত প্ৰদৰ্শনীও…
নেইমাৰৰ মঞ্চত ৰিচাৰ্লিছনৰ দুটা গ’ল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : এক বনাম একবিংশ। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বনাম যুঁজাৰু ছাৰ্বিয়া (ব্ৰাজিল বনাম ছাৰ্বিয়া)। কাটাৰত অনুষ্ঠিত বিশ্বকাপত মেছি আৰু ৰোনাল্ডোৰ পিছত নেইমাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল; কিন্তু ছাৰ্বিয়াৰ বিৰুদ্ধে…
তেজপুৰত বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত বিদ্যুৎস্পৃষ্ট হৈ পোহনীয়া ম’হ আৰু ষাড় নিহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৪ নৱেম্বৰঃ তেজপুৰত বনৰীয়া গাহৰিৰ উপদ্ৰৱৰ বিপৰীতে বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত লাগি দুটাকৈ পোহনীয়া ম’হ আৰু এটা ষাড় নিহত হোৱাৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ বেছেৰীয়া আলিপাৰত দীৰ্ঘদিনৰ…
লখিমপুৰৰ মাঘনোৱাত মূৰ্তি উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মাঘনোৱা দ'লৰ সমীপৰ এখন পথাৰত অলপতে কমল বৰা নামৰ এজন লোকে গৰু এৰাল দিবলৈ যাওতে পথাৰৰ বোকাত আধা পোত খাই থকা অৱস্থাত এই মূৰ্তিেটা উদ্ধাৰ কৰি আনি নিজ গৃহৰ গোসাই ঘৰত ৰাখে। এই খবৰ লাভ…
সাংবাদিকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ জিনজিয়া আৰক্ষীৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪ নৱেম্বৰঃ বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানা অন্তৰ্গত বাঘমাৰীত কালি সন্ধ্যা প্ৰায় ৬ বজাত সাংবাদিক শ্ৰীমন্ত দাসক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাহনখনৰো ক্ষতি সাধন কৰে দুৰ্বৃত্তই।এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে ব্যাপক…
অসম সাহিত্য সভাৰ আজীৱন সদস্য, শিক্ষাবিদ হৰেণ কুমাৰ বৰাৰ মৃত্যুত শোক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ অসম সাহিত্য সভাৰ আজীৱন সদস্য, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজসেৱক হৰেণ কুমাৰ বৰাৰ যোৱা ২২ নৱেম্বৰত মৃত্যু হয়৷ তেওঁৰ…
লখিমপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি লখিমপুৰৰ বিভিন্ন প্ৰান্তত লাচিত দিৱস উদযাপন কৰা হয়৷ তদুপলক্ষে আজি লখিমপুৰৰ ত্যাগক্ষেত্ৰত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ লগতে লখিমপুৰ জিলা সমিতি…
