Browsing Category

ট্ৰেণ্ডিং

মেছিৰ ‘মেজিক মমেণ্ট’

দাদুল দেৱকৃষ্ণ বৰুৱা এটা লক্ষ্যৰ বাবে অপেক্ষা কৰি কৰি সময় অতীত হৈ যায়। মেক্সিকোৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ পৰিস্থিতিও একেধৰণৰ আছিল। ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনা দ্বিতীয়খন খেলত নামিল। যিখনত হাৰিলে এই ফুটবল মহাকুম্ভৰ পৰা বাহিৰ হৈ…

তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’ৰ বিয়োগ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰঃ তেজপুৰৰ কটন ৰোড নিবাসী তথা তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’(৭২)ৰ আজি পুৱা প্ৰায় ৬-৩০বজাত নিজা বাসগৃহত বিয়োগ ঘটে৷উল্লেখযোগ্য যে,এগৰাকী সমাজকৰ্মী দে’ এসময়ত এজন সুদক্ষ ফুটবল খেলুৱৈ…

তেজপুৰৰ জনপ্ৰিয় নাট্য আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ (ৰাতুল) মহন্তৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ নবেম্বৰ: তেজপুৰ চহৰৰ ইন্দিৰা নগৰৰ অতি সৰবৰহী অভিনয়, ভাওনা আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ মহন্ত অৰ্থাৎ সকলোৰে মাজত পৰিচিত ৰাতুল মহন্তৰ আজি পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে…

তেজপুৰৰ বিদ্যালয়ত অভিনেতা অনিল কাপুৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰ: তেজপুৰৰ বায়ুসেনা চৌহদত চলা বলিউডৰ ছবি ফাইটাৰৰ দৃশ্যগ্ৰহণৰ কাম অন্ত পৰিছে৷  আঢ়ৈশ কোটি টকা ব্যয়ৰে নিৰ্মীয়মাণ ছবিখনৰ তেজপুৰত দৃশ্যগ্ৰহণৰ কাম যোৱা প্ৰায় ১০দিন ধৰি চলিছিল৷উল্লেখযোগ্য যে,আকাশ মাৰ্গত যুজাৰু…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সংবিধান দিৱস পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ২৬ নৱেম্বৰ : আজি ২৬ নৱেম্বৰ শনিবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ আহ্বানেৰে সংবিধান দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগ…

লখিমপুৰৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত প্ৰতিবাদী জনতাৰ বিক্ষোভ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ নৱেম্বৰঃ লখিমপুৰৰ পৰা ঘূনাসুঁতি হৈ ঢকুৱাখনা সংযোগী পথৰ সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা পকী দলঙৰ মূল সংযোগী পথ ঘূনাসুঁতিৰ মাজেৰে যোৱা পুৰণি ঢকুৱাখনা পথটোতে নিৰ্মাণ কৰিবলৈ দাবী জনাই আজি মহাইজান ঘাগৰ ঘাটত…

তেজপুৰ বৰঝাৰ গাঁৱত কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধন

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু IRRI, OPIU ( Operational project implementation unit) -AGRI, Ghy ৰ সহযোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান…

লখিমপুৰত পৌৰ নিকায় কৰ্মচাৰীৰ কৰ্মবিৰতি পালন

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৫ নৱেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে আজি লখিমপুৰতো পৌৰ নিকায় কৰ্মচাৰীসকলে কৰ্মবিৰতি পালনেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পূৰ্বে ১৭ নৱেম্বৰৰ পৰা প্ৰথম পৰ্যায়ত এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ…

লখিমপুৰত দুই অৰুণাচলীৰ পৰা ৩ লাখ টকা লুটঃ গ্ৰেপ্তাৰ- ২

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবঞ্চকে বহু লোকক প্ৰবঞ্চনাৰে লাখ লাখ টকা লুটি অহাৰ সময়তে লখিমপুৰতো বৃহস্পতিবাৰে তেনে এক ঘটনা সংঘটিত হয়৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দুই দম্পতীৰ পৰা এক দুষ্ট চক্ৰই ৩ লাখ…

সেনাৰ পৰা প্ৰশিক্ষণ লৈছে অসম আৰক্ষী কমাণ্ডোৱে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম আৰক্ষীৰ নতুনকৈ নিযুক্তি পোৱা কমাণ্ডোসকলক সেনাই উন্নত সামৰ্থ্য বিকাশ আৰু নিৰাপত্তা বাহিনীৰ মাজত অধিক সহযোগিতাৰ বাবে প্ৰশিক্ষণ দিছে বুলি প্ৰতিৰক্ষাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে। যোৱা ২১ নৱেম্বৰৰ পৰা…