Browsing Category

ট্ৰেণ্ডিং

এইবাৰ খাটি অসমীয়াক উচ্ছেদৰ জাননী চৰকাৰৰ

জিলা উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰত শ শ লোকৰ উত্তাল প্ৰতিবাদ শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ মৰতপুৰত যুগ যুগ ধৰি বসবাস কৰি অহা একাংশ নদীপৰীয়া খিলঞ্জীয়া লোকক অসম চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰা…

আধা ডজন গ’লৰ যুঁজ, মেচ নহয় যেন ৰ’লাৰক’ষ্টাৰ ৰাইড!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : চলিত কাটাৰ বিশ্বকাপ নৱম দিনত প্ৰৱেশ কৰিছে। আজি ২৮ নৱেম্বৰ সোমবাৰে দিনটোৰ প্ৰথমখন খেলত কেমেৰুণ ছাৰ্বিয়াৰ মুখামুখি হয়। নিজৰ নিজৰ প্ৰথমখন খেলত দুয়োটা দলেই পৰাস্ত হৈছিল। ফলত কেমেৰুণ আৰু ছাৰ্বিয়াই তিনিটা…

অৰুণাচল প্ৰদেশৰ ডনি প’ল’ বিমানবন্দৰৰ পৰা উৰিল প্ৰথমখন বিমান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপৰ হোলংগীস্থিত ড’নি প’ল' বিমানবন্দৰৰ পৰা আজি সোমবাৰে (২৮ নৱেম্বৰ) প্ৰথমখন বিমান ফ্লেগ অফ কৰা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰথমখন বিমান…

আলফাৰ প্ৰতিবাদ দিৱসত পৰেশ অসমৰ বিবৃতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ নৱেম্বৰঃ ১৯৯০ চনৰ ২৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অসমত অপাৰেচন বজৰংগ আৰম্ভ কৰাৰ লগতে আলফাক নিষিদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত আলফাই প্ৰতিবছৰে ২৮ নৱেম্বৰত পালন কৰা প্ৰতিবাদ দিৱসত এইবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফাৰ উচ্চতম…

দুই ‘ছুপাৰ ছাব’ৰ গ’ল, স্পেইন-জাৰ্মানীৰ ড্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : কাটাৰ বিশ্বকাপ ২০২২ত স্পেইনৰ আৰম্ভণি ভাল হৈছিল। প্ৰথমখন খেলত কোষ্টাৰিকাক ৭-০ গ’লত পৰাস্ত কৰিছিল। ২০১০ চনৰ চেম্পিয়ন স্পেইন। সেইবাৰ সমগ্ৰ প্ৰতিযোগিতাখনত মাত্ৰ ৮টা গ’ল কৰিয়েই খিতাপ দখল কৰা স্পেইনে এইবাৰৰ…

ছদিনৰ অন্তত অসমে উঠাই ল’লে মেঘালয়লৈ যাতায়তৰ নিষেধাজ্ঞা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : দেওবাৰে (২৭ নৱেম্বৰ) মেঘালয়লৈ যোৱা নিষেধাজ্ঞা অসমে প্ৰত্যাহাৰ কৰিছে। ৰাজ্য দুখনৰ আন্তঃৰাজ্যিক সীমান্তৰ মুক্ৰ' গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত ছদিন পূৰ্বে জাৰি কৰা মেঘালয়লৈ যোৱাৰ নিষেধাজ্ঞা অসমে উঠাই…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণ : আহত ২

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। আজি ২৭ নৱেম্বৰত উদ্যান কৰ্তৃপক্ষই এই বাতৰি সদৰী কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে ২৬ নৱেম্বৰত কঁহৰা ৰেঞ্জৰ অন্তৰ্গত বৰবিল…

মেছিৰ ‘মেজিক মমেণ্ট’

দাদুল দেৱকৃষ্ণ বৰুৱা এটা লক্ষ্যৰ বাবে অপেক্ষা কৰি কৰি সময় অতীত হৈ যায়। মেক্সিকোৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ পৰিস্থিতিও একেধৰণৰ আছিল। ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনা দ্বিতীয়খন খেলত নামিল। যিখনত হাৰিলে এই ফুটবল মহাকুম্ভৰ পৰা বাহিৰ হৈ…

তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’ৰ বিয়োগ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰঃ তেজপুৰৰ কটন ৰোড নিবাসী তথা তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’(৭২)ৰ আজি পুৱা প্ৰায় ৬-৩০বজাত নিজা বাসগৃহত বিয়োগ ঘটে৷উল্লেখযোগ্য যে,এগৰাকী সমাজকৰ্মী দে’ এসময়ত এজন সুদক্ষ ফুটবল খেলুৱৈ…

তেজপুৰৰ জনপ্ৰিয় নাট্য আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ (ৰাতুল) মহন্তৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ নবেম্বৰ: তেজপুৰ চহৰৰ ইন্দিৰা নগৰৰ অতি সৰবৰহী অভিনয়, ভাওনা আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ মহন্ত অৰ্থাৎ সকলোৰে মাজত পৰিচিত ৰাতুল মহন্তৰ আজি পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে…