Browsing Category

ট্ৰেণ্ডিং

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে চহৰখনৰ বৰগুৰিস্থিত সন্থাৰ কাৰ্যালয় ভৱনৰ বাবে আবণ্টিত ভূমি আৰু জিলা পৰিষদৰ সভাকক্ষত পালন কৰা হয় । আজি পুৱা জিলা…

অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰত পশ্চিম বংগৰ গোবৰদাংগাত মঞ্চস্থ হব

উত্তৰ লখিমপুৰ, ৩০ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰ ২০২২ত পশ্চিমবংগৰ গোবৰদাংগাত আয়োজন কৰা মৃদংগম ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২২ত মঞ্চস্থ হব৷ গোবৰদাংগা মৃদংগম নাট্য…

তিনিচুকীয়াত ৰাষ্ট্ৰীয় উদ্যানৰ মূল্যৱান গছ কাটি চলিছে পাইপ লাইন স্থাপনৰ কাম

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : মূল্যৱান মূল্যবান গছ কাটি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে অইলৰ ডিগবৈ-দুলীয়াজান পাইপ লাইন স্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই। আজি এক বিবৃতিত তিনিচুকীয়া জিলা ছাত্ৰ…

কোচৰাজবংশীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত ধৰ্ণা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ ৰাজ্যৰ কোচ-ৰাজবংশীসকলক শীঘ্ৰেই জনজাতিকৰণ প্ৰদানৰ দাবীত আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত দিনৰ ১১বজাৰ পৰা দুপৰীয়া এক বজালৈকে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে একাধিক সংগঠনে৷ উল্লেখযোগ্য যে,সদৌ অসম কোচ ৰাজবংশী…

গ্ৰুপৰ শীৰ্ষত ইংলেণ্ড, আমেৰিকাও শেষ ষোল্লত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : কাটাৰ বিশ্বকাপ আৰু দ্বিতীয়াৰ্ধত খেলৰ ৰং সলনি। ৱেলছ বনাম ইংলেণ্ডৰ মেচতো সেই ধাৰা অব্যাহত থাকিল। গ্ৰুপ বিত চাৰিওটা দলেই নকআউটৰ বাবে সম্ভাৱনা কঢ়িয়াই ফুৰিছিল। ইংলেণ্ডৰ অৱস্থা কিছু সুবিধাজনক আছিল। ইংলেণ্ডে…

১ ডিচেম্বৰত আৰম্ভ হ’ব খুচুৰা বজাৰত ডিজিটেল মুদ্ৰাৰ প্ৰথমটো পাইলট প্ৰজেক্ট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব খুচুৰা ডিজিটেল মুদ্ৰাৰ প্ৰথমটো পাইলট প্ৰজেক্ট। ভাৰতীয় ৰিজাৰ্ভ বেংকে মঙলবাৰে (২৯ নৱেম্বৰ) এই ঘোষণা কৰে। এই পাইলট প্ৰজেক্ট নিৰ্বাচিত স্থান আৰু নিৰ্বাচিত গ্ৰাহক আৰু ব্যৱসায়ীৰ এটা…

৯ ৰ পৰা ১১ ডিচেম্বৰলৈ “তেজপুৰ সাহিত্য উৎসৱ – ২০২২”

সংবাদ মেলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ঘোষণা আয়োজক সমিতিৰ শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নবেম্বৰঃ শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ৷ দেশৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্ৰিয় লেখক - সাহিত্যিকৰ সমাৱেশেৰে অহা…

লখিমপুৰত বিদ্যুৎ নাইঃ  গছ কাটি এজনে ভৰিলে এক লাখ আশী হেজাৰ টকা

শতাব্দ প্ৰতিনিধি, লক্ষীমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ নগৰখনত আজি সমগ্ৰ দিনটোৰ লগতে নিশা পৰ্যন্ত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত নগৰখনৰ লগতে চৌপাশৰ গ্ৰাহক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আজি পুৱা ৯ বজাৰ পৰা লখিমপুৰত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ…

লখিমপুৰ জিলা বি জে পিত তীব্ৰ সংঘাত: জিলা সভাপতিৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি লৈ অভিযোগ প্ৰেৰণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ জিলা বিজেপিত এতিয়া সংঘাত তীব্ৰতৰ হৈ উঠিছে। জিলা সভাপতি ফণীধৰ বৰুৱাৰ বিৰুদ্ধে একাংশ বিষয়ববীয়াই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰই এই কথা স্পষ্ট কৰি তুলিছে। উল্লেখ্য যে লখিমপুৰ জিলা বিজেপিৰ…

মৰুভূমিত ছাম্বাৰ ছন্দ, কেচেমিৰো নায়ক হোৱা দিনটোত ব্ৰাজিলৰ ইতিহাস

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ষ্টেডিয়াম ৯৭৪ত কেইবাটাও নজিৰ গঢ়াৰ দুৱাৰদলিত থিয় দিছিল ব্ৰাজিল। প্ৰথমটো হ’ল বিশ্বকাপৰ মঞ্চত প্ৰথমবাৰৰ বাবে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ সুযোগ। দ্বিতীয়তে, বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত একেৰাহে ১৭খন…