Browsing Category

ট্ৰেণ্ডিং

পৰ্যটকৰ বাবে মুকলি হ’ল চিজুচাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ জীপ চাফাৰী

জামুগুৰিহাট : ১ ডিচেম্বৰঃ ৱেষ্ট কামেং জিলাৰ চিজুচাস্থিত ৱাইল্ড লাইফ অডিটৰিয়ামত মঙ্গলবাৰৰ পৰা তিনিদিনীয়া পৰ্যটনৰ ওপৰত বিশেষ কৰ্মশালা অনুিষ্ঠত হয় । অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰৰ, সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি অৰুণাচল…

ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পাৰ্টিৰ লখিমপুৰ জিলা সমন্বয়কে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ১ ডিচেম্বৰ : ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পার্টিৰ লখিমপুৰ জিলা সমন্বয়ক স্বপ্না বৰুৱাই। নর্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে লখিমপুৰ চিনাতলীয়া মুকবধিৰ বিদ্যালয়ৰ সহ…

তিনিচুকীয়াত বাইক চোৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ পুৰস্কাৰ ঘোষণা কৰিলে ভুক্তভুগীয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই তিনিচুকীয়াত সঘনাই সংঘটিত হবলৈ ধৰিছে চুৰি, ডকাইতিৰ ঘটনা ৷ চোৰৰ তাণ্ডৱত অতিষ্ঠ হৈ ভুক্তভোগী ব্যক্তিয়ে ঘোষণা কৰিবলৈ বাধ্য হৈছে চোৰৰ সন্ধান দিওঁতালৈ…

ৰাজ্যত বৰ্তমানলৈকে ১০ হাজাৰ ৭৬৫ গৰাকী এইডছ আক্ৰান্তই চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ বৰ্তমান সময়ত আমাৰ ৰাজ্যখনত ২৫ হাজাৰ ৭৩ গৰাকী এইডছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ মাজৰে ১০ হাজাৰ ৭৬৫ গৰাকী চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱাৰ এক ভয়াবহ তথ্য আজি সদৰী হৈছে বিশ্ব এইডছ দিৱসৰ দিনটোত।…

সমাজত এইডছ আক্ৰান্তৰ প্ৰতি ভেদভাৱ অনুচিত, সতৰ্কতাৰহে প্ৰয়োজন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১ ডিচেম্বৰ : 'এইডছ আক্ৰান্ত লোকৰ প্ৰতি সমাজত কোনেও ভেদভাৱ ৰাখিব নালাগে। তেওঁলোকে যাতে সঠিক চিকিৎসা লাভ কৰে আৰু নিয়মীয়াকৈ এইচ আই ভি প্ৰতিৰোধী ঔষধ সেৱন কৰিব পাৰে, সেই দিশতহে সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত। সমাজৰ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লখিমপুৰৰ প্ৰত্যক্ষদৰ্শী ছাত্ৰৰ বিস্ফোৰক ভাষ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰত্যক্ষদৰ্শী লখিমপুৰৰ এজন ছাত্ৰই সম্প্ৰতি বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আজি ছাত্ৰজনে লখিমপুৰত নিজমুখে তেওঁ দেখা ৰেগিং কাণ্ডৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে৷ নৰ্থ…

শেষ ১৬ত মেছিৰ আৰ্জেণ্টিনা, হাৰিও প্ৰি কোৱাৰ্টাৰত পোলেণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : আৰ্জেণ্টিনাৰ বিশ্বকাপ ভ্ৰমণ এতিয়াও অব্যাহত আছে। লিয়নেল মেছিৰ অন্তিমখন বিশ্বকাপত আৰ্জেণ্টিনাই প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকৰ সৈতে গ্ৰুপ-চিৰ পৰা পোলেণ্ডেও শেষ ১৬ত স্থান লাভ…

আৰক্ষী কৰ্মীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ নৱেম্বৰঃ আজি উত্তৰ লখিমপুৰত অসম আৰক্ষীৰ কৰ্মীসকলৰ বাবে এখন মুকলি তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তৰ্ক প্ৰতিযোগিতাখনিৰ আয়োজন লখিমপুৰ আৰক্ষী বিভাগে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যলয়খনৰ আলোচনা চক্ৰ…

শিক্ষকৰ হুংকাৰ– মুঠেও ব্যৱহাৰ নকৰে এপচ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ অধীনৰ বালিপৰা, গাভৰু, ঢেকীয়াজুলি আৰু নদুৱাৰ খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি নিজ নিজ খণ্ডত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী পালন কৰি অসম চৰকাৰৰ…

অৰুণোদয়ৰ স’তে দিব্যাংগৰ আঁচনিক একেলগ নকৰিবলৈ আহ্বান দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ শিলচৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এক সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দিব্যাংগ সুৰক্ষা মঞ্চ অসমে৷ আজি সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰি কয় যে,কালি কেবিনেটত…