Browsing Category

ট্ৰেণ্ডিং

মেছিৰ সহস্ৰতম মেচত আৰ্জেণ্টিনাৰ ‘নাটকীয়’ জয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ ডিচেম্বৰ : তুলনা কৰি চালে ক্ষমতাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া নিঃসন্দেহে আণ্ডাৰডগ। কিন্তু গ্ৰুপ পৰ্যায় অতিক্ৰম কৰি নকআউটত উপনীত হোৱা দল এটাক সহজভাৱে লোৱা উচিত নহয়। লিয়নেল মেছিৰ আৰ্জেণ্টিনায়ো লোৱা নাছিল। প্ৰথমাৰ্ধত…

তেজপুৰত বাছৰ পৰা পৰি ছাত্ৰ নিহত

শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩ ডিচেম্বৰ: তেজপুৰ সদৰ থানা অধীনস্হ শিংৰিজান চাহ বাগিচাৰ এজন দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বাছৰ পৰি আজি শোকবাহ ভাবে নিহত হয়৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি দিনৰ প্ৰায় ১১-৩০বজাত ৰঙাপৰাৰ পৰা তেজপুৰ অভিমুখে…

ফুটবলৰ মহাৰণত ন’ক আউট আৰম্ভ”

 গায়ত্ৰী গোস্বামী অধ্যাপক বিশ্বকাপ ফুটবলৰ উত্তেজনা এতিয়া আহি চূড়ান্ত পৰ্যায় পাইছেহি। এতিয়াৰ পৰা ন'ক আউট পৰ্যায়ত খেলসমূহ আৰম্ভ হ'ব। অৰ্থাৎ এতিয়াৰ পৰা খেলত হৰাৰ মাত্ৰেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ পৰিব। লগতে, কোনো খেল ড্ৰ হ'লে ত্ৰিশ মিনিটৰ…

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ উদ্যোগত “সজাগতা” শীৰ্ষক…

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনস্থ উন্নয়নৰ বাবে যোগাযোগৰ বিশেষ কাৰ্যসূচীৰ অধীনত আজি শুভম কুমাৰ, অৰ্জিতা কুমাৰী, নিহাৰিকা স্বৰ্গীয়াৰী আৰু শিৱলিকা পাত্রনবীশ নামৰ…

স্বাস্থ্য, বিজ্ঞান-প্ৰযুক্তি বিভাগৰ বাজেট আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩ ডিচেম্বৰ : স্বাস্থ্য আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দিছপুৰত চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা…

‘ব্ৰাজিল বধ’ কৰিয়ো কেমেৰুণৰ বিদায়, নক্ আউটলৈ চুইজাৰলেণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ডিচেম্বৰ : এই নিশাটো কেমেৰুণে ঠিক কেনেকৈ মনত পেলাব! ব্ৰাজিলক পৰাস্ত কৰাৰ গৌৰৱ, নে বিশ্বকাপৰ পৰা বিদায়ৰ বিষাদ? বিশ্বকাপৰ মঞ্চত ব্ৰাজিলক পৰাস্ত কৰা আফ্ৰিকাৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল কেমেৰুণ। একে সময়তে বিদায়ো…

ৰবাব টেঙা কিয় খাব লাগে

অসমীয়া গ্ৰাম্য জীৱনত নিমখ, জলকীয়া সানি কলপাতত লৈ সমূহীয়াকৈ ৰবাব খোৱাৰ আমেজ খাওঁতাইহে উপলব্ধি আৰু বাখ্যা কৰিব পাৰিব। ৰবাব টেঙা স্বাস্থ্যৰ বাবে অতি উপযোগী এবিধ সহজলভ্য ফল।১)মূত্ৰাশয় সংক্ৰমণ প্ৰতিৰোধক Prevents urinary tract infection:…

১৮ ডিচেম্বৰত ঘূনাসুঁতি দলঙৰ শিলান্যাস

শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ ইতিহাসত পৰিণত হ’ব সোৱণশিৰিৰ বুকুৰে ঐতিহাসিক ঘূনাসুঁতিলৈ নৌকা যাত্ৰা কৰা পৰ্ব৷ যুগ যুগ ধৰি বৃহত্তৰ ঘূনাসুঁতিবাসীয়ে যমৰ যাতনা ভোগ কৰি সোৱণশিৰিৰ বুকুৰে ঘূনাসুঁতিৰ পৰা লখিমপুৰ নগৰৰ লগত যোগাযোগ ৰক্ষা…

* কাটাৰত জাপানৰ সূৰ্যোদয় * পৰাস্ত হৈয়ো নকআউটত স্পেইন, জয়ৰ পিছতো জাৰ্মানীৰ বিদায়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ডিচেম্বৰ : দুখন খেলপথাৰ। শেষ মুহূৰ্তলৈকে উত্তেজনাৰ পাৰাস্তম্ভ উৰ্ধগামী। প্ৰতি মুহূৰ্ততে সলনি হৈছিল দৃশ্যপট। প্ৰথমতে জাপানৰ বিৰুদ্ধে আগবাঢ়ি আছিল স্পেইন। কিন্তু দ্বিতীয়াৰ্ধত মেচখনৰ ৰং সলনি কৰি দিলে জাপানে। স্পেইনক…

তিনিচুকীয়াত ৩০ লক্ষাধিক টকাৰ হেৰ’ইনসহ ধৃত ৫

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে চি আৰ পি এফ বাহিনীৰ সহযোগত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত…