Browsing Category
ট্ৰেণ্ডিং
ছাম্বাৰ ছন্দত শেষ আঠত ব্ৰাজিল, সন্মুখত ক্ৰ’ৱেচিয়া
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ডিচেম্বৰ : ব্ৰাজিলৰ বাবে আনন্দ নে কোৰিয়াৰ বাবে বিষাদ! দুয়োটা কৰিব পাৰি। মেচৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ তাৰকা ফুটবলাৰ ছনে কয়, তেওঁলোকে এটা অলৌকিকতা বিচাৰে। বৰ ভুল নহয়। দক্ষতাৰ ক্ষেত্ৰত ব্ৰাজিলৰ সৈতে প্ৰতিযোগিতা…
ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজপথত ধৰ্ণা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : যোৱা ৩ ডিচেম্বৰত তেজপুৰৰ নিকটৱৰ্তী শিঙিৰীজান চাহ বাগিচাৰ চাওৰা লাইনৰ জয়দেৱ চাওৰা নামৰ ছাত্ৰজন চলন্ত বাছৰ পৰা পৰি নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ দুৰ্ঘটনাটোৰ পূৰ্বে সমনীয়াৰ সতে…
লখিমপুৰত ভূমি পঞ্জীয়নৰ নামত ধনৰ লেন-দেন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ ডিচেম্বৰ : উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বক্ৰ পথেৰে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰে ভূমি পঞ্জীয়ন কৰা এজন বিষয়াসহ এজন দালাল যোৱানিশা আৰক্ষীৰ জালত পৰে৷ আৰক্ষীৰ জালত পৰা এই লোক দুজন হৈছে উত্তৰ লখিমপুৰ…
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ
শতাব্দ প্ৰতিনিধি, লিডু ৫ ডিচেম্বৰঃ ডিব্রুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডক সকলোৱে একেমুখে নিন্দা কৰাৰ লগতে চৌদিশে অভিযুক্তক শাস্তিৰ দাবীত প্রতিবাদৰ ঢৌ উঠিছে। এনে সময়তে মূল অভিযুক্ত বুলি অভিযোগ উঠা ৰাহুল ছেত্ৰী আৰক্ষীৰ জালত পৰিছে।…
‘কিলাৰ’ এমবাপেৰ ডাবল ষ্ট্ৰাইক, জিৰোৰ অভিলেখ; কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ডিচেম্বৰ : ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপত জন্ম লোৱা নতুন তাৰকাগৰাকী জিলিকি উঠিছে কাটাৰত। পুটিনৰ দেশত যি কাহিনী আৰম্ভ হৈছিল, সেই কাহিনীৰ কথন কাটাৰতো অব্যাহত আছে। বয়স এতিয়াও ২৪ বছৰ হোৱা নাই। বিশ্বকাপত কাইলিয়ান এমবাপে…
আপোচবিহীন জাতীয়তাবাদী নেত্ৰী মনোৰমা বৰদলৈৰ পৰলোক
শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ডিচেম্বৰঃ জাতীয়তাবাদক লৈ কোনো দিনে আপোচ নকৰা একালৰ আঞ্চলিকবাদৰ ধ্বজাবাহক মনোৰমা বৰদলৈ আৰু নাই ৷ শোণিতপুৰৰ ৰঙাপৰাৰ বিষ্ণুপুৰৰ নিজা বাসভৱনত কালি বিয়লি ৩-১৫ বজাত সৰবৰহী মহিলাগৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷…
বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ অধিবেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ডিচেম্বৰঃ বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন বামুণ দলনি ৰঙানদী সাংস্কৃতিক প্ৰকল্গত দুদিনীয়া কাৰ্যসূচীৰে ৩ আৰু ৪ডিচেম্বৰত অনুস্থিত হৈ যায় । প্ৰথম দিনা কাৰ্যসূচী মতে পুৱা গছ-পুলি…
দুৰ্ঘটনাত অচিনাক্ত লোক নিহত
শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৪ ডিচেম্বৰ: তেজপুৰত যোৱা নিশা এজন অচিনাক্ত লোকক দ্ৰুতবেগী বাহনে খুন্দিয়াই থৈ যোৱা অৱস্হাত উদ্ধাৰ কৰা হয় যদিও লোকজনৰ মৃত্যু ঘটে৷ উল্লেখযোগ্য যে তেজপুৰৰ পতিয়া চুবুৰি অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত এই শোকাবহ…
মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত “দক্ষ-দীক্ষা” বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক কৰ্মশালা…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ডিচেম্বৰঃ ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত "দক্ষ-দীক্ষা" বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক এখনি অতি গুৰুত্বপূৰ্ণ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। সন্থাৰ…
আঘোণৰ সন্ধিয়া কাব্যিক অনুভূতিৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব
সমাজৰ অৱক্ষয় দেখিলে কবি নিৰৱে থাকিব নোৱাৰে - ডাঃ ফুকনশতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ডিচেম্বৰঃ শৈশৱৰ স্মৃতি, তাৰুণ্যৰ সপোন, যৌৱনৰ দীপ্তি, নদী, প্ৰকৃতি, প্ৰতিবাদ, ৰাজনীতি আদি বিভিন্ন উপাদান সমৃদ্ধ জনপ্ৰিয় তথা বিশিষ্ট কবি, অসম চিকিৎসা…
